Posts in

Archives


আছুৰ উদ্যোগত ১ ফেব্ৰুৱাৰীৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ ১৫ দিনী্যা বিনামূলীয়া প্ৰাক প্ৰশিক্ষণ শিবিৰ

Read More

বিজয় হাজাৰে ট্ৰফীত ঈশান্ত শৰ্মাক দিল্লীৰ অধিনায়ক ঘোষণা

Read More

বৰ্ণাঢ্য কাৰ্যসূচীৰে মঙলবাৰে কলিয়াবৰত অষ্টম ৰাষ্ট্ৰীয় চাবজুনিয়ৰ মহিলা হকীৰ আনুষ্ঠানিক উদ্বোধন

Read More

বিশ্ববিদ্যালয় প্ৰতিবেদক, ৰিপাব্লিক এন. ই., ৩১ জানুৱাৰী, ২০১৮ঃ- বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক মানসিক আৰু বৌদ্ধিকভাৱে সৱল কৰি তোলাৰ উদ্দ্যেশ্যৰে আছুৰ উদ্যোগত অহা ১ ফেব্ৰুৱাৰীৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ত এক ১৫ দিনী্যা বিনামূলীয়া প্ৰাক প্ৰশিক্ষণ শিবিৰৰ আয়োজঞ্জ কৰা হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, গুৱাহাটী বিশ্ববিদ্যালয় আছু গোট আৰু বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় আছু গোটৰ প্ৰচেষ্টাত বিশ্ববিদ্যালয়ৰ বিজ্ঞান আৰু …

অনলাইন ডেস্ক, ৩১ জানুৱাৰী, ২০১৮ঃ- আই পি এলত বিক্ৰী নোহোৱাৰ স্ব্ত্তেও আগন্তুক বিজয় হাজাৰে ট্ৰফীৰ বাবে দিল্লী দলৰ অধিনায়ক হিচাবে নিযুক্ত হয় জাতীয় দলৰ পেচ বলাৰ ঈশান্ত শৰ্মা। মঙলবাৰে দিল্লী এণ্ড ডিষ্ট্ৰিক্ট এছ’চিয়েচনে এই বিষয়ে সদৰী কৰে। উল্লেখযোগ্য যে, তেখেতৰ ওপৰিও ১৫ জনী্যা দলটোত গৌতম গম্ভীৰ, ঋষভ পন্ত, উন্মুক্ত চাঁদ আৰু নৱাগত বিধ্ব্ংসী বেটছমেন প্ৰদীপ …

কলিয়াবৰৰ পৰা অমূল্য বৰাৰ ৰিপৰ্ট ,৩১ জানুৱাৰী ,২০১৮ঃ-  বৰ্ণাঢ্য কাৰ্যসূচীৰে মঙলবাৰে আনুষ্ঠানিকভাৱে উদ্বোধন হ’ল অষ্টম ৰাষ্ট্ৰীয় চাবজুনিয়ৰ মহিলা হকী চেম্পিয়নশ্বীপ – ২০১৮। কুৱঁৰীটোল গান্ধী ময়দানত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত পতাকা উত্তোলন কৰে মন্ত্ৰী কেশৱ মহন্ত , ক্ৰীড়া সংগঠক  ৰবিন ভূঞাঁ  আৰু অলিম্পিয়ান  থৈবা সিঙে। আনহাতে বিয়লি অনুষ্ঠিত  উদ্বোধনী খেলত প্ৰতিদ্বন্দ্বিতা কৰে বিদৰ্ভ আৰু মণিপুৰ দলে।উল্লেখযোগ্য যে, …

কলিয়াবৰৰ পৰা অমূল্য বৰাৰ ৰিপৰ্ট ,২৯জানুৱাৰী, ২০১৮ঃ- সোমবাৰৰ পৰা সম্পূৰ্ণ নদিনীয়াকৈ আৰম্ভ হ‘ল ৮ম ৰাষ্ট্ৰীয় চাব জুনিয়ৰ মহিলা চেম্পিয়নশ্বীপ(খ শাখা) – ২০১৮। ভাৰতীয় হকী ফেডাৰেচনৰ অধীনত অসম হকী ফেডাৰেচনৰ উদ্যোগত নগাঁও জিলা প্ৰশাসন তথা কলিয়াবৰ হকীৰ সহযোগত প্ৰতিযোগিতাখনৰ উদ্বোধনী খেল দুখন মিছা হাইস্কুল খেলপথাৰত অনুষ্ঠিত হয়। প্ৰথমখন খেলত বিদৰ্ভ দলে বেঙ্গল দলক ২–০ গলৰ ব্যৱধানত …

কলিয়াবৰৰ পৰা অমূল্য বৰাৰ ৰিপৰ্ট ,২৯জানুৱাৰী, ২০১৮ঃ- পূৰ্বৰ পৰম্পৰা ধাৰা অক্ষুণ্ণ ৰাখি ঐতিহ্যমণ্ডিত কলিয়াবৰৰ ভড়ালী নামঘৰত অহা ৩০ আৰু ৩১ জানুৱাৰীত  দুদিনীয়াকৈ অনুষ্ঠিত হ‘ব মাঘীপূৰ্ণিমা উৎসৱ। ভক্তপ্ৰাণ ৰাইজক আদৰিবলৈ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা নামঘৰ পৰিচালনা সমিতিয়ে মাঘীপূৰ্ণিমা উৎসৱত সকলোৰে উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে।

কলিয়াবৰৰ পৰা অমূল্য বৰাৰ ৰিপৰ্ট ,২৯জানুৱাৰী, ২০১৮ঃ-    দেওবাৰে পোনপ্ৰথমবাৰৰ বাবে  দিনজোৰা কাৰ্যসূচীৰে কলিয়াবৰ জিলা ক্ৰীড়া সন্থাই শ্ৰদ্ধাৰে স্মৰণ কৰিলে প্ৰাক্তন বিশিষ্ট  অলিম্পিয়ান ডাঃ টি আওক। প্ৰাপ্ত তথ্য অনুসৰি, হাটবৰৰ নাগশংকৰত অৱস্থিত বানত বিধ্বস্ত ডা:টি আও ষ্টেডিয়ামত   দিনযোৰা কাৰ্য্যসূচীৰে খেলুৱৈজনৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান উদযাপনৰে তেখেতৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰা হয়। অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি পুৱা খেলুৱৈগৰাকীৰ …

ডিজিটেল ডেস্ক, আৰ. এন. ই., ২৯ জানুৱাৰী, ২০১৮ঃ- সোমবাৰে দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দৰ অভিভাষণেৰে আৰম্ভ হ’ল সংসদৰ যুটীয়া বাজেট অধিৱেশন। নিজৰ ভাশণ প্ৰসংগত ৰাষ্ট্ৰপতিগৰাকীয়ে দেশৰ জনসাধাৰণৰ কল্যাণৰ অৰ্থে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আচঁনিসমূহৰ কথাও সকলোৰে আগত দোহাঁৰে। দেশত বাৰে বাৰে নিৰ্বাচন হোৱাৰ ফলত বিকাশত পৰা প্ৰভাৱ আতঁৰ কৰিবলৈ এবাৰেই নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ পোষকতা কৰাৰ …

ডিজিটেল ডেস্ক, ২১ জানুৱাৰী, ২০১৮ঃ- আজি সদৌ তাই আহোম ছাত্ৰ সন্থাৰ বৰপথাৰ আঞ্চলিক পূৰ্ণাংগ সমিতি গঠন সভা অনুষ্ঠিত হয় ৷ ডিব্ৰুগড় জিলা আটাছুৰ সভাপতি বজ্ৰমণি ফুকনে সভাপতিত্ব কৰা সভাখনত উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক অনিল গায়নৰ লগতে বিশিষ্ঠ অতিথি হিচাবে উপস্থিত থাকে টাই আহোম যুৱ পৰিষদ,অসমৰ ডিব্ৰুগড় জিলাৰ উপ-সভাপতি নিখীল গগৈৰ লগতে আটাছুৰ মৰাণ মহকুমা …

নলবাৰীৰ পৰা জ্যোতিস্মান শৰ্মাৰ ৰিপৰ্ট, ১৮ জানুৱাৰী, ২০১৮ঃ- অসম সাহিত্য সভাৰ সক্ৰিয় জিলা সমিতি নলবাৰী সাহিত্য সভাৰ নিৰ্বাচনী প্ৰক্ৰিয়া আজি সম্পন্ন হয়। সভাৰ এই নিৰ্বাচনী প্ৰক্ৰিয়াত আগন্তুক ২০১৮-১৯ বৰ্ষৰ বাবে সভাপতি, উপ-সভাপতি আৰু সম্পাদকক নিৰ্বাচন কৰা হব। প্ৰাপ্ত তথ্য অনুসৰি নিৰ্বাচন প্ৰক্ৰিয়াটো সম্পূৰ্ণ গণতান্ত্ৰিক কৰাৰ উদ্দেশ্যৰে ইতিমধ্যে নগেন ডেকা, মুকুন্দবৰ্মন আৰু তাৰাপ্ৰসন্ন মেধিক লৈ এখন …

কলিয়াবৰৰ পৰা অমূল্য বৰাৰ ৰিপৰ্ট ,১৭ জানুৱাৰী ,২০১৮ঃ-  কলিয়াবৰ শাখা সাহিত্য সভাৰ উদ্যোগত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ কলিয়াবৰ জিলা পৰিষদৰ লগতে কলিয়াবৰ কেন্দ্ৰীয় ছাত্র সন্থাৰ সহযোগত তথা কুঁৱৰীটোল তৰুণ সংঘৰ ব্যৱস্থাপনাত শিল্পী দিৱস উদযাপন কৰাৰ লগতে কলিয়াবৰ শাখা সাহিত্য সভাৰ ২০১৬- ১৮ দ্বি- বাৰ্ষিক অধিৱেশনখন দুদিনীয়া কাৰ্যসূচীৰে কুঁৱৰীটোল তৰুণ সংঘ প্ৰাংগণত অনুষ্ঠিত হয়। মংগলবাৰে …