লাঁওখোৱাত জ্বলিল খেৰ ভৰ্তি বাহন


কলিয়াবৰৰ পৰা অমূল্য বৰাৰ ৰিপৰ্ট, ১জানুৱাৰী ,২০১৮ঃ  খেৰভৰ্তি ট্ৰাকত জুই লাগি বছৰৰ প্ৰথম দিনটোৰ সন্ধিয়াতেই কলিয়াবৰত সংঘটিত হ’ল ব্যাপক অঘটন। প্ৰাপ্ত তথ্য অনুসৰি, সোমবাৰে সন্ধিয়া মহকুমাটোৰ লাঁওখোৱাত পথৰ ওপৰতে দপদপকৈ  জ্বলিল এখন ধান খেৰভৰ্তি চলন্ত বাহন।উল্লেখযোগ্য যে, স্থানীয় ৰাইজৰ তৎপৰতাত জুই নিৰ্বাপিত উক্ত অগ্নিকাণ্ডই ভয়ংকৰ ৰূপ লোৱাৰ পৰা কথমপি ৰক্ষা পৰে।
Previous অৱসৰপ্ৰাপ্ত অধ্যাপক প্ৰভাত চন্দ্ৰ শৰ্মাৰ ৮৬ সংখ্যক জন্মদিন পালনেৰে ২০১৭ চনক বিদায় নলবাৰীবাসীৰ
Next নৱবৰ্ষৰ প্ৰথম দিনটোৰ দিনাই লোকে লোকাৰণ্য শিৱসাগৰ 

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *