Posts in

Archives


ফাকুৱাত ল’ব লগা সাৱধানতা 

Read More

শিৱসাগৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনী আৰু জিলা শিক্ষা বিভাগৰ অভিনন্দন অনুষ্ঠান

Read More

বনৰীয়া হাতীৰ আক্ৰমণত কলিয়াবৰত এজন নিহত

Read More

ফাকুৱা হ’ল ৰঙৰ উৎসৱ। সকলোৱে এই উৎসৱ হাঁহি-ধেমালীৰ মাজেৰে পালন কৰে। কিন্তু ফাকুৱাত ব্যৱহৃত ৰঙে আপোনাৰ ছাল-চুলি নষ্ট কৰিব পাৰে। সেয়েহে ছাল-চুলিৰ যতন কেনেকৈ ল’ব তাৰ কিছুমান টিপছ্ আপোনালোকৰ আগত আগবঢ়াইছো। আশা কৰো আপোনালোকে সুফল পাব।  #ফাকুৱা খেলাৰ আগত ল‘ব লগা সাৱধানতাঃ– চুলিৰ যতনঃ- ফাকুৱাৰ ৰঙে যাতে আপোনাৰ চুলিৰ ক্ষতি নকৰে তাৰ বাবে আপুনি চুলিকোছাত …

শিৱসাগৰৰ পৰা আছিফ আলিৰ ৰিপৰ্ট, ২৮ ফেব্ৰুৱাৰী, ২০১৮ঃ- শিৱসাগৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনিৰ উদ্যোগত তথা জিলা শিক্ষা বিভাগৰ সহযোগত বুধবাৰে অনুষ্ঠিত হয় এক বিশেষ অভিনন্দন অনুষ্ঠান। প্ৰাপ্ত তথ্য অনুসৰি, ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰা গুণো‍ৎসৱত জিলাখনৰ ‘এ+’ পোৱা সৰ্বমুঠ ৩৭৪  বিদ্যালয়ক শিৱসাগৰ নাট্য মন্দিৰত অনুষ্ঠিত অনুষ্ঠানটোৰ জৰিয়তে বিশেষভাবে অভিনন্দন জনোৱা হয়।আউনিআটী সত্ৰৰ সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱগোস্বামীয়ে উদ্বোধন কৰা …

কলিয়াবৰৰ পৰা অমূল্য বৰাৰ ৰিপৰ্ট, ২৮ ফেব্ৰুৱাৰী, ২০১৮ঃ-  কলিয়াবৰত হাতী মানুহৰ সংঘাতে ক্ৰমাৎ ভয়ঙ্কৰ ৰূপ ধাৰণ কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি, কলিয়াবৰৰ উলুৱনী আৰক্ষী নিৱেশৰ এলেকাধীন বেঙেনাআটি গাৱঁত মঙলবাৰে নিশা বন্যহস্তীৰ আক্ৰমণত কৰুণ মৃত্যুক সাৱটি লয় এজন লোকে। নিহত লোকজনক ধুনিয়া বসুমতাৰী বুলি চিনাক্ত কৰা হৈছে। অতি দুখজনক কথা যে, বনৰীয়া হাতীয়ে নিজৰ ঘৰৰ চোতালতে ব্যক্তিজনক …

ডিজিটেল ডেস্ক, গুৱাহাটী, ৰিপাব্লিক এন. ই., ২৮ ফেব্ৰুৱাৰী, ২০১৮ঃ- ৰাজ্যত শেহতীয়াকৈ সম্পন্ন হৈ যোৱা তৃতীয় পৰ্য্যায়ৰ গুণোৎসৱৰ ফলাফল আশাব্যঞ্জকভাৱে বহুখিনি সফল হ’ল। এই কথা মঙলবাৰে এক সংবাদমেলযোগে ব্যক্ত কৰে শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। প্ৰাপ্ত তথ্য অনুসৰি, জনতা ভৱনত আহ্বান কৰা সংবাদমেলখনত শিক্ষামন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে তৃতীয় পৰ্য্যায়ৰ গুণোৎসৱত অংশগ্ৰহণ কৰা ১৭,৮৬৯ বিদ্যালয়ৰ ভিতৰত ২০% …

ডিজিটেল ডেস্ক,মেঘালয়, ৰিপাব্লিক এন. ই., ২৭ ফেব্ৰুৱাৰী, ২০১৮ঃ- নিৰ্বাচনী নীতি উলংঘনৰে নিৰ্বাচনত বিৰূপ প্ৰভাৱ পেলোৱাৰ অভিযোগ উত্থাপিত হৈছে মেঘালয়ৰ এটা ব্যক্তিগত এফ.এম. ৰেডিঅ’ চেনেলৰ বিৰুদ্ধে। প্ৰাপ্ত তথ্য অনুসৰি, মেঘালয়ৰ নিৰ্বাচনী বিষয়ালৈ ৰাজ্যিক বিজেপিৰ বিষয়ববীয়া অংকুৰ কুমাৰৰ স্বাক্ষৰেৰে প্ৰেৰণ কৰা অভিযোগপত্ৰখনৰ মতে ৰেডিঅ’ মিৰ্চি নামৰ (৯১.১ এফ এম) চেনেলটোত এগৰাকী ৰেডিঅ’ জ’কিয়ে নিৰ্বাচনী নীতি উলংঘনৰে নিৰ্বাচনৰ দিনা খ্ৰীষ্টানবিৰোধী দলক …

ডিজিটেল ডেস্ক,মেঘালয়-নাগালেণ্ড, ৰিপাব্লিক এন. ই., ২৭ ফেব্ৰুৱাৰী, ২০১৮ঃ-  প্ৰতিকূল অৱস্থাৰ মাজেৰে মঙলবাৰে পাহাৰীয়া ৰাজ্য মেঘালয় আৰু নাগালেণ্ডৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ সম্পন্ন হয়। প্ৰাপ্ত তথ্য অনুসৰি, মেঘালয়ত ১৮.৯ লাখ ভোটাৰৰ মুঠ ৬৭% ভোটাৰে ভোটদান কৰাৰ বিপৰীতে নাগালেণ্ডত ১১.৭০ লাখ ভোটাৰৰ ভিতৰত ৭৫% ভোটাৰে নিজৰ ভোটাধিকাৰ সাৱ্যস্ত কৰে। মন কৰিবলগীয়া কথা যে, বিগত বিধানসভা নিৰ্বাচনৰ তুলনাত দুয়োখন …

ডিজিটেল ডেস্ক, গুৱাহাটী, ৰিপাব্লিক এন. ই., ২৭ ফেব্ৰুৱাৰী, ২০১৮ঃ- প্ৰাক্তন অধ্যক্ষ ৰাকেশ পালৰ কৃপাত দুৰ্নীতিৰে চাকৰি লোৱাৰ কেলেংকাৰীৰে বিগত সময়ছোৱাত ৰাজ্যৰ লগতে দেশৰ সংবাদ মাধ্যমৰ শিৰোনামত থকা অসম লোকসেৱা আয়োগক দুৰ্নীতিমুক্ত কৰাৰ উদ্দেশ্যৰে নিযুক্তি দিয়া হ’ল এজন নতুন অধ্যক্ষৰ। প্ৰাপ্ত তথ্য অনুসৰি, এ.পি.এছ.চি.ৰ নতুন অধ্যক্ষৰূপে দায়িত্ব গ্ৰহণ অৱসৰপ্ৰাপ্ত ভাৰতীয় অসামৰিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া ধ্ৰুৱজ্যোতি হাজৰিকাই। উল্লেখযোগ্য যে,  নিজৰ …

ডিজিটেল ডেস্ক, মিজোৰাম, ৰিপাব্লিক এন. ই., ২৭ ফেব্ৰুৱাৰী, ২০১৮ঃ- অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মঙলবাৰে মিজোৰামত বিজেপিৰ এক ৰেলীত ভাগ লয়। প্ৰাপ্ত তথ্য অনুসৰি, পাহাৰীয়া ৰাজ্যখনৰ ছাকমা স্বায়ত্ত্বশাসিত জিলা পৰিষদৰ দ্বাৰা কমলানগৰত আয়োজিত বিশাল পৰিৱৰ্তন ৰেলীত মুখ্যমন্ত্ৰীগিৰাকীয়ে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে, বৃ্হৎ জনসমাগমপূৰ্ণ উক্ত ৰেলীটোত ভাগ লৈ মুখ্যমন্ত্ৰী সোণোৱালে বিজেপিৰ প্ৰতি প্ৰদৰ্শিত জনতাৰ মৰম আৰু সহানুভূতিক …

নগাৱঁৰ পৰা অমূল্য বৰাৰ ৰিপৰ্ট, ২৭ ফেব্ৰুৱাৰী, ২০১৮ঃ- মঙলবাৰে  নগাঁও আৰক্ষীৰ এক ড্ৰাগছবিৰোধী অভিযানত ড্ৰাগছসহ এজন আটক হয়। প্ৰাপ্ত তথ্য অনুসৰি, আৰক্ষীৰ অভিযানত কালত নগাৱঁৰ চকীটুপৰ পৰা বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰীৰে সৈতে জহুৰ আলি ওৰফে ভাইটি নামৰ ব্যক্তিজন আটক হয়৷ আৰক্ষীয়ে আটকাধীন ব্যক্তিজনক সোধা-পোছা অব্যাহত ৰাখিছে।

শিৱসাগৰৰ পৰা আছিফ আলিৰ ৰিপৰ্ট, ২৭ ফেব্ৰুৱাৰী, ২০১৮ঃ- সাম্প্ৰতিক সময়ছোৱাত মাদক দ্ৰব্যৰ ফলত সমাজত বৃদ্ধি পোৱা অপৰাধমূলক কাৰ্য্যকলাপে স্বাভাৱিক পৰিৱেশ বিনষ্ট কৰাত বহু অৰিহণা যোগাই আহিছে। এনে মাদক দ্ৰব্যৰ সাম্ভাৱ্য ঋনাত্মক প্ৰভাৱৰ পৰা মুক্ত কৰাৰ উদ্দেশ্যে শিৱসাগৰ জিলা তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত ঐতিহাসিক জিলাখনত এখন মাদক দ্ৰব্য বিৰোধী সজাগতা সভা অনুষ্ঠিত হয়। প্ৰাপ্ত তথ্য অনুসৰি, জিলা তথ্য আৰু …