৪ মাৰ্চত আখৈফুটীয়াত ‘শ্ৰী শ্ৰী ৰামায়ণ’ গৰখীয়া ভাওনা


শিৱসাগৰৰ পৰা আছিফ আলিৰ ৰিপৰ্ট, ১৯ ফেব্ৰুৱাৰী, ২০১৮ঃ- শিৱসাগৰ জিলাৰ আখৈফুটীয়া অঞ্চলত আয়োজন কৰা হৈছে ‘শ্ৰী শ্ৰী ৰামায়ণ’ গৰখীয়া ভাওনা। প্ৰাপ্ত তথ্য অনুসৰি, আখৈফুটীয়া যুৱ সমাজৰ উদ্যোগত অহা ৪ মাৰ্চ তাৰিখে আখৈফুটীয়া ৰংগমঞ্চত আয়োজন কৰা হৈছে উক্ত ভাওনাখনি। সেয়েহে দেওবাৰে অনুষ্ঠিত হ’বলগা ভাওনাখন উপভোগ কৰিবলৈ সমূহ ৰাইজক উদযাপন সমিতিৰ তৰফৰ অনুৰোধ জনাইছে।

Previous শালনাত স্বামীৰ হাতত প্ৰাণ দিলে দুৰ্ভগীয়া পত্নীয়ে
Next টাই আহোম যুৱ পৰিষদৰ পূব অভয়পুৰ আঞ্চলিক সমিতি গঠন

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *