ৰাজ্য পুনৰ আন এক বলাৎকাৰ কাণ্ড; যুৱকৰ অসৎ কামনাৰ বলি ৬ বছৰীয়া শিশু


ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., ক্ষেত্ৰী, ২৯ মাৰ্চ, ২০১৮ঃ- এটাৰ পাছত এটাকৈ সংঘটিত ধৰ্ষণকাণ্ডই জোকাৰি গৈছে সমগ্ৰ ৰাজ্যখন। প্ৰাপ্ত তথ্য অনুসৰি, কামৰূপ জিলাৰ ক্ষেত্ৰীৰ ধূপগুৰিত পুলক ডেকা নামৰ এজন যুৱকৰ কামনাৰ বলি হ’ল এগৰাকী ৬ বছৰীয়া। উল্লেখযোগ্য যে, অভিযুক্ত পুলক ডেকাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰিছে।

Previous ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে অসম বিধানসভাত মুখ্যমন্ত্ৰীৰ ভাৱ বিনিময় অনুষ্ঠান
Next ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে সকলো জিলাৰ প্ৰশাসনিক বিষয়াসকলৰ সৈতে মুখ্যমন্ত্ৰীৰ পুনৰীক্ষণ সভা

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *