Posts in

Archives


কলিয়াবৰৰ ১৬০ জন দিব্যাঙ্গ শিশুক মন্ত্ৰী কেশৱ মহন্তৰ জলপানি প্ৰদান

Read More

ডবকাৰ কে.আৰ. চৌধুৰী পেট্ৰ’ল পাম্পৰ বন্ধ কুঠৰীত মৃতদেহ উদ্ধাৰ

Read More

কলিয়াবৰত ‘মোমাই তামুলী বৰবৰুৱা সেউজী ধৰণী’ আচঁনিৰ শুভাৰম্ভণি; মন্ত্ৰী কেশৱ মহন্তৰ অংশগ্ৰহণ

Read More

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., হোজাই, ৩০ এপ্ৰিল, ২০১৮ঃ-

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., কলিয়াবৰ, ৩০ এপ্ৰিল, ২০১৮ঃ- সোমবাৰে কলিয়াবৰৰ ১৬০ গৰাকী দিব্যাঙ্গ শিশুক চৰকাৰী জলপানি প্ৰদান কৰা হয়। প্ৰাপ্ত তথ্য অনুসৰি, কলিয়াবৰৰ মহকুমাধিপতি কাৰ্যালয় প্ৰাঙ্গনৰ স্থায়ী মঞ্চত আয়োজিত এক অনুষ্ঠানত শিশুসকলৰ মাজত স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী কেশৱ মহন্তই জলপানি বিতৰণ কৰে। উল্লেখযোগ্য যে, কলিয়াবৰ মহকুমা প্ৰশাসনৰ সহযোগত কলিয়াবৰ প্ৰাথমিক শিক্ষাখণ্ডই অনুষ্ঠিত কৰা জলপানি …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., হোজাই, ৩০ এপ্ৰিল, ২০১৮ঃ- সোমবাৰে হোজাইৰ এটা পেট্ৰ’ল পাম্পৰ বন্ধ কোঠাত মৃতদেহ উদ্ধাৰ হোৱা কাৰ্য্যই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি, জিলাখনৰ ডবকা অঞ্চলৰ অন্তৰ্গত মদাৰতুলিস্থিত কে. আৰ. চৌধুৰী পেট্ৰ’ল পাম্পত নগাঁৱৰ অনিল বৰুৱা নামৰ লোকজনৰ মৃতদেহ উদ্ধাৰ হয়। উল্লেখযোগ্য যে, বিগত ২০ দিন ধৰি পৰিয়ালৰ লোকৰ সৈতে যোগাযোগ …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., কলিয়াবৰ, ৩০ এপ্ৰিল, ২০১৮ঃ- সোমবাৰে কলিয়াবৰত ৰূপায়িত হ’ল পৰিৱেশ সংৰক্ষণৰ এক ইতিবাচক পদক্ষেপ। প্ৰাপ্ত তথ্য অনুসৰি, মুখ্যমন্ত্ৰীৰ প্ৰদূষণমুক্ত অসম গঢ়াৰ আহ্বানৰ প্ৰতি সহাঁৰি জনাই  কলিয়াবৰত সোমবাৰে মোমাই তামুলী বৰবৰুৱা সেউজী ধৰণী আচঁনিৰ শুভাৰম্ভণি কৰা হয়। উল্লেখযোগ্য যে, তেলিয়াগাৱঁত অনুষ্ঠিত এক সভাত অংশগ্ৰহণ কৰি বৃক্ষৰোপণ কাৰ্য্যসূচীৰে অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই …

অনলাইন ডেস্ক, ৰিপাব্লিক এন. ই., ৩০ এপ্ৰিল, ২০১৮ঃ- নিজৰ মন্তব্যৰ বাবে বিভিন্ন সময়ত সংবাদ মাধ্যমৰ শিৰোনামত থকা শংকৰাচাৰ্য্য স্বৰূপানন্দ সৰস্বতীয়ে ৰাম মন্দিৰ নিৰ্মাণৰ প্ৰসংগক লৈ দিয়া মন্তব্যৰে আকৌ এবাৰ চৰ্চালৈ আহিছে। প্ৰাপ্ত তথ্য অনুসৰি, দেশৰ আটাইতকৈ স্পৰ্শকাতৰ বিষয় হিচাবে জনাজাত অযোধ্যাৰ ৰাম মন্দিৰক লৈ সৰস্বতীয়ে বিজেপি-আৰ.এছ.এছ.ৰ চৰকাৰে মন্দিৰ বনাব নোৱাৰে, বৰঞ্চ তেওঁলোকৰ দৰে ৰামভক্তইহে এনে কাম কৰিব পাৰিব …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., ডিব্ৰুগড়, ৩০ এপ্ৰিল, ২০১৮ঃ- দেওবাৰে সদৌ তাই আহোম ছাত্ৰ সন্থা চমুকৈ আটাছুৰ ডিব্ৰুগড় জিলাৰ সমিতিৰ সভাপতি মিনাৰাম গগৈৰ মৃত্যু ঘটে। প্ৰাপ্ত তথ্য অনুসৰি, উচ্চ ৰক্তচাপজনিত কাৰণত বিগত কেইবাদিনো ধৰি ডিব্ৰুগড়ৰ আদিত‍্য হস্পিতালত চিকিৎসাধীন হৈ থকা ডিব্ৰুগড়ৰ সৰবৰহী যুৱক আটাছু নেতাগৰাকীয়ে দেওবাৰে ঘৰলৈ ওভতাই নিয়াৰ পথত টেঙাখাটত শেষ নিশ্বাস ত‍্যাগ কৰে। …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., কলিয়াবৰ, ৩০ এপ্ৰিল, ২০১৮ঃ- সোমবাৰে কলিয়াবৰত অসম বৈদিক বৈষ্ণৱ মহাসভাৰ কেন্দ্ৰীয় কাৰ্যালয় আৰু সাংস্কৃতিক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হয়। প্ৰাপ্ত তথ্য অনুসৰি, কলিয়াবৰৰ নলতলিৰ আৰিমৰাৰ চৰকাৰী আৱন্টিত ভূমিত নিৰ্মাণ হ’বলগীয়া অসম বৈদিক বৈষ্ণৱ মহাসভাৰ কেন্দ্ৰীয় কাৰ্যালয় আৰু সাংস্কৃতিক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই। উল্লেখযোগ্য যে, …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., টীয়ক, ৩০ এপ্ৰিল, ২০১৮ঃ- সোমবাৰে যোৰহাটত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত এজন লোক নিহত হোৱাৰ বিপৰীতে দুজন আহত হয়। প্ৰাপ্ত তথ্য অনুসৰি, জিলাখনৰ টীয়কত এখন টাটা এ.চি.ই.ৰ সৈতে এখন তীব্ৰবেগী ট্ৰাকৰ মুখামুখি সংঘৰ্ষত এ.চি.ই. গাড়ীখন সম্পূৰ্ণৰূপে বিধ্বস্ত হয়। উল্লেখযোগ্য যে, দুৰ্ঘটনাটোত এজন লোকৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে দুজন গুৰুত্বৰভাৱে আহত হয়। আহত দুয়োজন ব্যক্তিক ততাতৈয়াকৈ …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., ধুবুৰী, ৩০ এপ্ৰিল, ২০১৮ঃ- দেশত অভাৱনীয় হাৰত বৃদ্ধি পাব ধৰা ধৰ্ষণ ৰোধ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ধৰ্ষণবিৰোধী আইন প্ৰৱৰ্তন কৰাৰ সময়তেই এটা দুৰ্বৃত্তই এগাৰাকী নাবালিকাক ধৰ্ষণ কৰি হত্যা কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি, জিলাখনৰ বিলাসীপাৰাৰ ৰাণীগঞ্জ পুৰনি লাউপাৰাত গৌৰী শঙ্কৰ নাথ নামৰ এটি নৰপিশাচে এগৰাকী ৭ বছৰীয়া নাবালিকা …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই.,গুৱাহাটী, ৩০ এপ্ৰিল, ২০১৮ঃ- অৱশেষত কৰ্মজীৱনৰ অন্তিমটো দিনত উপনীত হ’ল ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধান মুকেশ সাহাই। প্ৰাপ্ত তথ্য অনুসৰি, অন্তিমটো দিনত কাহিলিপাৰাৰ চতুৰ্থ আৰক্ষী বাহিনীত আৰক্ষী জোৱানসকলে এক বিদায়ী পেৰেডৰ জৰিয়তে বিদায় অভিবাদন জ্ঞাপন কৰে। উল্লেখযোগ্য যে, ১৯৮৪ বৰ্ষৰ আই.পি.এছ. বিষয়াগৰাকীৰ অৱসৰৰ পাছতেই অহা ১ মে’, ২০১৮ তাৰিখৰ পৰা ৰাজ্যৰ নতুন আৰক্ষী সঞ্চালকপ্ৰধান হিচাবে দায়িত্বভাৰ চম্ভালিব …