ডিমৌত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণ গ’ল এজনৰ; আহত ২


ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., ডিমৌ, ১ এপ্ৰিল, ২০১৮ঃ- দেওবাৰে ডিমৌত এক পথ দুৰ্ঘটনা সংঘটিত হয়। প্ৰাপ্ত তথ্য অনুসৰি, ডিমৌৰ সমীপৰ চেপন চকলীয়াত এখন তীব্ৰবেগী ডাম্পাৰ আৰু এখন ট্ৰাকৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত পথ দুৰ্ঘটনাটোত থিতাতে এজন নিহত হোৱাৰ বিপৰীতে আন দুজন গুৰুত্বৰভাৱে আহত হয়।। উল্লেখযোগ্য যে, বাতৰি লিখা পৰলৈকে নিহত লোকজনৰ পৰিচয় জানিব পৰা হোৱা নাই।

Previous আন পুৰুষৰ সৈতে থকা অবৈধ সম্পৰ্কৰ বাবে তিতাবৰত পত্নীক ঘঁপিয়ালে স্বামীয়ে
Next ২ এপ্ৰিলত অনুসূচীত জাতি-জনজাতি সংগঠনৰ উদ্যোগত ভাৰত বন্ধ

Suggested Posts

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *