Posts in

Archives


নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলকৰণৰ দাবীৰে গুৱাহাটী অগপ আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যুটীয়া সহযোগত জোঁৰ সমদল

Read More

গহপুৰত বিজেপিৰ বিশাল ৰাজহুৱা সভা; মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাসহ বহুকেইজন মন্ত্ৰী-বিধায়কৰ অংশগ্ৰহণ

Read More

বৃ্হস্পতিবাৰে অসম সাহিত্য সভাৰ সৌজন্যত ‘চন্দ্রমোহন-অৰুণপ্রভা সোঁৱৰণি গ্রন্থ বিপনি’ আৰু ‘সর্বেশ্বৰ শর্মা কটকী সোঁৱৰণি অভিলেখাগাৰ’ উদ্বোধন; শিক্ষামন্ত্ৰীৰ অংশগহণ

Read More

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ৩১ মে’, ২০১৮ঃ- নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলকৰণৰ বাবে গুৱাহাটী অগপ আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এক প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে। প্ৰাপ্ত তথ্য অনুসৰি, বিধেয়কখনৰ বিৰোধিতাৰে বৃ্হস্পতিবাৰে ৰাজ্যখনৰ একমাত্ৰ আঞ্চলিক দল আৰু ছাত্ৰ সংগঠনটোৰ মহানগৰ সমিতিৰ লগতে ৬ নং ৱাৰ্ড শাখাৰ যুটীয়া সহযোগত বৰাগাঁৱত এক জোঁৰ সমদল উলিওৱা পৰিলক্ষিত হয়। উল্লেখযোগ্য যে, উক্ত …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গহপুৰ, ৩১ মে’, ২০১৮ঃ- বৃ্হস্পতিবাৰে বিশ্বনাথত বিজেপিৰ এখন বিশাল ৰাজহুৱা সভা অনুষ্ঠিত হয়। প্ৰাপ্ত তথ্য অনুসৰি, জিলাখনৰ গহপুৰত আয়োজিত গেৰুৱা দলটোৰ ৰাজহুৱা সভাখনত মুখ্য অতিথিৰূপে উপস্থিত থাকে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। উল্লেখযোগ্য যে, উক্ত ৰাজহুৱা সভাখনত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে নগৰখনৰ বাট-পথসমূহৰ উন্নয়নৰ বাবে ৭৫ কোটি টকাৰ অনুমোদনৰ কথা ঘোষণা কৰে। আনহাতে, …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ৩১ মে’, ২০১৮ঃ- বৃ্হস্পতিবাৰে ‘চন্দ্রমোহন-অৰুণপ্রভা সোঁৱৰণি গ্রন্থ বিপনি’ আৰু ‘সর্বেশ্বৰ শর্মা কটকী সোঁৱৰণি অভিলেখাগাৰ’ উদ্বোধন হয়। প্ৰাপ্ত তথ্য অনুসৰি, গুৱাহাটীৰ সংগীতাচার্য্য লক্ষ্মীৰাম বৰুৱা সদনত অসম সাহিত্য সভাৰ সৌজন্যত অনুষ্ঠিত অনুষ্ঠানটোত গ্ৰন্থ বিপনি আৰু অভিলেখাগাৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই উদ্বোধন কৰে| উল্লেখযোগ্য যে, উক্ত উদ্বোধনী অনুষ্ঠানটোত শিক্ষামন্ত্ৰীগৰাকীৰ অসম সাহিত্য সভাৰ সভাপতি ডঃ পৰমানন্দ ৰাজবংশীসহ …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ৩১ মে’, ২০১৮ঃ- বৃহস্পতিবাৰে অসম বাওঁ গণতান্ত্ৰিক মঞ্চ আৰু নাগৰিকত্ব আইন সংশোধনবিৰোধী মঞ্চই এক প্ৰতিবাদী কাৰ্য্যসূচী পালন কৰে। প্ৰাপ্ত তথ্য অনুসৰি, নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ প্ৰত্যাহাৰৰ দাবীত মহানগৰীৰ লক্ষীধৰ বৰা ক্ষেত্ৰত দুয়োখন মঞ্চৰ যৌথ উদ্যোগত অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী পালন কৰা হয়।উল্লেখযোগ্য যে, বিধেয়কখনৰ বিৰোধিতাৰে উক্ত প্ৰতিবাদী কাৰ্য্যসূচীটোত অংশগ্ৰহণ কৰি ৰাজ্যৰ দুই …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ৩১ মে’, ২০১৮ঃ- বৃ্হস্পতিবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কামাখ্যা মন্দিৰ পৰিদৰ্শন কৰে। প্ৰাপ্ত তথ্য অনুসৰি, পুৱা মন্দিৰ পৰিদৰ্শনৰ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে আগন্তুক অম্বুবাচী মেলাৰ প্ৰস্তুতি সন্দৰ্ভত দলেৰ কাৰ্যালয়ত এখনি গুৰুত্বপূৰ্ণ বৈঠকত আয়োজন কৰে। উল্লেখযোগ্য যে, উক্ত বৈঠকত মুখ্যমন্ত্ৰীগৰাকীৰ লগতে মন্ত্ৰী চন্দন বহ্ম, তপন গগৈৰ ওপৰিও পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ৩১ মে’, ২০১৮ঃ- বৃ্হস্পতিবাৰে কালিৰাম বৰুৱা ছোৱালী উচ্চতৰ মাধ্যমিকৰ নৱনিৰ্মিত ভৱনটি উন্মোচন কৰা হয়। প্ৰাপ্ত তথ্য অনুসৰি, ভৰলুস্থিত ছোৱালী বিদ্যালয়খনৰ এই ভৱনটো উন্মোচন কৰে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই। উল্লেক্হযোগ্য যে, শিক্ষামন্ত্ৰীগৰাকীয়ে নিজৰ ভাষণ প্ৰসংগত ভৱনটিৰ নির্মাণে বিদ্যালয়খনৰ শৈক্ষিক দিশত এক নৱ-চেতনাৰ উন্মেষ ঘটোৱাৰ আশা ব্যক্ত কৰাৰ লগতে বিদ্যালয়খনৰ সমূহ শিক্ষক-শিক্ষয়ত্রী, ছাত্র-ছাত্রী …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., মৰিয়নী, ৩১ মে’, ২০১৮ঃ- ৰাজনৈতিক জীৱনৰ মাজতেই মানৱীয় প্ৰমূল্যবোধৰ চূড়ান্ত নিদৰ্শনেৰে সকলোৰে হৃদয় জিনিবলৈ সক্ষম হ’ল বিধায়ক ৰূপজ্যোতি কুৰ্মী। প্ৰাপ্ত তথ্য অনুসৰি, বৃ্হস্পতিবাৰে মৰিয়নী সমষ্টিৰ দেবেৰাপাৰ চাৰিআলিৰ অতিকৈ দুখীয়া আৰু অকলশৰীয়া পৰিয়ালৰ এজন ব্যক্তি দীলিপ দে’ৰ মৃত্যু হোৱাত তেখেতৰ অন্তোষ্টিক্ৰিয়াৰ বাবে মানুহৰ অভাৱ হোৱাত ব্যক্তিজনৰ ক্ৰিয়াকৰ্মৰ বাবে  স্থানীয় বিধায়কগৰাকী আগবাঢ়ি আহে৷ উল্লেখযোগ্য …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱ্হাটী, ৩১ মে’, ২০১৮ঃ- ৰাজ্যজুৰি ঘোষিত হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। প্ৰাপ্ত তথ্য অনুসৰি, অসম উচ্চতৰ মাধ্যমিক শিক্ষা সাংসদৰ তৰফৰ পৰা বৃ্হস্পতিবাৰে পুৱা ৯ বাজি ৩০ মিনিটত ১৮ টা ৱেবচাইটযোগে পৰীক্ষাৰ্থী তথা অভিভাৱকসকললৈ ফলাফলসমূহ আগবঢ়োৱা হয়। উল্লেখযোগ্য যে, ঘোষিত হোৱা ফলাফল মতে, কলা শাখাত ৪৮৭ নম্বৰ অৰ্জনেৰে নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজৰ সম্প্ৰীতি ৰাজখোৱা …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., কলিয়াবৰ, ৩১ মে’, ২০১৮ঃ- সমগ্ৰ ৰাজ্যবাসীলৈ এটি সুখবৰ। কাৰণ অসমৰ এগৰাকী ছাত্ৰীৰ পেইন্টিঙে আন্তঃৰাষ্টীয় পৰ্য্যায়ত বিশেষভাৱে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, নগাওঁ জিলাৰ কলিয়াবৰ মহাবিদ্যালয়ৰ ছাত্ৰী কংকনা সোণোৱালৰ পেইণ্টিংখনে এক আন্তঃৰাষ্ট্ৰীয় নিমন্ত্ৰণ লাভ কৰিছে। উল্লেখযোগ্য যে, নগাঁও জিলাৰ আগশাৰীৰ মহাবিদ্যালয়খনৰ বিজ্ঞান শাখাৰ বায়’টেকনলজি বিভাগৰ স্নাতক পাঠ্যক্ৰমৰ ষষ্ঠ চেমিষ্টাৰৰ ছাত্ৰীগৰাকীয়ে …

মিৰ্জাৰ পৰা ৰীতা ডাকুৱাৰ প্ৰতিবেদন, ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., ৩০ মে’, ২০১৮ঃ- বন বিভাগৰ নিৰ্লিপ্ততাত দক্ষিণ কামৰূপত মুকলিকৈ চলিছে বন ধ্বংসজজ্ঞ। প্ৰাপ্ত তথ্য অনুসৰি, কামৰূপ জিলাৰ অসম-মেঘালয় সীমান্তত অৱস্থিত চানডুবি বিলৰ চৌদিশে চলি থকা মুকলি বন ধ্বংসৰ ফলত ৰাজ্যিক বন বিভাগে বনজ সম্পদ সংৰক্ষণৰ বাবে কোটিটকীয়া আঁচনিসমূহ ধোৱাচাঙত উঠা পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে, অঞ্চলটোৰ একাংশ  …