Posts in

Archives


মহিলা হকী বিশ্বকাপ ভাৰতীয় দলৰ জয়যাত্ৰা; আমেৰিকাৰ সৈতে ড্ৰ খেলি প্লে অফত প্ৰৱেশ

Read More

ঋত্বিক ৰৌছনৰ বোলছবি ‘চুপাৰ ৩০’ৰ কাহিনী সম্পৰ্কে লেখক বীজু মৈথ্যুৰ অনুভৱ প্ৰকাশ

Read More

মানকাছাৰত পাৰিবাৰিক কন্দলৰ কৰুণ পৰিণতি; পত্নীক হত্যাৰ কৰি স্বামীৰ আত্মহননৰ প্ৰচেষ্টা

Read More

অনলাইন ডেস্ক.,ৰিপাব্লিক এন. ই., লণ্ডন, ৩০ জুলাই, ২০১৮ঃ- মহিলা হকী বিশ্বকাপত প্লে’ অফলৈ উন্নীত হ’ল ভাৰতবৰ্ষ। প্ৰাপ্ত তথ্য অনুসৰি, লণ্ডনত অনুষ্ঠিত হৈ থকা ক্ৰীড়া সমাৰোহখনৰ ৰবিবাৰে হোৱা গ্ৰুপৰ অন্তিমখন খেলত ভাৰতীয় মহিলা হকী দলটোৱে আমেৰিকাৰ সৈতে ১-১ গলত ড্ৰ খেলি বিশ্বকাপৰ প্লে-অফত প্ৰৱেশ কৰে। উল্লেখযোগ্য যে,।ভাৰতীয় দলটোৰ হৈ অধিনায়ক ৰাণী ৰামপালে গল কৰাৰ বিপৰীতে আমেৰিকাৰ …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ৩০ জুলাই, ২০১৮ঃ- ‘চুপাৰ ৩০ কোচিঙ’ৰ সংস্থাপক তথা গণিত শিক্ষক আনন্দ কুমাৰৰ জীৱনৰ আধাৰত নিৰ্মিত বোলছবি ‘চুপাৰ ৩০’ৰ সম্পৰ্কে লেখক বীজু মৈথ্যুৱে নিজৰ অনুভৱ প্ৰকাশ কৰে। প্ৰাপ্ত তথ্য অনুসৰি, বোলছবিখনৰ সম্পৰ্কে অনুভৱ ব্যক্ততাৰে লেখকগৰাকীয়ে ছবিখনক যথেষ্ট মনোৰঞ্জনধৰ্মী বুলি প্ৰকাশ কৰে। উল্লেখযোগ যে, বলিউডৰ অন্যতম জনপ্ৰিয় অভিনেতা ঋত্বিক ৰৌছনে মুখ্য …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., মানকাছাৰ, ৩০ জুলাই, ২০১৮ঃ- পাৰিবাৰিক কন্দলৰ কৰুণ পৰিণতিস্বৰূপে মানকাছাৰত সংঘটিত হ’ল এক নৃশংস হত্যাকাণ্ড। প্ৰাপ্ত তথ্য অনুসৰি, মানকাছাৰৰ জাওদাঙাত আফজল হক নামৰ এজন ব্যক্তিয়ে সোমবাৰে পুৱতি নিশা নিজৰ পত্নীক হত্যা কৰি আত্মহননৰ চেষ্টা কৰে। উল্লেখযোগ্য যে, ঘটনাটো সংঘটিত হোৱাৰ পাছত ওচৰ-চুবুৰীয়াই ব্যক্তিজনক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আনহাতে, …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., ৩০ জুলাই, ২০১৮ঃ- জনজাতিকৰণৰ দাবীৰে নতুন দিল্লীত অনশনত বহিছে অসমৰ ছয় জনগোষ্ঠীৰ জনগোষ্ঠীয় ঐক্যমঞ্চ। প্ৰাপ্ত তথ্য অনুসৰি, সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত জনজাতিৰ মৰ্যদা প্ৰদানৰ বাবে দিল্লীৰ জন্তৰ-মন্তৰত সোমবাৰে টাই আহোম, মৰাণ, মটক, চুতীয়া, কোঁচ ৰাজবংশী আৰু চাহ জনগোষ্ঠীয় সংগঠনসমূহৰ উমৈহতীয়া মঞ্চই উক্ত কাৰ্যসূচী ৰূপায়ণ কৰিছে। উল্লেখযোগ্য যে, জনজাতিকৰণৰ বাবে সংগঠনকেইটাই …

কলিয়াবৰৰ পৰা অমূল্য বৰাৰ প্ৰতিবেদন, ৰিপাব্লিক এন. ই., ৩০ জুলাই, ২০১৮ঃ- যুদ্ধকালীন ক্ষীপ্ৰতাৰে কলিয়াবৰৰ এন.আৰ.চি.ৰ সেৱাকেন্দ্ৰসমূহলৈ প্ৰেৰণ কৰা হৈছে সম্পূৰ্ণ খচৰা তালিকা। প্ৰাপ্ত তথ্য অনুসৰি, কলিয়াবৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ পৰা এক কটকটীয়া সুৰক্ষা বেষ্টনীৰ মাজেৰে উক্ত খচৰা তালিকা প্ৰেৰণ কৰা হৈছে। উল্লেখযোগ্য যে, কলিয়াবৰ মহকুমাত অতিৰিক্ত নিৰাপত্তাৰ বাবে সুৰক্ষা বাহিনীৰ তিনিটা অতিৰিক্ত প্লাটুন নিয়োজিত কৰা হৈছে। ইয়াৰোপৰি, …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ৩০ জুলাই, ২০১৮ঃ- মাত্ৰ কেইটামান মুহূৰ্তৰ পাছতেই অসম আৰু অসমীয়াৰ এক বহুদিনীয়া সপোন বাস্তৱায়িত হ’ব। কাৰণ পুৱা ১০ বজাৰ লগে লগে সমগ্ৰ ৰাজ্যজুৰি প্ৰকাশিত হ’ব ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চমুকৈ এন.আৰ.চি.ৰ সম্পূৰ্ণ খচৰাখন। প্ৰাপ্ত তথ্য অনুসৰি, পূৰ্ণাংগ খচৰা প্ৰকাশৰ প্ৰাকমুহূৰ্তত দহখন জিলাত ঘোষণা কৰা হৈছে ১৪৪ ধাৰাৰ। উল্লেখযোগ্য যে, নাগৰিকপঞ্জীৰ প্ৰকাশৰ …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., ২৯ জুলাই, ২০১৮ঃ- আৰুকেইটামান ঘণ্টাৰ পাছতেই সমগ্ৰ অসমবাসী উপনীত হ’ব এক ঐতিহাসিক ক্ষণত। কাৰণ কাইলৈ অৰ্থাৎ ৩০ জুলাইৰ পুৱা ১০ বজাৰ লগে লগে ৰাজ্যজুৰি প্ৰকাশ পাব ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চমুকৈ এন.আৰ.চি.ৰ পূৰ্ণাংগ খচৰা। উল্লেখযোগ্য যে, অবৈধ নাগৰিকৰ পয়োভৰেৰে কোঙা কৰি পেলোৱাৰ উপক্ৰম কৰি তোলা অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ একমাত্ৰ দলিলৰূপে …

গোলাঘাটৰ পৰা নবীন গোহাঁইৰ প্ৰতিবেদন, ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., ২৯ জুলাই, ২০১৮ঃ- দেওবাৰে গোলাঘাটত সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় অনুষ্ঠান অৰ্থাৎ কবিতা আবৃত্তিৰ কৰ্মশালা ‘কবিকন্ঠ’ অনুষ্ঠিত হয়। প্ৰাপ্ত তথ্য অনুসৰি, গোলাঘাট জিলা কবি সন্মিলনৰ উদ্যোগত তথা গোলাঘাট সদৰ কবি সন্মিলন আৰু হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ৰ সহযোগত গোলাঘাট হেমপ্ৰভা ছোৱালী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত উক্ত অনুষ্ঠানটো অনুষ্ঠিত হৈ …

বাক্সাৰ পৰা গুঞ্জন দাসৰ প্ৰতিবেদন, ডিজিটেল ডেস্ক, ৰিপাব্লিক এন.ই., ২৯ জুলাই, ২০১৮ঃ- বজালীৰ কঠালমূৰীঘাটত আয়োজিত নৃত্য কৰ্মশালাৰ অৱশেষত সামৰণি পৰে। প্ৰাপ্ত তথ্য অনুসৰি, নৱমিলন সংঘৰ উদ্যোগত বিগত ৯ জুলাইৰ পৰা অনুষ্ঠিত হৈ থকা নৃত্য কৰ্মশালাটিৰ দেওবাৰে আনুষ্ঠানিক পৰিসমাপ্তি ঘটে। উল্লেখযোগ্য যে, উক্ত কৰ্মশালাটোত প্ৰশিক্ষাৰ্থীসকলক নৃত্য প্ৰশিক্ষণ প্ৰদান কৰিছিল ভ্ৰাম্যমাণ থিয়েটাৰৰ সু-পৰিচিত নৃত্যশিল্পী ভূৱনেশ্বৰ দাসে। আনহাতে, …

অনলাইন ডেস্ক, ৰিপাব্লিক এন. ই., ২৯ জুলাই, ২০১৮ঃ- ৭৫ বছৰৰ দেওনা অতিক্ৰম কৰাৰ পাছত যি সময়ত বলিউডৰ বহু অভিনেতা-অভিনেত্ৰীয়ে আৰামী চকীত বহি জিৰণি লৈছে, তেনে সময়তেই বয়সৰ বাধাক নেওচি সকলোৰে চৰ্চালৈ আহিছে অমিতাভ বচ্চন। প্ৰাপ্ত তথ্য অনুসৰি, অতি শীঘ্ৰে মুক্তি লাভ কৰিবলগীয়া চলচিত্ৰ ‘ব্ৰহ্মাস্ত্ৰ’ৰ শ্বুটিঙত নিশা ৩ বজা পৰ্যন্ত ব্যস্ত আছে ‘বিগ বি’ খ্যাত অভিনেতাজন। …