সোৱাদৰ সন্ধানত মনোৱাৰাঃ প্ৰথম খণ্ড


ৰিপাব্লিক এন. ই., ডট কমত নতুনকৈ সংযোজিত হ’ল দৃশ্য-শ্ৰাৱ্য অনুষ্ঠান ‘সোৱাদৰ সন্ধানত মনোৱাৰা’। এই অনুষ্ঠানটোৰ প্ৰথমটি খণ্ডত গুৱাহাটীস্থিত ব্যৱসায়ী জাৱেদ আলি বৰাই দৰ্শকসকলক উদ্দেশ্যি তেখেতৰ হাতৰ বিশেষ ৰেচিপি ‘চিকেন কুৰ্মা’ তৈয়াৰ কৰি দেখুওৱায়। আপুনিও ৰিপাব্লিক এন. ই.ৰ এই বিশেষ খাদ্যৰ অনুষ্ঠানটিত অংশগ্ৰহণ কৰি নিজৰ হাতৰ সু-স্বাদু খাদ্য সম্পৰ্কে আমাৰ দৰ্শকসকলক অৱগত কৰিব পাৰে। এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ +৯১-৯৭০৬১-৬১৫১২, +৯১-৯৭০৬২-৫৭৭৮৫ নম্বৰত যোগাযোগ অথবা আমাৰ ই-মেইল republicne2017@gmail.com ত মেইল প্ৰেৰণ কৰিবলৈ অনুৰোধ জনোৱা হ’ল।

Previous ক্ষেত্ৰীত সংঘটিত পথ দুৰ্ঘটনাত এজন নিহত; আহত ১
Next লাহৰীঘাটত পথৰ ওপৰেদি নৌকা চলাই তীব্ৰ প্ৰতিবাদ

1 Comment

  1. junmoni
    07/05/2018
    Reply

    খুউব সুন্দর

Leave a reply

Your email address will not be published. Required fields are marked *