Posts in

Archives


শিৱসাগৰৰ ৰূপহীমুখত সংঘটিত পথ দুৰ্ঘটনাত এজন নিহত

Read More

নাগৰিকপঞ্জী সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত গুৰুত্বপূৰ্ণ শুনানি সম্পন্ন; ৫ ছেপ্টেম্বৰত পৰৱৰ্তী শুনানি

Read More

ৰাজ্যিক গড়কাপ্তানী মন্ত্ৰী তপন কুমাৰ গগৈৰ শিৱসাগৰ নগৰ-বালিঘাট সংযোগী নাজিৰা আলিৰ আধাৰশিলা স্থাপন

Read More

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., শিৱসাগৰ, ২৮ আগষ্ট, ২০১৮ঃ- মঙলবাৰে শিৱসাগৰ নগৰত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। প্ৰাপ্ত তথ্য অনুসৰি, নগৰখনৰ ৰূপহীমুখত এখন তীব্ৰবেগী বাহনৰ খুন্দাত এজন যুৱকৰ প্ৰাণহানি হয়। উল্লেখযোগ্য যে,শিৱসাগৰৰ ৰূপহীমুখত সংঘটিত পথ দুৰ্ঘটনাত এজন নিহতশিৱসাগৰৰ ৰূপহীমুখত সংঘটিত পথ দুৰ্ঘটনাত এজন যুৱকে প্ৰাণ হেৰুওৱায়। আনহাতে, নিহত যুৱকজনৰ নাম জিণ্টু দাস বুলি জানিব পৰা …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., দিল্লী, ২৮ আগষ্ট, ২০১৮ঃ-ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চমুকৈ এন.আৰ.চি. সন্দৰ্ভত মঙলবাৰে উচ্চতম ন্যায়ালয়ত এক গুৰুত্বপূৰ্ণ শুনানি হয়। প্ৰাপ্ত তথ্য অনুসৰি, মঙলবাৰে অনুষ্ঠিত শুনানিৰ সময়ত এন.আৰ.চি.ৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই নাগৰিকপঞ্জীৰ লিগেচী ডাটা ব্যৱহাৰত অনিয়ম সংঘটিত হোৱা কথা স্বীকাৰ কৰাৰ পাছতেই ৰঞ্জন গগৈ আৰু আৰ. এফ. ৰহিমনৰ খণ্ড বিচাৰপীঠে সমন্বয়কগৰাকীক ভুল লিগেচীৰে নাম অন্তৰ্ভুক্ত কৰা …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., শিৱসাগৰ, ২৮ আগষ্ট, ২০১৮ঃ- শিৱসাগৰ নগৰবাসীৰ এক বহূদিনীয়া সমস্যাই সমাধানৰ দিশত আগবাঢ়িছে। প্ৰাপ্ত তথ্য অনুসৰি, মঙলবাৰে অসম চৰকাৰৰ ৰাজ্যিক গড়কাপ্তানী মন্ত্ৰী তপন কুমাৰ গগৈয়ে শিৱসাগৰ নগৰৰ-বালিঘাট সংযোগী নাজিৰা আলিৰ আধাৰশিলা স্থাপন কৰে। উল্লেখযোগ্য যে, দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ হৈ থকা পথটোৰ আধাৰশিলা স্থাপনে নগৰখনৰ যাতায়ত ব্যৱস্থাৰ ক্ষেত্ৰত বহুদিনৰ পৰা সৃষ্টি হৈ থকা …

কলিয়াবৰৰ পৰা অমূল্য বৰাৰ প্ৰতিবেদন, ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., ২৮ আগষ্ট, ২০১৮ঃ- মঙলবাৰে মিছা আৰক্ষীয়ে কেকোঁসাপৰ চোৰাং ব্যৱসায়ীৰ বিৰুদ্ধে এক অভিযান সম্পন্ন কৰে। প্ৰাপ্ত তথ্য অনুসৰি, মিছা আৰক্ষীয়ে মঙলবাৰে এক অভিযান চলাই মিছা-কেলিডেন চাহ বাগিছা সংযোগী পথৰ পৰা দুষ্প্ৰাপ্য কেকোঁসাপসহ জিয়াৰুল হক, ইম্ৰাদুল ইছলাম আৰু নজৰুল ইছলাম নামৰ তিনি সৰবৰাহকাৰীক আটক কৰে। উল্লেখযোগ্য যে, ধৃত তিনিওৰে …

গোলাঘাটৰ পৰা নবীন গোহাঁইৰ প্ৰতিবেদন, ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., ২৭ আগষ্ট, ২০১৮ঃ- গোলাঘাট জিলাৰ বাদুলীপাৰত দিনক দিনে বাঢ়িব ধৰিছে পানীত পৰি মৃত্যু হোৱা শিশুৰ সংখ্যা। মাত্ৰ এটা সপ্তাহতেই  তিনিটাকৈ শিশুৱে পানীত পৰি মৃত্যুক আকোঁৱালি ল’ব লগা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি, বাদুলীপাৰ গৰিয়াজান বাগিছাত একেটা পৰিয়ালৰ দুটা শিশু পানীত পৰি মৃত্যু হোৱা ঘটনা …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ২৬ আগষ্ট, ২০১৮ঃ- দেওবাৰে পুৱা গুৱাহাটী মহানগৰীত এক হাফ মাৰাথন সম্পন্ন হয়। প্ৰাপ্ত তথ্য অনুসৰি, আই.আই.টি. গুৱাহাটীৰ উদ্যোগত দিছপুৰৰ ভোগেশ্বৰী ফুকননী ইনড’ৰ ষ্টেডিয়ামৰ পৰা ‘ৰান ফ’ৰ ডিজিটেল ইণ্ডিয়া’ শীৰ্ষক হাফ মাৰাথনটি আৰম্ভ হয়। উল্লেখযোগ্য যে, উক্ত মাৰাথনৰ ফ্লেগ অফ কৰে অসয চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্তই।

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., হাউলি, ২৬ আগষ্ট, ২০১৮ঃ- অসম বিজ্ঞান সমিতিৰ হাউলি শাখাৰ ৰূপালী জয়ন্তী উদযাপনৰ সামৰণি অনুষ্ঠানটো সম্পন্ন হৈ যায়। প্ৰাপ্ত তথ্য অনুসৰি, হাউলি জুনিয়ৰ কলেজত দেওবাৰে উক্ত অনুষ্ঠানটো অনুষ্ঠিত হয়। উল্লেখযোগ্য যে, অনুষ্ঠানটোৰ লগত সংগতি ৰাখি আয়োজিত মুকলি সভাত অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্তৰ লগতে হাউলিৰ সু-সন্তান তথা মৰিগাঁও জিলাৰ উপায়ুক্ত হেমেন …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., চামগুৰি, ২৬ আগষ্ট, ২০১৮ঃ- দেওবাৰে চামগুৰিত এক পথ দুৰ্ঘটনা সংঘটিত হয়। প্ৰাপ্ত তথ্য অনুসৰি, চামগুৰীৰ হেমাৰবৰিত নগাঁৱৰ পৰা জখলাবন্ধা অভিমুখে আহি থকা এখন ইণ্ডিকাক এখন যাত্ৰীবাহী বাছে পাছফালৰ পৰা খুন্দা মাৰে। উল্লেখযোগ্য যে, উক্ত দুৰ্ঘটনাটোত ভাগ্যক্ৰমে ইণ্ডিকাৰ আৰোহী দুজনৰ প্ৰাণ ৰক্ষা পৰে।

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., ধুবুৰী, ২৬ আগষ্ট, ২০১৮ঃ- ধুবুৰীত দেওবাৰে আৰক্ষীৰ এক অভিযানত বৃহৎ পৰিমাণৰ অবৈধ নিচাযুক্ত টেবলেটসহ এজন লোক আটক হয়। প্ৰাপ্ত তথ্য অনুসৰি, জিলা উপ-আৰক্ষী অধীক্ষক ত্ৰিণয়ন ভূঞা আৰু নগৰ উপ-পৰিদৰ্শক হীৰক শইকীয়াৰ নেতৃত্বত গৌৰীপুৰত সম্পন্ন হোৱা অভিযানটোত আৰক্ষীয়ে ৪০ টা ষ্ট্ৰিপ অবৈধ নিচাযুক্ত টেবলেট ও বহু পৰিমাণৰ ক’ফ চিৰাপসহ মনোৱাৰ হুছেইন নামৰ এজন …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., শিৱসাগৰ, ২৬ আগষ্ট, ২০১৮ঃ- এক বিশাল যোগদান সমাৰোহৰ জৰিয়তে শিৱসাগৰত ‘ঐক্য সেনা অসম’ত প্ৰায় দহ সহস্ৰাধিক লোকে যোগদান কৰে। প্ৰাপ্ত তথ্য অনুসৰি, সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনইয়ন চমুকৈ আমছুৰ সদ্য পদত্যাগী কেন্দ্ৰীয় সম্পাদক ফৰিদ ইছলাম হাজৰিকাৰ নেতৃত্বত শিৱসাগৰৰ কোৱঁৰপুৰস্থিত শাস্ত্ৰীজী খেলপথাৰত উক্ত যোগদান সমাৰোহ সম্পন্ন হয়। উল্লেখোযোগ্য যে, একালত উজনি …