খাৰুপেটীয়াত আমছুৰ দৰং জিলা সমিতিৰ উদ্যোগত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আৰু ‘ডি’ ভোটাৰ সম্পৰ্কীয় বিশাল সজাগতা সভা সম্পন্ন


ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., খাৰুপেটীয়া,  ১১ আগষ্ট, ২০১৮ঃ- শনিবাৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ দৰং জিলা সমিতিৰ উদ্যোগত এখন বিশাল সজাগতা সভা অনুষ্ঠিত হয়। প্ৰাপ্ত তথ্য অনুসৰি, সংগঠনটোৰ উদ্যোগত খাৰুপেটীয়া মহাবিদ্যালয়ৰ খেলপথাৰত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আৰু ‘ডি’ ভোটাৰ সম্পৰ্কীয় সজাগতা সভাখন সম্পন্ন হয়। উল্লেখযোগ্য যে, আমছুৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম চৰকাৰ আৰু সাধাৰণ সম্পাদক আব্দুৰ ৰহমান বিশ্বাস উপস্থিত থকা উক্ত সভাখনৰ জৰিয়তে উপস্থিত জনসাধাৰণক বিষয়বস্তুৰ ওপৰত বিভিন্ন সজাগতামূলক বক্তব্য আগবঢ়োৱা হয়।

Previous ‘প্ৰজন্ম’ৰ উদ্যোগত গোলাঘাটৰ বানাক্ৰান্ত অঞ্চলৰ মেধাৱী ছাত্ৰক কিতাপ-বহী প্ৰদান
Next লক্ষীমপুৰ কেন্দ্ৰীয় মহাবিদ্যালয়ত ডিজিটেল লাইব্ৰেৰী উন্মোচন; সাংসদ প্ৰদান বৰুৱা, বিধায়ক উৎপল দত্তৰ অংশগ্ৰহণ

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *