Posts in

Archives


বিশিষ্ট কন্ঠশিল্পী মানস ৰবীন আৰু শিৱসাগৰৰ স্বেচ্ছাসেৱী সংগঠন ‘ৰেচকিউ’ৰ ব্যতিক্ৰমী পদক্ষেপ; ‘স্বপ্নালয়’ৰ অনাথ শিশুক ‘ভিলেজ ৰকষ্টাৰছ’ উপভোগৰ সুযোগ

Read More

কঁহৰাৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুত্বৰভাৱে আহত দুজন

Read More

চলিত বৰ্ষৰ শেষৰভাগত ভ্ৰাম্যমাণক চিৰবিদায় অভিনেত্ৰী গায়ত্ৰী মহন্তৰ

Read More

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., শিৱসাগৰ, ৩০ ছেপ্টেম্বৰ, ২০১৮ঃ- অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মানস ৰবীন আৰু শিৱসাগৰৰ স্বেচ্ছাসেৱী সংগঠন ‘ৰেচকিউ’ৱে দেওবাৰে এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰে। প্ৰাপ্ত তথ্য অনুসৰি, স্বেচ্ছাসেৱী সংগঠনটোৰ উপদেষ্টা তথা জনপ্ৰিয় শিল্পীগৰাকীৰ পৃষ্ঠপোষকতাত তথা ‘ৰেচকিউ’ৰ আন আন সদস্যসকলৰ সহযোগত শিৱসাগৰ জিলাৰ ‘স্বপ্নালয়’ নামৰ অনাথ আশ্ৰমৰ কণ কণ শিশুসকলক ভাস্কৰজ্যোতি চিত্ৰগৃহত অস্কাৰমনোনীত ছবি ‘ভিলেজ ৰকষ্টাৰছ’ …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., কঁহৰা, ৩০ ছেপ্টেম্বৰ, ২০১৮ঃ- দেওবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। প্ৰাপ্ত তথ্য অনুসৰি, দেওবাৰে দিনত কাজিৰঙাৰ কঁহৰাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন মাৰুটি আৰু এখন ট্ৰাকৰ মুখামুখি সংঘৰ্ষত গাড়ী দুখনৰ চালক দুজন গুৰুত্বৰভাৱে আহত হয়। উল্লেখযোগ্য যে, স্থানীয় ৰাইজৰ সহযোগত আহত দুয়োজন ব্যক্তিকেই ততাতৈয়াকৈ বোকাখাত অসামৰিক চিকিৎসালয়ত …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ৩০ ছেপ্টেম্বৰ, ২০১৮ঃ- ভ্ৰাম্যমাণ থিয়েটাৰক চিৰবিদায় জনালে অসমীয়া চলচিত্ৰ জগতৰ মোহময়ী অভিনেত্ৰী গায়ত্ৰী মহন্তই। প্ৰাপ্ত তথ্য অনুসৰি, অভিনেত্ৰীগৰাকীয়ে দেওবাৰে নিজৰ ছচিয়েল মিডিয়া একাউন্টত দিয়া এটা প’ষ্টযোগে এই কথা ব্যক্ত কৰে। উল্লেখযোগ্য যে, নিজৰ পষ্টটোত অভিনেত্ৰীগৰাকীয়ে ২০০৬ চনৰ পৰা ২০১৮ চনলৈকে সুদীৰ্ঘ ১২ বছৰত ‘আবাহন’ৰ পৰা ‘বৰদৈচিলা’ থিয়েটাৰলৈ কটোৱাৰ মধুৰ অনুভৱক …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., শিৱসাগৰ, ৩০ ছেপ্টেম্বৰ, ২০১৮ঃ- শনিবাৰ আৰু দেওবাৰে শিৱসাগৰ জিলাত আবকাৰী বিভাগে বহুকেইটা অবৈধ সুৰাবিৰোধী সফল অভিযান সম্পন্ন কৰে। প্ৰাপ্ত তথ্য অনুসৰি, শনিবাৰে নাজিৰা আবকাৰী বিভাগে মহকুমাটোৰ বিভিন্ন অঞ্চলত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই বহুকেইটা সুৰাৰ ঘাটি ধ্বংস কৰাৰ লগতে এজন ব্যক্তিক গ্ৰেপ্তাৰ তথা বহু পৰিমাণৰ সুৰা জব্দ কৰে। উল্লেখযোগ্য যে, দেওবাৰে …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই.,যোৰহাট, ৩০ ছেপ্টেম্বৰ, ২০১৮ঃ- অসম চৰকাৰৰ উত্তৰণ আঁচনিৰ ‘চিগনেচাৰ প্ৰজেক্ট’ৰ অধীনত টোকোলাই চাহ গৱেষণা প্ৰতিষ্ঠানত ৰূপায়িত হ’বলগীয়া চাহ পৰ্যটন কেন্দ্ৰস্থলৰ আধাৰশিলা দেওবাৰে স্থাপন হয়। প্ৰাপ্ত তথ্য অনুসৰি, উক্ত চাহ পৰ্যটন কেন্দ্ৰস্থলটোৰ আধাৰশিলা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে স্থাপন কৰে। উল্লেখযোগ্য যে, দেওবাৰৰ এই কাৰ্যসূচীটোত মুখ্যমন্ত্ৰী সোণোৱালৰ লগতে অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., নগাঁও, ৩০ ছেপ্টেম্বৰ, ২০১৮ঃ- আজিৰে পৰা আৰম্ভ হ’ল ৭০তম সৰ্বভাৰতীয় স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতা। প্ৰাপ্ত তথ্য অনুসৰি, নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত দেওবাৰে কেন্দ্ৰীয় ৰেল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁইয়ে এই প্ৰতিযোগিতাখন উদ্বোধন কৰে। উল্লেখযোগ্য যে, উক্ত অনুষ্ঠানত নগাঁৱৰ বহুকেইজন প্ৰাক্তন ৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় খেলুৱৈক সম্বৰ্দ্ধনা জনোৱা হয়। আনহাতে, উদ্বোধনী অনুষ্ঠানটোত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ লগতে …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., শিৱসাগৰ, ৩০ ছেপ্টেম্বৰ, ২০১৮ঃ- শনিবাৰে শিৱসাগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত বেংকসমূহৰ জিলা পৰ্যায়ৰ পৰ্যালোচনা সমিতিৰ এখন বৈঠক সম্পন্ন হয়। প্ৰাপ্ত তথ্য অনুসৰি, উপায়ুক্ত কাৰ্যালয়ৰ চ্যুকাফা সভাকক্ষত জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত এই গুৰুত্বপূৰ্ণ বৈঠকখন অনুষ্ঠিত হয়। উল্লেখযোগ্য যে, উক্ত বৈঠকখনত উপায়ুক্তগৰাকীয়ে বিভিন্ন আঁচনিৰ অধীনত নিবনুৱা যুৱক-যুৱতী, আত্মসহায়ক গোট আদিক প্ৰদান …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., কাৰ্বি আংলং, ৩০ ছেপ্টেম্বৰ, ২০১৮ঃ- কাৰ্বি আংলঙত গা-ধুবলৈ গৈ সন্ধানহীন হ’ল স্বামী-স্ত্ৰী। প্ৰাপ্ত তথ্য অনুসৰি, পশ্চিম কাৰ্বি আংলঙৰ তৰাডুবিৰ কপিলীত গা ধুই থকা অৱস্থাত লাৱণ্য বৰদলৈ নামৰ এগৰাকী মহিলা ডুব যায়। উল্লেখযোগ্য যে, ডুব যোৱা মহিলাগৰাকীক বচাবলৈ গৈ তেখেতৰ স্বামী অজয় বৰদলৈও নদীখনত সন্ধানহীন হৈ পৰে। আনহাতে, নিৰুদ্দিষ্ট দম্পতীহালক উদ্ধাৰৰ বাবে অভিযান …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., যোৰহাট, ৩০ ছেপ্টেম্বৰ, ২০১৮ঃ- ৰাষ্ট্ৰীয় ক্ৰীড়াত স্বৰ্ণপদক বিজয়ী মাজুলীৰ কন্যা ৰুণজুন পেগুলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এককালীন সাহাৰ্য্য আগবঢ়ায়। প্ৰাপ্ত তথ্য অনুসৰি, যোৰহাটত অনুষ্ঠিত এক অনুষ্ঠানৰ জৰিয়তে ক্ৰীড়াবিদগৰাকীক মুখ্যমন্ত্ৰীগৰাকীয়ে ১ লাখ ২৫ হাজাৰ টকাৰ চেক প্ৰদান কৰে। উল্লেখযোগ্য যে, ৰুণজুনে লক্ষ্ণৌত অনুষ্ঠিত ৰাষ্ট্ৰীয় যুৱ জেভেলিন থ্ৰ’ প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., যোৰহাট, ৩০ ছেপ্টেম্বৰ, ২০১৮ঃ- প্ৰায় ১০০ কোটি টকা ব্যয় সাপেক্ষে যোৰহাটত নিৰ্মাণ হ’বলগীয়া ন-আলিৰ উৰণীয়া সেতুখনৰ আধাৰশিলা দেওবাৰে স্থাপন কৰা হয়। প্ৰাপ্ত তথ্য অনুসৰি, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে যোৰহাটৰ ন-আলিত নিৰ্মাণ হ’বলগীয়া এই উৰণীয়া সেতুখনৰ আধাৰশিলা স্থাপন কৰে। উল্লেখযোগ্য যে, যোৰহাটৰ ন-আলিত বিগত বহু বছৰ ধৰি সৃষ্ট হৈ অহা তীব্ৰ যানজঁটৰ দূৰীকৰণৰ …