Posts in

Archives


শিলঘাটত মৃত অৱস্থাত উদ্ধাৰ পোৱালিসহ চাৰিটাকৈ ম’হ; খাদ্যত বিষক্ৰিয়াৰ ফলত মৃত্যু হোৱাৰ সন্দেহ

Read More

ৰহাত ডাম্পাৰৰ খুন্দাত বাইক আৰোহী নিহত

Read More

তিনিচুকীয়া জিলা যুৱ কংগ্ৰেছৰ ‘মিছন পঞ্চায়ত, সাংগঠনিক কৰ্মী সভা’ সম্পন্ন; প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতিমূৰ্তি দাহ

Read More

কলিয়াবৰৰ পৰা অমূল্য বৰাৰ প্ৰতিবেদন, ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., ৩১ অক্টোবৰ, ২০১৮ঃ- কলিয়াবৰত পোৱালিসহ চাৰিটাকৈ মৃত ম’হ উদ্ধাৰ হোৱা ঘটনাই পশুধনৰ প্ৰতি এক অশনি সংকেত কঢ়িয়াই আনিছে। প্ৰাপ্ত তথ্য অনুসৰি, বুধবাৰে কলিয়াবৰৰ শিলঘাট উপ বনখণ্ডৰ এলেকাধীন ব্ৰহ্মপুত্ৰৰ পাৰৰ বিহডুবিত মৃত অৱস্থাত ম’হকেইটা উদ্ধাৰ হ’য়। উল্লেখযোগ্য যে, মৃত চাৰিটা ম’হৰ ভিতৰত এটা নতুনকৈ জন্ম হোৱা পোৱালিও …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., ৰহা, ৩০ অক্টোবৰ, ২০১৮ঃ- সোমবাৰে ৰহাত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। প্ৰাপ্ত তথ্য অনুসৰি, ৰহা গড়মাৰীত মীন মহাবিদ্যালয়ৰ সন্মুখত NL-01AB-7188 নম্বৰৰ এখন ডাম্পাৰৰ সৈতে AS-12U-1573 নম্বৰৰ এখন বাইকৰ মুখামুখিত খুন্দাত পৰাগ মছৰং নামৰ বাইক আৰোহীজন নিহত হয়। উল্লেখযোগ্য যে, নিহত বাইক আৰোহীজনৰ ঘৰ ৰহাৰ লাউফুলাবড়িত বুলি জানিব পৰা গৈছে। আনহাতে, উক্ত দুৰ্ঘটনাটো সংঘটিত কৰিয়েই …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., তিনিচুকীয়া, ৩০ অক্টোবৰ, ২০১৮ঃ- মঙলবাৰে তিনিচুকীয়া জিলা যুৱ কংগ্ৰেছৰ উদ্যোগত ‘মিছন পঞ্চায়ত, সাংগঠনিক কৰ্মী সভা’ সম্পন্ন হয়। প্ৰাপ্ত তথ্য অনুসৰি, তিনিচুকীয়া জিলা যুৱ কংগ্ৰেছৰ সভাপতি শিৱনাথ চেতিয়াৰ সভাপতিত্বত তিনিচুকীয়া জিলা কংগ্ৰেছ ভৱনত অনুষ্ঠিত হোৱা এই সভাখনত সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সম্পাদক ডঃ স্মূৰ্তিৰঞ্জন লেংকা, অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অভিজিত বৰা, …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., জুৰীয়া, ৩০ অক্টোবৰ, ২০১৮ঃ- মঙলবাৰে জুৰীয়াত এক অঘটন সংঘটিত হয়। প্ৰাপ্ত তথ্য অনুসৰি, জুৰীয়াৰ পৰা ৰূপহীলৈ গৈ থকা এখনে ট্ৰাকে বগুৰিগুৰীত নিয়ন্ত্ৰণ হেৰুৱাই বিদ্যুতৰ খুঁটাত খুন্দা মাৰে। উল্লেখযোগ্য যে, এই দুৰ্ঘটনাটোত ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনৰ কথমপি প্ৰাণ ৰক্ষা পৰে যদিও ট্ৰাকৰ খুন্দাত তিনিটাকৈ বিদ্যুতৰ খুঁটা ভাঙি যায়।

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., শিৱসাগৰ,, ৩০ অক্টোবৰ, ২০১৮ঃ- শিৱসাগৰ অসামৰিক চিকিত্‍সালয় চৌহদত এটি কণমানি কন্যা শিশু উদ্ধাৰ হোৱা ঘটনাই চৌদিশে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি, মঙলবাৰে সন্ধিয়া কোনো পাষাণ হৃদয়ৰ পিতৃ-মাতৃয়ে কন্যা শিশুটি এটা মোনাত ভৰাই শিশুটিক চিকিৎসালয়ৰ চৌহদত থকা এটা প্ৰসাৱগাৰৰ সন্মুখত পেলাই থৈ যায়। উল্লেখযোগ্য যে, চিকিৎসালয়খনৰ চাফাই কৰ্মীয়ে উদ্ধাৰ কৰা এই …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., নগাঁও, ৩০ অক্টোবৰ, ২০১৮ঃ- বিশিষ্ট সাহিত্যিক তথা জ্যেষ্ঠ সাংবাদিক হোমেন বৰগোহাঁঞিলৈ আগবঢ়োৱা হৈছে ২০১৮ বৰ্ষৰ মাধৱ কন্দলি বঁটা। প্ৰাপ্ত তথ্য অনুসৰি, উত্তৰ-পূব শিশু গ্ৰন্থমেলা সমিতিয়ে বিশিষ্ট চিন্তাবিদগৰাকীলৈ এই সন্মানীয় বঁটাটি আগবঢ়াইছে। উল্লেখযোগ্য যে, ৩১ অক্টোবৰ তাৰিখ বুধবাৰৰ পৰা নগাওঁ জিলাৰ নেহৰুবালিত আৰম্ভ হ’ব উত্তৰ-পূৱ শিশু গ্ৰন্থমেলা-২০১৮। এই গ্ৰন্থমেলাখনৰ অহা ৭ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., কাজিৰঙা, ৩০ অক্টোবৰ, ২০১৮ঃ- তিনিদিনীয়া কাৰ্যসূচীৰে কাজিৰঙাত আৰম্ভ হ’ল সৰ্বভাৰতীয় পৰ্যায়ৰ স্বাস্থ্য সন্মিলন। প্ৰাপ্ত তথ্য অনুসৰি, মঙলবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সন্মিলনখনি উদ্বোধন কৰে। উল্লেখযোগ্য যে, স্বাস্থ্যখণ্ডৰ উত্তৰণৰ বাবে ১৪খন ৰাজ্যৰ মুখ্য সচিব আৰু স্বাস্থ্য বিষয়াই অংশগ্ৰহণ কৰিবলগীয়া এই সন্মিলনখনৰ উদ্বোধনী অনুষ্ঠানটোত মুখ্যমন্ত্ৰী সোণোৱালৰ লগতে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জেপি নড্ডা তথা ৰাজ্যিক কেবিনেট মন্ত্ৰী ক্ৰমে ডঃ …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., ডিগবৈ, ২৯ অক্টোবৰ, ২০১৮ঃ- দেওবাৰে ডিগবৈত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। প্ৰাপ্ত তথ্য অনুসৰি, ডিগবৈৰ ৰামনগৰত এখন ট্ৰাকৰ চেপাত মংগলী বাইগা নামৰ এগৰাকী মহিলাই মৃত্যু সাৱটি লয়। উল্লেখযোগ্য যে, দুৰ্ঘটনাটো সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা ট্ৰাকসহ চালকজনে পলায়ন কৰে। আনহাতে, ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ২৯ অক্টোবৰ, ২০১৮ঃ- দেওবাৰে গুৱাহাটী মহানগৰীত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। প্ৰাপ্ত তথ্য অনুসৰি, মহানগৰীৰ বশিষ্ঠ চাৰিআলিত দুখন মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষৰ ফলত বিশ্ব জ্যোতি শৰ্মা নামৰ এজন লোকৰ মৃত্যু হয়। উল্লেখযোগ্য যে, উক্ত দুৰ্ঘটনাটোত কমলেশ্বৰ বৰা আৰু পংকজ বৈশ্য নামৰ আন দুজন লোকো গুৰুতৰভাৱে আহত হয়। আনহাতে, আহত দুয়োজনকে ততাতৈয়াকৈ …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., চাৰিদুৱাৰ, ২৯ অক্টোবৰ, ২০১৮ঃ- দেওবাৰে শোণিতপুৰত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। প্ৰাপ্ত তথ্য অনুসৰি, জিলাখনৰ চাৰিদুৱাৰত দুখন মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষত এগৰাকী মহিলাই থিতাতে মৃত্যুক সাৱটি লয়। উল্লেখযোগ্য যে, নিহত মহিলাগৰাকী নামত লীলা বড়ো বুলি জানিব পৰা গৈছে।