Posts in

Archives


বটদ্ৰৱাৰ মেৰাতলাত সংঘটিত পথ দুৰ্ঘটনাত এজন নিহত; আহত ১

Read More

জিলা আবকাৰী বিভাগৰ উদ্যোগত শিৱসাগৰত সফল অবৈধ সুৰা বিৰোধী অভিযান সম্পন্ন

Read More

অসমত উপস্থিত মিষ্টাৰ ইউনিভাৰ্ছ আৰু প্ৰ’ মিষ্টাৰ এছিয়া ২০১৮ খিতাপ অৰ্জনকাৰী গোলাপ ৰাভা

Read More

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., বটদ্ৰ’ৱা, ৩০ নৱেম্বৰ, ২০১৮ঃ- শুক্ৰবাৰে বট’দ্ৰৱাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। প্ৰাপ্ত তথ্য অনুসৰি মেৰাতলাত এখন বলেৰ’ পিক-আপ ভান আৰু এখন বাইকৰ মাজত সংঘটিত দুৰ্ঘটনাত বাইক আৰোহী চহৰ উদ্দিনৰ থিতাতে মৃত্যু হয়। উল্লেখযোগ্য যে, উক্ত দুৰ্ঘটনাটোত আন এগৰাকী বাইক আৰোহী মুকছিদুল ইছলাম গুৰুত্বৰভাৱে আহত হয়। আনহাতে, এই দুৰ্ঘটনাটো সংঘটিত কৰিয়েই চালক ঘটনাস্থলীৰ …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., শিৱসাগৰ, ৩০ নৱেম্বৰ, ২০১৮ঃ- আবকাৰী বিভাগৰ উদ্যোগত সোমবাৰে শিৱসাগৰ জিলাত বহুকেইটা অবৈধ সুৰাবিৰোধী সফল অভিযান সম্পন্ন হয়। প্ৰাপ্ত তথ্য অনুসৰি, শিৱসাগৰ, আমগুৰি আৰু নাজিৰা আবকাৰী বিভাগে জিলাখনৰ বিভিন্ন স্থানত অভিযান চলাই বহুকেইটা সুৰাৰ ঘাটি ধ্বংস কৰে৷ উল্লেখযোগ্য যে, এই অভিযানত আমগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত তামুলীছিগা, বাম-চাৰিঙীয়া, পুৰণিমেলীয়া, বাৰুৱতী, ফুলপানীছিগা, চাৰিং দুৱাৰপাৰ আদি …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., দক্ষিণ কামৰূপ, ৩০ নৱেম্বৰ, ২০১৮ঃ- অসমত উপস্থিত হ’ল মিষ্টাৰ ইউনিভাৰ্ছ আৰু প্ৰ’ মিষ্টাৰ এছিয়া ২০১৮ খিতাপ অৰ্জনকাৰী গোলাপ ৰাভা। প্ৰাপ্ত তথ্য অনুসৰি, ডব্লিউ. বি. বি. এফ. ইন্টাৰনেচনেল ফেডাৰেচনৰ উদ্যোগত থাইলেণ্ডৰ পাট্টায়া ছিয়াম্বে ছৰ ৰিজৰ্টত অনুষ্ঠিত বডী বিল্ডিং প্ৰতিযোগিতাত ৮০ কেজি শাখাত স্বৰ্ণ পদক লাভেৰে বকোৰ শৰীৰচৰ্চাবিদগৰাকী শুক্ৰবাৰে গুৱঠাটীত উপস্থিত হয়। উল্লেখযোগ্য যে, …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., বাক্সা, ৩০ নৱেম্বৰ, ২০১৮ঃ- শুক্ৰবাৰে বাক্সা জিলাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। প্ৰাপ্ত তথ্য অনুসৰি, জিলাখনৰ বৰমা আৰক্ষী থানাৰ অন্তৰ্গত মাধপুৰৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত এখন দ্ৰুতবেগী বাহনৰ খুন্দাত ৩ জনৰ লোকৰ মৃত্যু হয়। উল্লেখযোগ্য যে,  নিহত লোকসকল ক্ৰমে মনোমতী কলিতা, পাৰুল কলিতা আৰু চাহেবুদ্দিন আহমেদ বুলি জানিব পৰা গৈছে৷ আনহাতে, …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., চৰাইদেউ, ৩০ নৱেম্বৰ, ২০১৮ঃ- শুক্ৰবাৰে চৰাইদেউত এক সফল সুৰাবিৰোধী অভিযান সম্পন্ন হয়। প্ৰাপ্ত তথ্য অনুসৰি, জিলাখনৰ সাপেখাতীত স্থানীয় আৰক্ষীয়ে ১৫০ কাৰ্টন অৰুণাচলী সুৰা কঢ়িয়াই নিয়া এ.এছ.-০৪ এ.চি.-৯৬২৮ নম্বৰৰ এখন বলেৰ পিকআপ গাড়ীসহ এজন লোকক আটক কৰে। উল্লেখযোগ্য যে, ধৃত লোকজনে উক্ত সুৰাখিনি সোণাৰি মিৰিপথাৰৰ বিকাশ গগৈ যুৱকজনৰ বুলি ব্যক্ত কৰাৰ লগতে এই …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., ডিনৌ, ৩০ নৱেম্বৰ, ২০১৮ঃ- থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱঁৰীৰ দেহৰক্ষীৰ এখন বাহন বৃহস্পতিবাৰে ডিমৌত দুৰ্ঘটনাগ্ৰস্ত হয়। প্ৰাপ্ত তথ্য অনুসৰি, বিধায়কজনৰ দেহৰক্ষীৰ গাড়ীখনে নিশা ডিমৌৰ মধুপুৰত নিয়ন্ত্ৰণ হেৰুৱাই এখন চলন্ত ট্ৰাকত খুন্দা মৰাৰ ফলত ৪ গৰাকী দেহৰক্ষী আহত হয়। উল্লেখযোগ্য যে, উক্ত দুৰ্ঘটনাটোৰ পাছতেই আহত দেহৰক্ষীকেইজনক ডিমৌ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ২৮ নৱেম্বৰ, ২০১৮ঃ- বুধবাৰৰ পৰা গুৱাহাটীত আৰম্ভ হ’ল ‘৬ষ্ঠ ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেল’। প্ৰাপ্ত তথ্য অনুসৰি, তত্ব ক্ৰিয়েচনৰ উদ্যোগত মহানগৰীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতি আই. টি. এ. সাংস্কৃতিক প্ৰকল্পত চাৰিদিনীয়া কাৰ্যসূচীৰে এই চলচিত্ৰ মহোৎসৱটোৰ শুভাৰম্ভণি হয়। উল্লেখযোগ্য যে, সন্ধ্যা ৫ বাজি ৩০ মিনিটত দেশৰ অন্যতম বৃহৎ চলচিত্ৰ মহোৎসৱটোৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হোৱাৰ লগতে …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., ধুবুৰী, ২৮ নৱেম্বৰ, ২০১৮ঃ- বুধবাৰে ধুবুৰী আৰক্ষীৰ উদ্যোগত নিচাযুক্ত দ্ৰৱ্যবিৰোধী এক সফল সম্পন্ন হয়। প্ৰাপ্ত তথ্য অনুসৰি, এক গোপন সূত্ৰৰ পম খেদি নগৰ আৰক্ষী পৰিদৰ্শক্মনোৰঞ্জন মজুমদাৰৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে পুৱতি নিশা ৩ বজাত অভিযান চলাই এখন এম্বুলেঞ্চৰ পৰা  ৬টা কাৰ্টনত থকা ৭২০ বটল ফেঞ্চিডাইল জব্দ কৰাৰ লগতে দুজন …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ২৮ নৱেম্বৰ, ২০১৮ঃ- বুধবাৰে গুৱাহাটীত উপস্থিত হ’ল ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ। প্ৰাপ্ত তথ্য অনুসৰি, দিল্লীৰ পৰা সন্ধিয়া ৬ বজাত বৰঝাৰস্থিত গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত ৰাষ্ট্ৰপতিগৰাকী উপস্থিত হয়। উল্লেখযোগ্য যে, ৰাষ্ট্ৰ্পতিগৰাকীক বিমানবন্দৰত ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উষ্ম আদৰণি জনায়। মন কৰিবলগীয়া কথা যে, বৃহস্পতিবাৰে বায়ুসেনাৰ এক বিশেষ অনুষ্ঠানত …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., শিৱসাগৰ, ২৮ নৱেম্বৰ, ২০১৮ঃ- বুধবাৰে শিৱসাগৰত জিলা পথ সুৰক্ষা সমিতিৰ এখনি গুৰুত্বপূৰ্ণ বৈঠক সম্পন্ন হয়। প্ৰাপ্ত তথ্য অনুসৰি, জিলা প্ৰশাসনৰ উদ্যোগত উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষত উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত বৈঠকখন অনুষ্ঠিত হৈ যায়৷ উল্লেখযোগ্য যে, জিলা আৰক্ষী অধীক্ষক সুবোধ সোণোৱাল, শিৱসাগৰ পৌৰসভাৰ সভানেত্ৰী মৃদুস্মিতা সিংহ, অতিৰিক্ত উপায়ুক্তৰ লগতে গড়কাপ্তানি, ৰাষ্ট্ৰীয় …