Posts in

Archives


তেজপুৰত সংঘটিত পথ দুৰ্ঘটনাত এজন নিহ্ত; আহত ৪

Read More

শিৱসাগৰত সংঘটিত পথ দুৰ্ঘটনাত এজন নিহত

Read More

নাওবৈচাত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত এজ্ন নিহত; আহত ২

Read More

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., তেজপুৰ, ২০ ডিচেম্বৰ, ২০১৮ঃ- বুধবাৰে তেজপুৰত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। প্ৰাপ্ত তথ্য অনুসৰি, নিশা তেজপুৰৰ মিলনপুৰত এখন তীব্ৰবেগী ফিগ’ ফ’ৰ্ড বাহনে পথৰ দাঁতিত থকা এজোপা গছত খুন্দা মৰাত শিশু কলিতা নামৰ এজন লোক নিহত হয়৷ উল্লেখযোগ্য যে, উক্ত দুৰ্ঘটনাটোত শিশু কলিতাৰ পত্নী অনু কলিতা, পুত্ৰ ৰঞ্জিত কলিতা, বোৱাৰী …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., শিৱসাগৰ, ২০ ডিচেম্বৰ, ২০১৮ঃ- বুধবাৰে শিৱসাগৰত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। প্ৰাপ্ত তথ্য অনুসৰি, শিৱসাগৰৰ চেগুণ চাৰিআলিত নিশা এখন তীব্ৰবেগী ট্ৰাক আৰু বাইকৰ মাজত হোৱা সংঘৰ্ষত অনিৰ্বাণ বৰুৱা নামৰ এজন যুৱক নিহত হয়। উল্লেখযোগ্য যে, মৃত যুৱকজনৰ ঘৰ শিৱসাগৰৰ আনন্দ নগৰত বুলি জানিব পৰা গৈছে।

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., লখিমপুৰ, ১৬ ডিচেম্বৰ, ২০১৮ঃ- দেওবাৰে লখিমপুৰত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। প্ৰাপ্ত তথ্য অনুসৰি, জিলাখনৰ নাওবৈচাত এখন ট্ৰাকে ফৰ্চুনাৰ, ৰেডিক’ আৰু বাইকক খুন্দা মৰাত এজন বাইক আৰোহীৰ থিতাতে মৃত্যু হয়। উল্লেখযোগ্য যে, উক্ত দুৰ্ঘটনাটোত আন দুজন লোকো গুৰুত্বৰভাৱে আহত হয়।

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., হাউলী, ১৬ ডিচেম্বৰ, ২০১৮ঃ- দেওবাৰে বৰপেটাত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। প্ৰাপ্ত তথ্য অনুসৰি, জিলাখনৰ হাউলীত এক তীব্ৰবেগী ট্ৰাকৰ খুন্দাত এজন বাইক আৰোহীৰ মৃত্যু হয়। উল্লেখযোগ্য যে, নিহত বাইক আৰোহীজনৰ নাম ছাদ্দাম হুছেইন বুলি জানিব পৰা গৈছে। আনহাতে, উক্ত পথ দুৰ্ঘটনাটোত বাইক আৰোহীজনৰ লগত থকা আন এজন ব্যক্তিও গুৰুত্বৰভাৱে আহত হয়।

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., শিৱসাগৰ, ১৬ ডিচেম্বৰ, ২০১৮ঃ- দেওবাৰে শিৱসাগৰ জিলাৰ দিচাংমুখত এক বৃহৎ অঘটন সংঘটিত হয়। প্ৰাপ্ত তথ্য অনুসৰি, দিচাংমুখৰ অফলা গাৱঁৰ সমীপৰ ব্ৰহ্মপুত্ৰ বুকুত দুগৰাকী যুৱতীয়ে অতি কৰুণভাৱে মৃত্যুক সাৱটি লয়। উল্লেখযোগ্য যে, তিনিচুকীয়া জিলাৰ ফুলবাৰীৰ পূৰ্ণিমা চেত্ৰীয়ে নিজৰ সম্পৰ্কীয় দিচাংমুখৰ অফলাৰ কালমণ চেত্ৰীৰ কন্যা অাজলী চেত্ৰীৰ লগত ব্ৰহ্মপুত্ৰ প্ৰাকৃতিক সৌন্দৰ্য্যৰ লগত নিজকে কেমেৰাত …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ১৬ ডিচেম্বৰ, ২০১৮ঃ- শনিবাৰে গুৱাহাটীত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। প্ৰাপ্ত তথ্য অনুসৰি, মহানগৰীৰ উলুবাৰীত এখন দ্ৰুতবেগী ট্ৰাকে এখন বাইকক মহতিয়াই নিয়াত দুজন যুৱক গুৰুত্বৰভাৱে আহত হয়। উল্লেখযোগ্য যে, আহত যুৱক দুজন আই.আই.টি.ৰ ছাত্ৰ মাণিৰী আৰু অক্ষয় দূতি বুলি জানিব পৰা গৈছে। আনহাতে, গুৰুতৰভাৱে আহত ছাত্ৰদ্বয়ক ততাতৈয়াকৈ হাস্পতালত …

অনলাইন ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ১৩ ডিচেম্বৰ, ২০১৮ঃ- যুগ্ম জীৱনৰ পাতনি মেলিলে মুকেশ আম্বানী তনয়া ঈশা আম্বানীয়ে। বুধবাৰে অনুষ্ঠিত হোৱা বিবাহ অনুষ্ঠানত দেশৰ অন্যতম বিখ্যাত উদ্যোগপতি অজয় পিৰামলৰ পুত্ৰ আনন্দ পিৰামলৰ সৈতে অগ্নিক সাক্ষীক কৰি মাংগলিক নীতিৰে বিবাহপাশত আৱদ্ধ হয়। উল্লেখযোগ্য যে, মুকেশ আম্বানীৰ প্ৰসাদোপম অট্টালিকা ‘এণ্টিলিয়া’ত আয়োজন কৰা বিবাহ অনুষ্ঠানত প্ৰাক্তন মাৰ্কিন ফাৰ্ষ্ট লেডী …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ১০ ডিচেম্বৰ, ২০১৮ঃ- সোমবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত এক সংবাদমেল আয়োজন কৰা হয়। প্ৰাপ্ত তথ্য অনুসৰি, গুৱাহাটী মহানগৰীস্থিত ৰাজীৱ ভৱনত আয়োজিত উক্ত সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই শাসকীয় বিজেপি দলক ক্ষুৰধাৰ সমালোচনা কৰে। উল্লেখযোগ্য যে, কংগ্ৰেছ বিধায়িনী দলৰ নেতা দেৱব্ৰত শইকীয়া, প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকীকে ধৰি বহুকেইজন …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ১০ ডিচেম্বৰ, ২০১৮ঃ- আজি ১০ ডিচেম্বৰ অৰ্থাৎ ‘শ্বহীদ দিৱস’। প্ৰাপ্ত তথ্য অনুসৰি, ৰাজ্য চৰকাৰৰ উদ্যোগত খানাপাৰাৰ অসম চুক্তি ৰূপায়ণ বিভাগৰ কাৰ্যালয় প্ৰাঙ্গণত শ্বহীদ দিৱস উপলক্ষে আয়োজন কৰা হৈছে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ। উল্লেখযোগ্য যে, উক্ত অনুষ্ঠানটোত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে ৰাজ্য চৰকাৰৰ আন কেইবাগৰাকীও মন্ত্ৰী উপস্থিত থাকিব বুলি জানিব পৰা …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গৌৰীসাগৰ, ১০ ডিচেম্বৰ, ২০১৮ঃ- দেওবাৰে শিৱসাগৰ জিলাৰ গৌৰীসাগৰত এক ভয়ংকৰ পথ দুৰ্ঘটনা হয়। প্ৰাপ্ত তথ্য অনুসৰি, গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত চাৰিং কেঁকুৰিত মাজনিশা প্ৰায় ১ বাজি ৩০ মিনিটত এখন মাৰুটি চেলেৰিঅ’ বাহনে এখনে ৰৈ থকা ট্ৰাকত খুন্দা মৰাত বাহনখনত অহা প্ৰাঞ্জল দীপ চেতিয়া আৰু পত্নী হিমাদ্ৰী বৰুৱা নামৰ এহাল স্বামী-স্ত্ৰীয়ে থিতাতে প্ৰাণ হেৰুওৱায়। উল্লেখযোগ্য …