Posts in

Archives


ৰন্ধন গেছৰ মূল্য হ্ৰাস; ঘৰুৱা গেছ চিলিণ্ডাৰ ৩৩.৫০ টকা আৰু বাণিজ্যিক গেছ চিলিণ্ডাৰত ৪৪ টকাকৈ হ্ৰাস

Read More

জি. এল. পাব্লিকেশ্যনৰ পৰিচালন সঞ্চালক জি. এল. আগৰৱালাৰ দেহাৱসান; মুখ্যমন্ত্ৰীসহ বিভিন্ন দল-সংগঠনৰ শোক প্ৰকাশ

Read More

মহানগৰীৰ ইছলামপুৰত জাৱৰৰ দ’মত মৃত নৱজাতক উদ্ধাৰ

Read More

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ৩১ জানুৱাৰী, ২০১৯ঃ- পুনৰ হ্ৰাস পালে ৰন্ধন গেছৰ মূল্য। প্ৰাপ্ত তথ্য অনুসৰি, ঘৰুৱা গেছ চিলিণ্ডাৰ ৩৩.৫০ টকা আৰু বাণিজ্যিক গেছ চিলিণ্ডাৰত ৪৪ টকাকৈ হ্ৰাস পাইছে। উল্লেখযোগ্য যে, বৃহস্পতিবাৰৰ মাজনিশাৰে পৰা এই নতুন নিৰিখ দেশজুৰি কাৰ্যকৰী হ’ব।

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ৩১ জানুৱাৰী, ২০১৯ঃ- জি. এল. পাব্লিকেশ্যনৰ পৰিচালন সঞ্চালক জি. এল. আগৰৱালা আৰু নাই। প্ৰাপ্ত তথ্য অনুসৰি, আমাৰ অসম, পূৰ্বাঞ্চল প্ৰহৰী আদি ধৰি কেইবাখনো কাকত–আলোচনীৰ প্ৰকাশক আগৰৱালাৰ বৃহস্পতিবাৰে উলুবাৰীস্থিত নিজ বাসগৃহত ৪ বাজি ৩০ বজাত মৃত্যু হয়। উল্লেখ্যোগ্য যে, অসমৰ সংবাদ জগতৰ অন্যতম জনপ্ৰিয় আৰু প্ৰভাৱশালী ব্যক্তিৰূপে জনাজাত জি. এল. আগৰৱালাৰ …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ৩১ জানুৱাৰী, ২০১৯ঃ- মহানগৰীত পুনৰবাৰ ভুলুন্ঠিত হ’ল মানৱতা। প্ৰাপ্ত তথ্য অনুসৰি, বৃহস্পতিবাৰে মহানগৰীৰ নেহৰু ষ্টেডিয়ামৰ সমীপৰ ইছলামপুৰ ৰোডৰ এটা জাৱৰৰ দ’মত উদ্ধাৰ হ’ল এটি মৃত নৱজাতক উদ্ধাৰ হয়। উল্লেখযোগ্য যে, পুৱা স্থানীয় লোকে মৃত নৱজাতকটিক প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে জাৱৰৰ দ’মৰ পৰা উদ্ধাৰ কৰে।

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., ডিমৌ, ৩১ জানুৱাৰী, ২০১৯ঃ- বুধবাৰে নিশা শিৱসাগৰ জিলাৰ ডিমৌত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। প্ৰাপ্ত তথ্য অনুসৰি, নিশা ডিমৌ চাৰিআলিত এখন তেলৰ টেংকাৰ আৰু এখন ট্ৰাকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত বাহন দুখনৰ চালক দুজন গুৰুতৰভাৱে আহত হয়। উল্লেখযোগ্য যে, চালক দুজনৰ নাম ৰকেট বৰুৱাক আৰু ৰোহিত দাস বুলি জানিব পৰা …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., তেজপুৰ, ৩১ জানুৱাৰী, ২০১৯ঃ- বুধবাৰে তেজপুৰত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। প্ৰাপ্ত তথ্য অনুসৰি, তেজপুৰৰ ঠেলামৰা–বৰগাঁও সংযোগী পথত এখন তীব্ৰবেগী বাইকে এটা বিদ্যুতৰ খুঁটাত খুন্দা মৰাত বাইকে আৰোহীজন থিতাতে নিহত হয়। উল্লেখযোগ্য যে, নিহত বাইক আৰোহীজনৰ নাম ৰূপম বৰা বুলি জানিব পৰা গৈছে।

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ২৭ জানুৱাৰী, ২০১৯ঃ- ৰাজ্যিক বিজেপিত নিযুক্ত হ’ল নতুন মুখপাত্ৰ, উপ-সভাপতিসহ বহুকেইজন বিষয়ববীয়া। প্ৰাপ্ত তথ্য অনুসৰি, বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসৰ স্বাক্ষৰিত এক জাননীযোগে ৰাজ্যিক উপ-সভাপতিৰূপে ক্ৰমে বিজয় কুমাৰ গুপ্তা, ড০ প্ৰদীপ ঠাকুৰীয়াক দায়িত্ব দিয়াৰ লগতে ভৱেন্দ্ৰনাথ মোহনক ৰাজ্যিক সম্পাদক, লক্ষ্য কোঁৱৰক ৰাজ্যিক মুখপাত্ৰৰ দায়িত্ব অৰ্পণ কৰা হয়। উল্লেখযোগ্য যে, তেওঁলোকৰ ওপৰিও সুৰঞ্জন …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., নলবাৰী, ২৭ জানুৱাৰী, ২০১৯ঃ- এক প্ৰতিকূল পৰিস্থিতিৰ মাজেৰে দেওবাৰে উদ্বোধন হ’ল  নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণকাৰ্যৰ। প্ৰাপ্ত তথ্য অনুসৰি, ৩৫০ কোটি ব্যয়েৰে ঘগ্ৰাপাৰৰ বড়িগাঁৱত নিৰ্মাণ হ’বলগীয়া মহাবিদ্যালয়খন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, পীয়ুষ হাজৰিকা, সাংসদ ৰমেন ডেকাৰ লগতে বিধায়ক অশোক শৰ্মা আৰু নাৰায়ণ ডেকাৰ উপস্থিতিত …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., তিনিচুকীয়া, ২৭ জানুৱাৰী, ২০১৯ঃ- নাগৰিকত্ব (সংশোধনী) বিধেয়ক ২০১৬ৰ বিৰুদ্ধে দেওবাৰে তিনিচুকীয়াত এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়নখয়। প্ৰাপ্ত তথ্য অনুসৰি, ৭০ টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ উদ্যোগত তিনিচুকীয়াৰ পানীতোলাত এক বিশাল গণসমাৱেশ সম্পন্ন হয়। উল্লেখযোগ্য যে, কৃষক নেতা অখিল গগৈ, বেদান্ত লহকৰ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইৰ উপস্থিতিত সহস্ৰাধিক ৰাইজে …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ২৭ জানুৱাৰী, ২০১৯ঃ- নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পৰ্কত শনিবাৰে মহানগৰীত কংগ্রেছৰ সৈতে নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী মঞ্চৰ বিশেষ বৈঠকত মিলিত হয়। প্ৰাপ্ত তথ্য অনুসৰি, মহনগৰীৰ হোটেল গেটৱে’ গ্ৰেণ্ডৱেত বিধেয়কখন সন্দৰ্ভত মঞ্চৰ হৈ ড০ হীৰেন গোঁহাই, মনজিৎ মহন্তকে ধৰি কেইবাজনো বুদ্ধিজীৱিয়ে নিখিল ভাৰত প্ৰদেশ কংগ্রেছৰ তত্বাৱধায়ক হৰিশ ৰাৱত, সভাপতি ৰিপুণ বৰা, প্ৰাক্তন মুখ্যমন্ত্ৰী …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ২৬ জানুৱাৰী, ২০১৯ঃ- পুনৰ বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ। প্ৰাপ্ত তথ্য অনুসৰি, শিল্পীগৰাকীৰ কন্ঠৰে ‘ভাৰত ৰত্ন’ সন্দৰ্ভত বিতৰ্কিত মন্তব্যপূৰ্ণ এক অডিঅ’ ক্লিপ ভাইৰেল হৈ পৰাৰ পাছতেই চৌদিশে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যে, ভাৰতৰত্ন সম্পৰ্কত ভাইৰেল হোৱা অপমানসূচক অডিঅ’টোৰ সৈতে জড়িত ব্যক্তিজনৰ গ্ৰেপ্তাৰৰ দাবীত গুৱাহাটী মহানগৰীৰ দিছপুৰ আৰক্ষী থানাত বিশ্বজিৎ নাথ নামৰ …