৩ বাৰৰ বিশ্ব চাইক্লিষ্ট চেম্পিয়ন কেলি কেটলিনৰ আত্মহত্যা


অনলাইন ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ১২ মাৰ্চ, ২০১৯ঃ- আমেৰিকা যুক্তৰাষ্ট্ৰৰ এগৰাকী বিশ্ববিখ্যাত যুৱ ক্ৰীড়াবিদৰ আত্মহননৰ ঘটনাই চৌদিশে চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি, ৩ বাৰৰ বিশ্ব চাইক্লিষ্ট চেম্পিয়ন ২৩ বছৰীয়া কেলি কেটলিনে সোমবাৰে আত্মহত্যা কৰে। উল্লেখযোগ্য যে, বিগত ৰিঅ’ অলিম্পিকত ৰূপৰ পদক আৰু ৩ বাৰৰ বিশ্ব চেম্পিয়নৰ খিতাপ অৰ্জন কৰা ক্ৰীড়াবিদগৰাকীয়ে মানসিকভাৱে হতাশাগ্ৰস্ত হৈ থকা বাবে এনে কাৰ্য সংঘটিত কৰা বুলি সন্দেহ কৰা হৈছে।

Previous ৰাজ্যৰ গৃহ বিভাগৰ গুৰুত্বপূৰ্ণ পত্ৰ; চাকৰিৰ স্থান বদলি হোৱা সত্ত্বেও এ.পি.এছ.চি. কেলেংকাৰীৰ দায়িত্বত থাকিব সুৰজিত সিং পানেছৰ
Next কোকৰাঝাৰ লোকসভা সমষ্টিৰ বি.পি.এফ.ৰ প্ৰাৰ্থী প্ৰমীলাৰাণী ব্ৰহ্ম; বাক্সাৰ ৭১ সংখ্যক কাৰ্যনিৰ্বাহক সভাত হাগ্ৰামা মহিলাৰীৰ ঘোষণা

Suggested Posts

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *