বেংগালুৰু এফ.চি.ৰ শিৰত আই.এছ.এল.ৰ খিতাপ


অনলাইন ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ১৭ মাৰ্চ, ২০১৯ঃ- বেংগালুৰু এফ.চি.ৰ শিৰত উজ্জ্বলিল আই.এছ.এল.ৰ খিতাপ। প্ৰাপ্ত তথ্য অনুসৰি, দেওবাৰে সন্ধিয়া মুম্বাইত অনুষ্ঠিত হোৱা হাইভল্টেজ ফাইনেলত বেংগালুৰু এফ.চি.য়ে এফ.চি. গোৱাক ১-০ গ’লত পৰাস্ত কৰে। উল্লেখযোগ্য যে, নিৰ্ধাৰিত ৯০ মিনিটত গ’লশূন্যভাৱে ড্ৰ’ হোৱাত সময়সীমা বৃদ্ধি কৰা হয় আৰু খেলৰ ১১৮ মিনিটত বেংগালুৰুৰ হৈ ৰাহুল ভেকে একমাত্ৰ গ’লটো প্ৰদান কৰে।

Previous মনোহৰ পাৰিকৰৰ মৃত্যুত টুইটাৰযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শ্ৰদ্ধাঞ্জলি
Next গোৱাৰ মুখ্যমন্ত্ৰী মনোহৰ পাৰিকৰৰ মৃত্যুত সোমবাৰে কেন্দ্ৰীয় চৰকাৰৰ ৰাষ্ট্ৰীয় শোক ঘোষণা; দেশজুৰি অৰ্ধনমিত কৰা হ’ব ৰাষ্ট্ৰীয় পতাকা

Suggested Posts

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *