যোৰহাটৰ সন্তান দিপু দত্তৰ শিৰত ‘আই.বি.বি.এফ. মিষ্টাৰ ইণ্ডিয়া ২০১৯’ৰ খিতাপ


ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., যোৰহাট, ২ এপ্ৰিল, ২০১৯ঃ- আন এক অসম সন্তানে ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্জ্বলালে নিজৰ ৰাজ্যৰ নাম। প্ৰাপ্ত তথ্য অনুসৰি, ‘আই.বি.বি.এফ. মিষ্টাৰ ইণ্ডিয়া ২০১৯’ দেহশ্ৰী প্ৰতিযোগিতাত মিষ্টাৰ ইণ্ডিয়া খিতাপ অৰ্জন কৰিলে যোৰহাটৰ দিপু দত্তই। উল্লেখযোগ্য যে, তামিলনাডুৰ চেন্নাইত অনুষ্ঠিত হৈছিল হোৱা দেহশ্ৰী প্ৰতিযোগিতাখনত অসম সন্তানজনে লাভ কৰা এই সফলতাই সমগ্ৰ ৰাজ্যবাসীক গৌৰান্বিত কৰি তুলিছে।

Previous বকোত সংঘটিত পথ দুৰ্ঘটনাত এজন নিহত
Next ৬ এপ্ৰিলত অসমলৈ আহিব উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ

Suggested Posts

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *