৬ এপ্ৰিলত অসমলৈ আহিব উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ


ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., হোজাই, ২ এপ্ৰিল, ২০১৯ঃ- অহা ৬ এপ্ৰিলত অসমলৈ আহিব উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ। প্ৰাপ্ত তথ্য অনুসৰি, নগাঁও লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকী অসমলৈ আহিব। উল্লেখযোগ্য যে, উক্ত দিনা পুৱা ১০ বাজি ২০ মিনিটত গুৱাহাটী বিমানবন্দৰত উপস্থিত হোৱাৰ পাছতেই তেখেতে পোনে পোনে এক নিৰ্বাচনী সভাত অংশ লোৱাৰ উদ্দেশ্যে হোজাইলৈ ৰাওনা হ’ব বুলি জানিব পৰা গৈছে।

Previous যোৰহাটৰ সন্তান দিপু দত্তৰ শিৰত ‘আই.বি.বি.এফ. মিষ্টাৰ ইণ্ডিয়া ২০১৯’ৰ খিতাপ
Next ডুমডুমাত সংঘটিত পথ দুৰ্ঘটনাত ছাত্ৰৰ মৃত্যু

Suggested Posts

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *