অভিনেত্ৰী চেতনা দাসলৈ বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ ২০১৯ বৰ্ষৰ ‘বৰপেটা বঁটা’


ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., বৰপেটা, ৪ এপ্ৰিল, ২০১৯ঃ- অভিনেত্ৰী চেতনা দাসলৈ আগবঢ়োৱা হৈছে ‘বৰপেটা বঁটা’। প্ৰাপ্ত তথ্য অনুসৰি, বিশিষ্ট অসমীয়া অভিনেত্ৰীগৰাকীলৈ ২০১৯ বৰ্ষৰ ‘বৰপেটা বঁটা’ আগবঢ়াইছে বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই। উল্লেখযোগ্য যে, প্ৰতিবছৰৰ দৰে এইবছৰো সত্ৰনগৰী বৰপেটাৰ নামত ছাত্ৰ সন্থাই পহিলা ব’হাগৰ দিনটোত তেওঁক এই সন্মানীয় বঁটাটি প্ৰদান কৰিব।

Previous মেৰাপানী আৰক্ষীৰ অভিযানত ২৫ হাজাৰটাৰো অধিক নিচাযুক্ত টেবলেট জব্দ
Next কামৰূপ নে কামৰুপ?

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *