গোলাঘাটত দুৰ্ধৰ্ষ আলফা কেডাৰ গ্ৰেপ্তাৰ


ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গোলাঘাট, ৪ এপ্ৰিল, ২০১৯ঃ- গোলাঘাট আৰক্ষীৰ জালত পৰিল এজন দুৰ্ধৰ্ষ আলফা(স্বাঃ)ৰ কেডাৰ। প্ৰাপ্ত তথ্য অনুসৰি, বৃহস্পতিবাৰে আৰক্ষীয়ে নিষিদ্ধঘোষিত সংগঠনটোৰ চিকিৎসা বিভাগৰ দায়িত্বত থকা গংগাধৰ চাৰ ওৰফে কৰুণা অসমক গ্ৰেপ্তাৰ কৰে। উল্লেখযোগ্য যে, ২০১১ চনত আলফা(স্বাঃ)ত যোগ দিয়া কেডাৰজনে ম্যানমাৰৰ পৰা পলাই আহি নিজ ঘৰত আশ্ৰয় লৈ থকা সময়তেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বুলি জানিব পৰা গৈছে।

Previous কামৰূপ নে কামৰুপ?
Next ধুবুৰী আৰক্ষীৰ জুৱাবিৰোধী অভিযানত এজন আটক

Suggested Posts

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *