কামৰূপৰ মদনপুৰত সংঘটিত পথ দুৰ্ঘটনা দুজন নিহত


ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ৫ এপ্ৰিল, ২০১৯ঃ- শুক্ৰবাৰে কামৰূপত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। প্ৰাপ্ত তথ্য অনুসৰি, কামৰূপৰ মদনপুৰত এখন তীব্ৰবেগী আল্ট্ৰা বাছৰ খুন্দাত বাইকত থকা দুজন যুৱক থিতাতে নিহত হয়। উল্লেখযোগ্য যে, উক্ত দুৰ্ঘটনাক কেন্দ্ৰ কৰি ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

Previous ধুবুৰী আৰক্ষীৰ জুৱাবিৰোধী অভিযানত এজন আটক
Next ছত্তীশগড়ত মাওবাদীৰে হোৱা সংঘৰ্ষত ৪ জনকৈ বি.এছ.এফ. জোৱান নিহত; প্ৰাণ দিলে শিৱসাগৰৰ দিখৌমুখৰ বিপুল বৰা

Suggested Posts

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *