ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ৫ এপ্ৰিল, ২০১৯ঃ- শুকুৰবাৰে ঘোষণা হ’ল কেন্দ্ৰীয় লোকসেৱা আয়োগৰ চূড়ান্ত ফলাফল। প্ৰাপ্ত তথ্য অনুসৰি, নিজৰ ৱেবচাইটযোগে কেন্দ্ৰীয় লোকসেৱা আয়োগে ঘোষণা কৰা ফলাফলত সৰ্বমুঠ ৭৫৯ প্ৰাৰ্থী উত্তীৰ্ণ হয়। উক্ত প্ৰাৰ্থীসকলৰ ভিতৰত প্ৰথম দহটা স্থানপ্ৰাপ্ত প্ৰাৰ্থীসকল হ’ল-
প্ৰথম স্থানঃ- কনিষ্ক কাটাৰিয়া
দ্বিতীয় স্থানঃ- অক্ষত জৈন
তৃতীয় স্থানঃ- জুনাইড আহমেদ
চতুৰ্থ স্থানঃ- শ্ৰেয়াংছ কুমাট
পঞ্চম স্থানঃ- শ্ৰুষ্টি জয়ন্ত দেশমুখ
ষষ্ঠ স্থানঃ- শুভম গুপ্তা
সপ্তম স্থানঃ কৰ্ণাতিবৰুণ ৰেড্ডী
অষ্টম স্থানঃ- বৈশালী সিং
নৱম স্থানঃ- গুঞ্জন দ্বিবেদীৰ
দশম স্থানঃ- তন্ময় বশিষ্ট শৰ্মা
উল্লেখযোগ্য যে, কেন্দ্ৰীয় লোকসেৱা আয়োগৰ এইবাৰৰ ফলাফলত মুঠ ১২ গৰাকী অসম সন্তানে কৃতিত্ব লাভ কৰিবলৈ সক্ষম হয়। তেওঁলোক হ’ল-
- ১০৩ নং স্থানত মৃগাংক শেখৰ পাঠক
- ১৩০ নং স্থানত ৰঞ্জিতা শৰ্মা
- ১৪৫ নং স্থানত নমিতা শৰ্মা
- ১৬৬নং স্থানত দীপাংকৰ চৌধুৰী
- ১৭০ নং স্থানত গৰিমা শৰ্মা
- ২০০ নং স্থানত ঋষভা গাৰ্গ
- ২৮৭ নং স্থানত আৰণ্যক শইকীয়া
- ৪২৯ নং স্থানত ফৌৰমান ব্ৰহ্ম
- ৫২৫ নং স্থানত অভিষেক গোস্বামী
- ৬৪৫ নং স্থানত তাপস বসুমতাৰী
- ৬৫৬ নং স্থানত সৌৰভ শৰ্মা
- ৭০৮ নং স্থানত দীক্ষা লাংথাছা
No Comment