বি.এছ.এফ.ৰ ৪ শ্বহীদ জোৱানলৈ ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বঘেলৰ শেষ শ্ৰদ্ধাঞ্জলি


ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ৫ এপ্ৰিল, ২০১৯ঃ- বি.এছ.এফ.ৰ ৪ শ্বহীদ জোৱানলৈ ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বঘেলে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰাপ্ত তথ্য অনুসৰি, বৃহস্পতিবাৰে মাওবাদীৰে সৈতে হোৱা এক সংঘৰ্ষত প্ৰাণ দিয়া বি.এছ.এফ.ৰ ৪ শ্বহীদ জোৱানৰ বাবে শুক্ৰবাৰে আয়োজন কৰা এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীৰ লগতে ৰাজ্যখনৰ গৃহমন্ত্ৰী তাম্ৰধ্বজ চাহুসহ আন বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Previous সদৌ অসম বঙালী ছাত্র ফেডাৰেছনৰ উপদেষ্টা সুকুমাৰ বিশ্বাসৰ বিজেপিত যোগদান
Next গুৱাহাটী প্ৰেছ ক্লাবত জুপিতৰা দেৱীৰ কাব্য সংকলন ‘শেহান্তৰ’ উন্মোচন

Suggested Posts

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *