মহানগৰীৰ নটবমাত কুঁৱা চাফা কৰি থাকোতে সংঘটিত দুৰ্ঘটনাত এজন শ্ৰমিকৰ মৃত্যু; আহত ১


ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ৮ মে’, ২০১৯ঃ- বুধবাৰে গুৱাহাটী মহানগৰীত এক অঘটন সংঘটিত হয়। প্ৰাপ্ত তথ্য অনুসৰি, মহানগৰীৰ নটবমাত কুঁৱা চাফা কৰি থাকোতে সংঘটিত দুৰ্ঘটনাত বাছু আলী নামৰ শ্ৰমিকে নিজৰ প্ৰাণ হেৰুওৱায়। উল্লেখযোগ্য যে, উক্ত ঘটনাটোত জাকিৰ হুছেইন নামৰ আন এজন শ্ৰমিকো আহত হয়।

Previous কেন্দ্ৰীয় লোকসেৱা আয়োগৰ চূড়ান্ত ফলাফল ঘোষণা; ১২ অসম সন্তানৰ সাফল্য
Next উচ্চতম ন্যায়ালয়ত এন.আৰ.চি.ৰ শুনানি সম্পন্ন; ৩১ জুলাইত প্ৰকাশ হ’ব চূড়ান্ত এন.আৰ.চি.

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *