ৰবীন্দ্ৰ জয়ন্তী উপলক্ষে ৯ মে’ত সাহিত্য সভাৰ উদ্যোগত ‘বাংলাদেশত ধ্ৰুপদী সাহিত্যৰ প্ৰভাৱ’ শীৰ্ষক বক্তৃতানুষ্ঠান; নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত থাকিব বাংলাদেশৰ জাতীয় বিশ্ববিদ্যালয়ৰ অধ্যাপক চিন্ময় হাওলাদাৰ


ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱ্হাটী, ৮ মে’, ২০১৯ঃ- ৰবীন্দ্ৰ জয়ন্তী উপলক্ষে অসম সাহিত্য সভাৰ উদ্যোগত আয়োজন কৰা হৈছে এক বিশেষ বক্তৃতানুষ্ঠানৰ। প্ৰাপ্ত তথ্য অনুসৰি, অহা ৯ মে’ তাৰিখে সাহিত্য সভাৰ গুৱাহাটীস্থ ভাগৱতী প্ৰসাদ বৰুৱা ভৱনত আয়োজন কৰা হৈছে ‘বাংলাদেশত ধ্ৰুপদী সাহিত্যৰ প্ৰভাৱ’ শীৰ্ষক বক্তৃতানুষ্ঠানৰ। উল্লেখযোগ্য যে, উক্ত বক্তৃতানুষ্ঠানটোত নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত থাকিব বাংলাদেশৰ জাতীয় বিশ্ববিদ্যালয়ৰ অধ্যাপক চিন্ময় হাওলাদাৰ।

Previous উচ্চতম ন্যায়ালয়ত এন.আৰ.চি.ৰ শুনানি সম্পন্ন; ৩১ জুলাইত প্ৰকাশ হ’ব চূড়ান্ত এন.আৰ.চি.
Next নগাঁও কলেজৰ প্ৰাক্তন অধ্যাপক প্ৰবীণ শিক্ষাবিদ কমল চন্দ্ৰ গোস্বামীৰ দেহাৱসান

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *