নগাঁও কলেজৰ প্ৰাক্তন অধ্যাপক প্ৰবীণ শিক্ষাবিদ কমল চন্দ্ৰ গোস্বামীৰ দেহাৱসান


ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ১৪ মে’, ২০১৯ঃ- নগাঁও কলেজৰ প্ৰাক্তন অধ্যাপক কমল চন্দ্ৰ গোস্বামী আৰু নাই। প্ৰাপ্ত তথ্য অনুসৰি, প্ৰবীণ শিক্ষাবিদগৰাকীয়ে সোমবাৰে শেষ নিশ্বাস ত্যাগ কৰে। উল্লেখযোগ্য যে, ডি ৱাই-৩৬৫ৰ মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামীৰ পিতৃ প্ৰয়াত কমল চন্দ্ৰ গোস্বামী প্ৰয়াত কমল চন্দ্ৰ গোস্বামী নগাঁও মহাবিদ্যালয়ৰ উপাধ্যক্ষ হোৱাৰ লগতে গোপীনাথ দেৱগোস্বামী বানিজ্য মহাবিদ্যালয়ৰ প্ৰতিস্থাপক অধ্যক্ষ হোৱাৰ লগতে আদি এলেঙী সত্ৰৰ সত্ৰাধিকাৰো আছিল।

Previous ৰবীন্দ্ৰ জয়ন্তী উপলক্ষে ৯ মে'ত সাহিত্য সভাৰ উদ্যোগত ‘বাংলাদেশত ধ্ৰুপদী সাহিত্যৰ প্ৰভাৱ’ শীৰ্ষক বক্তৃতানুষ্ঠান; নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত থাকিব বাংলাদেশৰ জাতীয় বিশ্ববিদ্যালয়ৰ অধ্যাপক চিন্ময় হাওলাদাৰ
Next চিকিম বিশ্ববিদ্যালয়ত অসমৰ ছাত্ৰীক যৌন নিৰ্যাতন; গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী অধ্যাপকৰ বিৰুদ্ধে এই অভিযোগ

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *