বইটামাৰীত সংঘটিত ভয়াৱহ পথ দুৰ্ঘটনাত এজন নিহত; ১০ জনৰো অধিক লোক আহত


ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., বইটামাৰী, ১৬ মে’, ২০১৯ঃ- বৃহস্পতিবাৰে বইটামাৰীত এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। প্ৰাপ্ত তথ্য অনুসৰি, পুৱতি নিশা পুৱতি নিশা বইটামাৰীৰ তালগুৰি শিৱ মন্দিৰৰ সমীপত মাৰুতি ভান আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ সংঘটিত হয়। উল্লেখযোগ্য যে, উক্ত পথ দুৰ্ঘটনাটোত মাৰুতি ভেনৰ চালকজন নিহত হোৱাৰ বিপৰীতে ১০জনৰো অধিক লোক আহত হয়।

Previous শিৱসাগৰত এন.আৰ.চি.ৰ কামত নিয়োজিত চৰকাৰী বিষয়া সন্ধানহীন; চৰকাৰী আৱাসত চুইচাইড নোট উদ্ধাৰ
Next যোগীঘোপাৰ চলন্তাপাৰা হৰিপানীত ভয়ংকৰ পথ দুৰ্ঘটনা; গুৰুত্বৰভাৱে আহত ১

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *