মঙলদৈৰ কেৰিমেৰিত সংঘটিত পথ দুৰ্ঘটনাত দুজন নিহত


ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., মঙলদৈ, ১৬ মে’, ২০১৯ঃ- বুধবাৰে নিশা মঙলদৈত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। প্ৰাপ্ত তথ্য অনুসৰি, মঙলদৈৰ সমীপৰ কেৰিমেৰিত এখন টাটা মেজিক গাড়ীত এখন স্কুটিয়ে খুন্দা মাৰে। উল্লেখযোগ্য যে, উক্ত পথ দুৰ্ঘটনাত ৰজনী কলিতা আৰু বিকাশ সন্যাসী নামৰ যুৱক স্কুটি আৰোহী দুজন নিহত হয়।

Previous মুকালমুৱা চিকিৎসালয়ত মন্ত্ৰী পিয়ুষ হাজৰিকাৰ আকস্মিক পৰিদৰ্শন
Next শিৱসাগৰত এন.আৰ.চি.ৰ কামত নিয়োজিত চৰকাৰী বিষয়া সন্ধানহীন; চৰকাৰী আৱাসত চুইচাইড নোট উদ্ধাৰ

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *