যোগীঘোপাৰ চলন্তাপাৰা হৰিপানীত ভয়ংকৰ পথ দুৰ্ঘটনা; গুৰুত্বৰভাৱে আহত ১


ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., যোগীঘোপা, ১৬ মে’, ২০১৯ঃ- বৃহস্পতিবাৰে যোগীঘোপাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। প্ৰাপ্ত তথ্য অনুসৰি, যোগীঘোপাৰ চলন্তাপাৰা হৰিপানীৰ বিধ্বস্ত ৩১ নং (খ ) ৰাষ্ট্ৰীয় ঘাইপথত এখন বলেৰ’ আৰু এখন বাইকৰ মাজত মুখামুখি সংঘৰ্ষ সংঘটিত হয়। উক্ত ঘটনাটোত জালাল উদ্দিন নামৰ বাইক আৰোহীজন গুৰুত্বৰভাৱে আহত হোৱাত তেখেতক সংকটজনক অৱস্থাত বঙাইগাওঁ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

Previous বইটামাৰীত সংঘটিত ভয়াৱহ পথ দুৰ্ঘটনাত এজন নিহত; ১০ জনৰো অধিক লোক আহত
Next আমগুৰিৰ বিশিষ্ট বাদ্যযন্ত্ৰ শিল্পী জোন কোঁৱৰৰ মৃত্যু

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *