Posts in

Archives


পূব দিল্লীৰ বিজেপি সাংসদ গৌতম গম্ভীৰ নিৰুদ্দেশ; দিল্লীত পোষ্টাৰিং

Read More

দিল্লী ক্ৰিকেট সন্থাৰ অধ্যক্ষ পদৰ পৰা ইণ্ডিয়া টিভিৰ মুখ্য সম্পাদক ৰজত শৰ্মাৰ পদত্যাগ

Read More

নামতিৰ ধোদৰ আলিত দ্ৰুতবেগী বাইকৰ খুন্দাত ২জনৰ মৃত্যু; কণমানি শিশুসহ কেইবাজনো আহত

Read More

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ১৭ নৱেম্বৰ, ২০১৯ঃ- ৰাজধানী দিল্লীৰ দেখা গৈছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন সদস্য তথা পূব দিল্লীৰ বিজেপি সাংসদ গৌতম গম্ভীৰৰ সন্ধানহীনতাৰ পোষ্টাৰ। প্ৰাপ্ত তথ্য অনুসৰি, দিল্লীৰ ITO অঞ্চল্ৰ গছ আৰু দেৱালত আঁৰি দিয়া হৈছে তেনে পোষ্টাৰ য’ত লিখা আছে- ‘‘আপুনি গৌতম গম্ভীৰক ক’ৰবাত দেখিছে নেকি। শেষবাৰ তেখেতক ইন্দোৰত জেলেপী খাই থকা …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ১৭ নৱেম্বৰ, ২০১৯ঃ- দিল্লী ক্ৰিকেট সন্থাৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰিছে দেশৰ বিশিষ্ট সাংবাদিক তথা ইণ্ডিয়া টিভিৰ মুখ্য সম্পাদক ৰজত শৰ্মাই। প্ৰাপ্ত তথ্য অনুসৰি, শনিবাৰে পুৱা দিল্লী ক্ৰিকেট সন্থাই টুইটাৰযোগে ৰজত শৰ্মাই পদত্যাগ কৰাৰ কথা ৰাজহুৱা কৰে। উল্লেখযোগ্য যে, ৰজত শৰ্মাৰ পদত্যাগৰ পিছতেই শনিবাৰে বিয়লিভাগলৈ দিল্লী ক্ৰিকেট সন্থাৰ কেইবাজনো সদস্যইও পদত্যাগ …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., নামতি, ১৭ নৱেম্বৰ, ২০১৯ঃ- শনিবাৰে শিৱসাগৰ জিলাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। প্ৰাপ্ত তথ্য অনুসৰি, শিৱসাগৰৰ নামতিৰ ধোদৰ আলিত AS04-W-1632  নাম্বাৰৰ এখন দ্ৰুতবেগী বাইকে কেইবাজনো লোকক মহতিয়াই নিয়াত ৫জনকৈ লোক গুৰুত্বৰভাৱে আহত হয়। আহত লোককেইজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসালয়লৈ নিয়াৰ পথত আলহাজ মৌলানা ডাউদ হুছেইন আৰু …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ১৬ নৱেম্বৰ, ২০১৯ঃ- চাকৰিয়ালসকলৰ বাবে এটা সু-খবৰ। কাৰণ কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰীসকলৰ হিতৰ উদ্দেশ্যে এটা বৃহৎ সিদ্ধান্ত গ্ৰহণৰ দিশত আগবাঢ়িছে।  কেন্দ্ৰীয় শ্ৰম মন্ত্ৰী সন্তোষ গংগৱাৰে প্ৰকাশ কৰা এক বিশেষ মন্তব্য অনুসৰি, চৰকাৰে ‘One Nation, One Pay Day’ৰে সমগ্ৰ দেশৰ কৰ্মচাৰী আৰু বনুৱাসকলৰ দৰমহা একেটা দিনতে মোকলাই দিয়াৰ চিন্তা-চৰ্চা কৰিছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ১৬ নৱেম্বৰ, ২০১৯ঃ- বিগত ৩১ আগষ্টত প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চমুকৈ এন.আৰ.চি. সম্পৰ্কে চৌদিশে বিভিন্ন চৰ্চা অব্যাহত থকাৰ সময়তে শেহতীয়াকৈ পুনৰ সংবাদ শিৰোনামলৈ আহিছে নাগৰিকপঞ্জীৰ এটা গুৰুত্বপূৰ্ণ দিশ। প্ৰাপ্ত তথ্য অনুসৰি, বিগত ৪ মাহ ধৰি দৰমহা লাভ কৰা নাই এন.আৰ.চি.ৰ ডাটা এন্ট্ৰী অপাৰেটৰসকলে। ঠিক সেইদৰে অন্যান্য কৰ্মচাৰীসকলেও প্ৰায় তিনি মাহৰ দৰমহা লাভ কৰা নাই। …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ১৬ নৱেম্বৰ, ২০১৯ঃ-  আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰূপে জনাজাত নিৰ্ভীক, নিৰপেক্ষ সংবাদ মাধ্যমৰ সততা, নিষ্ঠাৰ প্ৰতি সন্মান জনাই প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়াৰ প্ৰতিষ্ঠাৰ লগতে সমগ্ৰ দেশৰ লগতে অসমতো উদযপান কৰা হৈছে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ। প্ৰেছ দিৱসৰ এই শুভক্ষণত ৰাজ্য চৰকাৰৰ হৈ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এক বিজ্ঞপ্তিযোগে …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., নাজিৰা, ১৬ নৱেম্বৰ, ২০১৯ঃ- দ্ৰুতবেগী ডাম্পাৰৰ দৌৰাত্ম্যই পুনৰ প্ৰাণ ল’লে এজন স্কুলীয়া ছাত্ৰৰ। প্ৰাপ্ত তথ্য অনুসৰি, শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ অন্তৰ্গত কলেজ তিনিআলিত শুক্ৰবাৰে সন্ধিয়া সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত অকালতে প্ৰাণ হেৰুৱালে নাজিৰা পৌৰসভাৰ উপ-সভানেত্ৰী ৰূপাঞ্জলী হাজৰিকাৰ দশম শ্ৰেণীত অধ্যয়নৰত পুত্ৰ শ্ৰুতানিক কাশ্যপে। উল্লেখযোগ্য যে, নিজৰ দেউতাকৰ বন্ধু ৰমেশ গগৈৰ সৈতে …