কৰ’না ভাইৰাছৰ আতংক; বাতিল হ’ল ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ মাজৰ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় শৃংখলা


ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ১৪ মাৰ্চ, ২০২০ঃ-  অৱশেষত বাতিল হ’ল ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় শৃংখলা। প্ৰাপ্ত তথ্য অনুসৰি, বিশ্বব্যাপি বৃদ্ধি পোৱা ক’ৰ’না ভাইৰাছৰ ভয়ংকৰ প্ৰভাৱৰ বাবে দল দুটাৰ মাজত হ’বলগীয়া শৃংখলাৰ বাকী দুখন মেচ। উল্লেখযোগ্য যে, খেল বৰষুণৰ বাবে ধৰমশালাত অনুষ্ঠিত হ’বলগীয়া প্ৰথমখন এদিনীয়া মেচ বাতিল হোৱা পাছত অৱশিষ্ট মেচ দুখন দৰ্শকবিহীন পৰিৱেশত খেলাৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছিল যদিও অৱশেষত বি.চি.চি.আই.এ শৃংখলা বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰে।

Previous কৰ’না ভাইৰাছৰ আতংক; ১৫ এপ্ৰিললৈ পিছুৱাই দিয়া হ’ল আই.পি.এল.-২০২০
Next ক’ৰ’না ভাইৰাছৰ বৰ্ধিত ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি ৩১ মাৰ্চলৈকে কোনো ৰাজহুৱা সভা-সমিতি, অনুষ্ঠানত অংশগ্ৰহণ নকৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *