লকডাউনৰ সময়ত পদপথৰ ভোকাতুৰ কুকুৰক আহাৰ যোগানেৰে লখিমপুৰৰ বৈশালী শইকীয়া আৰু মাতৃৰ মহানুভৱতা


অমূল্য বৰাৰ প্ৰতিবেদন, ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., লখিমপুৰ, ২৯ মাৰ্চ, ২০২০ঃ- COVID-19ৰ সাম্ভাব্য সংক্ৰমণ ৰোধ কৰিবলৈ দেশজুৰি অব্যাহত থকা ২১ দিনীয়া লকডাউনৰ সময়ছোৱাত লখিমপুৰত নিজৰ মহানুভৱতাৰ পৰিচয় দিলে এহাল মাতৃ-কন্যাই। প্ৰাপ্ত তথ্য অনুসৰি, দেওবাৰে পুৱা লখিমপুৰ নগৰৰ বিভিন্ন স্থানত পথত থকা পদপথৰ ভোকাতুৰ কুকুৰক আহাৰ যোগানেৰ জীৱ-জন্তুৰ প্ৰতি থকা প্ৰেমৰ নিদৰ্শন দাঙি ধৰিল বৈশালী শইকীয়া আৰু তেখেতৰ মাতৃয়ে। লখিমপুৰৰ মাতৃ-কন্যাৰ এই পদক্ষেপ সচাঁকৈয়ে প্ৰশংসনীয়।

Previous ক'ৰোণাতংক; তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ ৪১জন কাৰাবন্দীক পেৰলত মুকলি
Next লকডাউনলৈ বুঢ়া আঙুলি; শিৱসাগৰত বিজেপিৰ নেত্ৰীৰ ঘৰত কেইবা লক্ষাধিক টকাৰ বিলাতী সুৰা জব্দ

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *