ব্ৰেকিং নিউজ! হাইলাকান্দিত ১ জন লোক COVID-19ত আক্ৰান্ত; অসমত COVID-19 পজিটিভ লোকৰ সংখ্যা ২৮ জনলৈ বৃদ্ধি


ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ৭ এপ্ৰিল, ২০২০ঃ- অসমবাসীৰ বাবে এটা দুখৰ খবৰ। কাৰণ অসমত নতুন আৰু এজন লোক COVID-19 পজিটিভ বুলি জানিব পৰা গৈছে। ক্ষন্তেক সময়ৰ পূৰ্বে স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দিয়া এক টুইট অনুসৰি হাইলাকান্দি জিলাৰ এজন ব্যক্তি COVID-19 পজিটিভ বুলি ধৰা পৰিছে। উল্লেখযোগ্য যে, নতুনকৈ চিনাক্ত হোৱা ব্যক্তিজনে শেহতীয়াকৈ ছৌদি আৰব ভ্ৰমণ কৰিছিল বুলি মন্ত্ৰীগৰাকীয়ে নিজৰ টুইটটোত প্ৰকাশ কৰিছে।

Previous "আমিনুল ইছলাম নিজেই এটা ভাইৰাছ":- বিধায়ক ৰূপক শৰ্মা
Next আমিনুল ইছলামৰ মন্তব্য‌ই দেশৰ ধৰ্মনিৰপেক্ষতালৈ প্ৰশ্নৰ অৱতাৰণা কৰিছে।":- নগাঁৱৰ আৰক্ষী অধীক্ষক অভিজিত গৌৰৱ

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *