ফেচবুকত উৰাবাতৰি প্ৰচাৰ কৰি নলবাৰী আৰক্ষীৰ জালত এজন

Read More

আমিনুল ইছলামৰ মন্তব্য‌ই দেশৰ ধৰ্মনিৰপেক্ষতালৈ প্ৰশ্নৰ অৱতাৰণা কৰিছে।”:- নগাঁৱৰ আৰক্ষী অধীক্ষক অভিজিত গৌৰৱ

Read More

ব্ৰেকিং নিউজ! হাইলাকান্দিত ১ জন লোক COVID-19ত আক্ৰান্ত; অসমত COVID-19 পজিটিভ লোকৰ সংখ্যা ২৮ জনলৈ বৃদ্ধি

Read More

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., নলবাৰী, ৭ এপ্ৰিল, ২০২০ঃ- ছচিয়েল মিডিয়াত উৰাবাতৰি প্ৰচাৰ কৰি নলবাৰী আৰক্ষীৰ হাতত এজন লোক গ্ৰেপ্তাৰ হ’বলগীয়া হয়। প্ৰাপ্ত তথ্য অনুসৰি, মাৰাত্মক COVID-19 সংক্ৰান্তত সাম্প্ৰদায়িক উৰাবাতৰি প্ৰচাৰ কৰা উমেশ চন্দ্ৰ ঠাকুৰীয়া নামৰ এজন ব্যক্তিক আজি নলবাৰী আৰক্ষীয়ে আটক কৰে। উল্লেখযোগ্য যে, বিগত সময়চোৱাত একাধিক সাম্প্ৰদায়িক উৰাবাতৰি প্ৰচাৰ কৰা ব্যক্তিজনক টিহু আৰক্ষী …

নগাঁৱৰ পৰা অমূল্য বৰাৰ প্ৰতিবেদন, ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., ৭ এপ্ৰিল, ২০২০ঃ- চৰকাৰে COVID-19 পজিটিভ ৰোগীৰ বাবে স্থাপন কৰা আইছ’লেশ্যন কক্ষক লৈ বিতৰ্কিত মন্তব্য কৰা ধিঙৰ AIUDF বিধায়ক আমিনুল ইছলামৰ গ্ৰেপ্তাৰ সন্দৰ্ভত নগাঁৱৰ আৰক্ষী অধীক্ষক অভিজিত গৌৰৱে আজি এক সংবাদমেল আহ্বান কৰে। সংবাদমেলখনত আৰক্ষী অধীক্ষকগৰাকীয়ে এজন ব্যক্তিয়ে বিধায়ক আমিনুল ইছলামৰ এটা অডিঅ’ ক্লিপ সন্দৰ্ভত দিয়া …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ৭ এপ্ৰিল, ২০২০ঃ- অসমবাসীৰ বাবে এটা দুখৰ খবৰ। কাৰণ অসমত নতুন আৰু এজন লোক COVID-19 পজিটিভ বুলি জানিব পৰা গৈছে। ক্ষন্তেক সময়ৰ পূৰ্বে স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দিয়া এক টুইট অনুসৰি হাইলাকান্দি জিলাৰ এজন ব্যক্তি COVID-19 পজিটিভ বুলি ধৰা পৰিছে। উল্লেখযোগ্য যে, নতুনকৈ চিনাক্ত হোৱা ব্যক্তিজনে শেহতীয়াকৈ ছৌদি …

নগাঁৱৰ পৰা অমূল্য বৰাৰ প্ৰতিবেদন, ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., ৭ এপ্ৰিল, ২০২০ঃ-ৰাজ্য চৰকাৰে COVID-19 পজিটিভ ৰোগীৰ বাবে স্থাপন কৰা আইছ’লেশ্যন কক্ষক লৈ বিতৰ্কিত মন্তব্য প্ৰকাশ কৰি গ্ৰেপ্তাৰ হোৱা ধিং সমষ্টিৰ AIUDF বিধায়ক আমিনুল ইছলাম সংক্ৰান্তত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাই। সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত নগাঁৱৰ বিধায়কজনে আমিনুল ইছলামৰ তেনে …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., নগাঁও, ৭ এপ্ৰিল, ২০২০ঃ- ৰাজ্য চৰকাৰে COVID-19 পজিটিভ ৰোগীৰ বাবে স্থাপন কৰা আইছ’লেশ্যন কক্ষক লৈ বিতৰ্কিত মন্তব্য প্ৰকাশ কৰি গ্ৰেপ্তাৰ হোৱা ধিং সমষ্টিৰ AIUDF বিধায়ক আমিনুল ইছলামক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, উচতনিমূলক মন্তব্য দিয়া এটা অডিঅ’ মেচেজ তৈয়াৰ কৰি প্ৰচাৰ কৰা বিধায়কজনৰ বিৰুদ্ধে নগাওঁ …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ৭ এপ্ৰিল, ২০২০ঃ- সমগ্ৰ বিশ্বতে সন্ত্ৰাসৰ সৃষ্টি কৰা COVID-19 প্ৰতিৰোধ কৰিবলৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিলালে আগবঢ়ালে ‘5T’ পদ্ধতি। প্ৰাপ্ত তথ্য অনুসৰি, মাৰাত্মক ভাইৰাছবিধ ৰোধ কৰিবলৈ দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মঙলবাৰে ‘5T’ পদ্ধতি ঘোষণা কৰে। সেইকেইটা হ’ল- 1. Testing 2. Tracing 3. Treatment 4. Teamwork আৰু 5. Tracking & Monitoring. উল্লেখযোগ্য যে, …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ৭ এপ্ৰিল, ২০২০ঃ- আমাৰ চৌদিশে প্ৰচাৰ হৈ থকা ভুৱা বাতৰিসমূহ ৰোধ কৰিবলৈ হোৱাটছএপে গ্ৰহণ কৰিলে এক ডাঙৰ সিদ্ধান্ত। বিশ্বৰ প্ৰায়বোৰ দেশতে সংহাৰৰ সৃষ্টি কৰা মাৰাত্মক COVID-19 সংক্ৰান্তত ছচিয়েল মিডিয়াত প্ৰচাৰিত বিভিন্ন ভুৱা বাৰ্তাৰ বাবে হোৱাটছএপে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি ৫ বাৰতকৈ অধিক শ্বেয়াৰ কৰা মেচেজক ‘এবাৰত এঠাইলৈ পঠোৱা’তে সীমিত …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ৭ এপ্ৰিল, ২০২০ঃ- শেহতীয়াকৈ ফেচবুক নতুবা হোৱাটছ‌এপযোগে সঘনাই শ্বেয়াৰ হৈছে এটা বিশেষ বাৰ্তা য’ত WHOৰ নিৰ্দেশনা অনুসৰি চৰকাৰে কেনেদৰে লকডাউন প্ৰযোজ্য কৰিব সেই কথা উল্লেখ কৰা হৈছে। কিন্তু ৰাইজৰ জ্ঞাতাৰ্থে জনাওঁ যে এই বাৰ্তা সম্পূৰ্ণ ভুৱা আৰু ভিত্তিহীন। সোমবাৰে অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ তৰফৰ পৰা দিয়া এক …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ৭ এপ্ৰিল, ২০২০ঃ- বিশ্বৰ বিভিন্ন দেশৰ লগতে ভাৰততো ভয়াবহ ৰূপ ধাৰণ কৰা COVID-19ৰ বিৰুদ্ধে যুঁজিবলৈ ৰাজ্য চৰকাৰলৈ বৰঙণি আগবঢ়ালে অসম ক্ৰিকেট সন্থা চমুকৈ ACAএ। ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্ত আৰু সাধাৰণ সম্পাদক দেৱজিত শ‌ইকীয়াৰ তৰফৰ পৰা সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিজ্ঞপ্তি অনুসৰি, ACA ৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী সাহাৰ্য …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ৭ এপ্ৰিল, ২০২০ঃ- মাৰাত্মক COVID-19 ৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে চলাই থকা যুজঁখনত সহযোগিতা আগবঢ়ালে গুৱাহাটী মহনগৰ উন্নয়ণ কৰ্তৃপক্ষ চমুকৈ GMDAৰ।কৰ্মচাৰীসকলে। প্ৰাপ্ত তথ্য অনুসৰি GMDAৰ কৰ্মচাৰীসকলে অসম আৰোগ্য নিধিলৈ এদিনৰ দৰমহা আগবঢ়াইছে। উল্লেখযোগ্য যে, GMDAৰ তৰফৰ পৰা চৰকাৰী নিধিলৈ সৰ্বমুঠ ১,৭২,৮৪৬ টকাৰ এখন চেক অনুদান হিচাবে আগবঢ়ায়।