পূব দিল্লীৰ বিজেপি সাংসদ গৌতম গম্ভীৰ নিৰুদ্দেশ; দিল্লীত পোষ্টাৰিং

Read More

দিল্লী ক্ৰিকেট সন্থাৰ অধ্যক্ষ পদৰ পৰা ইণ্ডিয়া টিভিৰ মুখ্য সম্পাদক ৰজত শৰ্মাৰ পদত্যাগ

Read More

নামতিৰ ধোদৰ আলিত দ্ৰুতবেগী বাইকৰ খুন্দাত ২জনৰ মৃত্যু; কণমানি শিশুসহ কেইবাজনো আহত

Read More

অনলাইন ডেস্ক, ১ ডিচেম্বৰ,২০১৭: কেন্দ্ৰীয় বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে মঙলবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰে পে’টিএম পেমেণ্ট বেংক। উক্ত অনুষ্ঠানটোত বিত্তমন্ত্ৰীগৰাকীৰ ওপৰিও ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন কাৰ্যকৰী নিৰ্দেশক পি. ভাস্কৰ, নেচনেল পেমেণ্টছ্ অৱ ইণ্ডিয়াৰ আভ্যন্তৰীণ মুখ্য কাৰ্যবাহী বিষয়া দিলীপ আচবে, পে’টিএমৰ প্ৰতিষ্ঠাপক ও মুখ্য কাৰ্যবাহী বিষয়া শেখৰ শৰ্মা তথা পে’টিএম পেমেণ্টছ্ বেংকৰ পৰিচালন সঞ্চালক মুখ্য কাৰ্যবাহী বিষয়া ৰেণু শট্টী উপস্থিত …

শিৱসাগৰৰ পৰা নজিউল্লা হাজৰিকাৰ ৰিপৰ্ট, ১ ডিচেম্বৰ,২০১৭: শিৱসাগৰ জিলাৰ ঐতিহাসিক জয়সাগৰৰ পাৰত অৱস্থিত শিৱসাগৰ কলেজ,  জয়সাগৰ। ফুলনি কবি খ্যাত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মধৰ চলিহাৰ হাতৰ উমাল পৰশত ১৯৪৭ চনত স্থাপিত তথা তেখেতৰ সুযোগ্য সন্তান পৰাগধৰ চলিহাৰ তত্ত্বাৱধানত লহপহকৈ ডাঙৰ হৈ উঠা শিক্ষাৰ এই বটবৃক্ষজোপাই চলিত বৰ্ষত সগৌৰৱেৰে ৭১ বছৰত ভৰি দিলে। প্ৰতিষ্ঠাকালৰে পৰা …

অনলাইন ডেস্ক, ১ ডিচেম্বৰ,২০১৭: শুক্ৰবাৰে দিল্লীৰ টাউন হলত অনুষ্ঠিত এক অনুষ্ঠানত উপস্থিত থাকিব প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি বাৰাক অবামা- এই কথা সদৰী কৰে অবামা ফাউণ্ডেচনে। তেওলোকে লগতে সদৰী যে অবামাই তেখেতৰ শুভাকাংক্ষীসকলক  উক্ত অনষ্ঠানতেই সম্বোধন কৰিব। উল্লেখ্য যে প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকী বৃহস্পতিবাৰে দিল্লীত উপস্থিত হয়। তেখেতে শুক্ৰবাৰে”হিন্দুস্থান টাইম্ছ লীডাৰচিপ’ সন্মিলনতো উপস্থিত থাকিব। টাউন হলত তেখেতে দেশৰ …

লখিমপুৰৰ পৰা অভিজিৎ হাজৰিকাৰ ৰিপৰ্ট, ১ ডিচেম্বৰ,২০১৭: বিজ্ঞানৰৰ ন ন আবিষ্কাৰৰ মাজতে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ মাধৱপুৰৰ পদ্ম ভূঞাৰ পুত্র অম্লানজ্যোতি ভূঞাই ডাৱ’ল কেৰেঙৰ চাইকেল নিৰ্মাণেৰে নাৰায়ণপুৰৰ লগতে সমগ্ৰ লখিমপুৰ জিলা তথা ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । শৈশৱতে চাৰ্কাচত এটা চকাৰ ওপৰত উঠি দেখুওৱা খেলা চাই অভিভূত হৈ পৰা অম্লানজ্যোতিয়ে প্ৰথমখন চেইনবিহীন চাইকেল নিৰ্মাণ …

  চৰাইদেউৰ পৰা অভিজিৎ ভূঞাৰ ৰিপৰ্ট ,১ ডিচেম্বৰ, ২০১৭: আঘোণৰ পথাৰত এতিয়া ব্যস্ততা বাঢ়িছে কৃষকৰ | ব্যস্ততা বাঢ়িছে জীয়ৰী – বোৱাৰী দাৱনীজাকৰ | শাওনৰ পথাৰত প্ৰখৰ ৰ’দত কপালৰ ঘাম মাটিত পেলাই আশাৰ সপোণ দেখা কৃষকে ভুঁই ৰোৱা সেউজীয়া ধান নিডৰা এতিয়া সোণোৱালী হৈ পৰিছে | এই সোণোৱালী সপোণৰ ধান চপোৱাৰ সময় এতিয়া সমাগ্ত| সেয়ে ব্যস্ততা বাঢ়িছে …

কলিয়াবৰৰ পৰা ৰমনী শৰ্মাৰ ৰিপৰ্ট, ১ ডিচেম্বৰ, ২০১৭ : জখলাবন্ধা আৰক্ষীৰ জালত  পৰিবলৈ আৰম্ভ হৈছে যোৱা ২ আৰু ৪ নৱেম্বৰত কাজিৰঙাৰ বুঢ়াপাহাৰত সংঘটিত পোৱালীসহ তিনিটাকৈ গড়ঁহত্যাৰ লগত জড়িত চোৰাং চিকাৰীৰ এটাৰ পিচত আনটো ।আৰক্ষীয়ে মঙ্গলবাৰে পুৱা নগাঁও জিলাৰ কাকীমাৰিৰ পৰা জিয়াবুৰ ৰহমানক আটক কৰাৰ লগতে আঞ্জপানীৰ কালিভেটি-কাথাৰ ইংতি গাঁৱৰ পৰা আটক কৰে বীৰেন ইংতি নামৰ আন …

অনলাইন ডেস্ক, ১ ডিচেম্বৰ, ২০১৭ঃ আজি বিশ্ব এইড্‌ছ দিৱস। প্ৰতিটো বছৰৰ ডিচেম্বৰ মাহৰ ১ তাৰিখৰ দিনা এই দিৱস পালন কৰা হয়। ১৯৮৮ চনৰ পৰা পালন কৰা এই দিৱস এইড্‌ছৰ দেশব্যাপ্তিৰ প্ৰতি সজাগতাৰ বাবে আৰু এই ৰোগত ভুগি মৃত্যু বৰণ কৰাসকললৈ সমৰ্পণ কৰাৰ উদ্দেশ্যেৰে বিশ্বজুৰি পালন কৰা হয়। চুইজাৰলেণ্ডৰ জেনেভাৰ বিশ্ব স্বাস্থ্য সংস্থাৰ দুজন ৰাজহুৱা তথ্য বিষয়া …

কাৰ্টুনিষ্ট  ধ্ৰুপৰাজ কৃষ্ণত্ৰয়ৰ স্কেটছ্