পূব দিল্লীৰ বিজেপি সাংসদ গৌতম গম্ভীৰ নিৰুদ্দেশ; দিল্লীত পোষ্টাৰিং

Read More

দিল্লী ক্ৰিকেট সন্থাৰ অধ্যক্ষ পদৰ পৰা ইণ্ডিয়া টিভিৰ মুখ্য সম্পাদক ৰজত শৰ্মাৰ পদত্যাগ

Read More

নামতিৰ ধোদৰ আলিত দ্ৰুতবেগী বাইকৰ খুন্দাত ২জনৰ মৃত্যু; কণমানি শিশুসহ কেইবাজনো আহত

Read More

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ৪ এপ্ৰিল, ২০১৯ঃ- খোদ অসমতেই এলাগী হ’ল মাতৃভাষা অসমীয়া। প্ৰাপ্ত তথ্য অনুসৰি, প্ৰাণৰো প্ৰাণ মাতৃভাষাটিৰ স্বকীয় বৈশিষ্ট্যক জলাঞ্জলি দি কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ কাৰ্যালয়ৰ চৰকাৰী ৱেবচাইটত কামৰূপ শব্দটোত ূ কাৰৰ সলনি ব্যৱহাৰ কৰা হৈছে ু কাৰৰ অৰ্থাৎ কামৰূপৰ ঠাইত লিখা হৈছে কামৰুপ। উল্লেখযোগ্য যে, এজন অসমীয়া প্ৰশাসনিক বিষয়াই জিলা উপায়ুক্তৰ …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., বৰপেটা, ৪ এপ্ৰিল, ২০১৯ঃ- অভিনেত্ৰী চেতনা দাসলৈ আগবঢ়োৱা হৈছে ‘বৰপেটা বঁটা’। প্ৰাপ্ত তথ্য অনুসৰি, বিশিষ্ট অসমীয়া অভিনেত্ৰীগৰাকীলৈ ২০১৯ বৰ্ষৰ ‘বৰপেটা বঁটা’ আগবঢ়াইছে বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই। উল্লেখযোগ্য যে, প্ৰতিবছৰৰ দৰে এইবছৰো সত্ৰনগৰী বৰপেটাৰ নামত ছাত্ৰ সন্থাই পহিলা ব’হাগৰ দিনটোত তেওঁক এই সন্মানীয় বঁটাটি প্ৰদান কৰিব।

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., বোকাখাত, ৪ এপ্ৰিল, ২০১৯ঃ- গোলাঘাট আৰক্ষীয়ে বৃহস্পতিবাৰে চুৰি বাইকৰ বিৰুদ্ধে এক সফল অভিযান সম্পন্ন কৰে। প্ৰাপ্ত তথ্য অনুসৰি, এক গোপন সূত্ৰৰ পম খেদি গোলাঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই কমাৰগাঁও আৰক্ষী চকীৰ সহযোগত চলোৱা এক অভিযানত বোকাখাতৰ বৰিখোৱা গাঁৱৰ বিজিত লয়িং নামৰ এজন ব্যক্তিৰ ঘৰৰ পৰা দুখন চুৰি পালচাৰ বাইক …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., মেৰাপানী, ৪ এপ্ৰিল, ২০১৯ঃ- বৃহস্পতিবাৰে মেৰাপানী আৰক্ষীয়ে এক সফল ড্ৰাগছবিৰোধী অভিযান সম্পন্ন কৰে। প্ৰাপ্ত তথ্য অনুসৰি, মেৰাপানী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে নেঘেৰীবিল এলেকাত অভিযান চলাই  AS05-H-0351 নম্বৰৰ এখন হোণ্ডা স্কুটীৰ পৰা স্মেষ্ম’ প্ৰক্সিভন নামৰ প্ৰায় ২৭ হাজাৰটা নিচাযুক্ত টেবলেট জব্দ কৰে। উল্লেখযোগ্য যে, উক্ত টেবলেটখিনি …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গেলেকী, ৪ এপ্ৰিল, ২০১৯ঃ- বৃহস্পতিবাৰে নাজিৰাৰ গেলেকীত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। প্ৰাপ্ত তথ্য অনুসৰি, গেলেকীৰ দেওপানীত এখন যাত্ৰীবাহী মেজিকে পথৰ কাষৰ এজোপা গছত খুন্দা মৰাত মেজিকখনত থকা ১৪ গৰাকী যাত্ৰী আহত হয়। উল্লেখযোগ্য যে, আহত লোকসকলৰ ভিতৰত ৮ মহিলাও আছে বুলি জানিব পৰা গৈছে। আহত আটাইকেইজনকে গেলেকী চিকিৎসালয়ত …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., তেজপুৰ, ৪ এপ্ৰিল, ২০১৯ঃ- বৃহস্পতিবাৰে তেজপুৰত শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। প্ৰাপ্ত তথ্য অনুসৰি, তেজপুৰৰ পাঁচমাইলত এখন বলেৰ’ পিকআপ বাহন আৰু এখন বাইকৰ মাজৰ সংঘটিত মুখামুখি সংঘৰ্ষত বাইকত অহা তিনিজন যুৱক থিতাতে নিহত হয়।

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., বোকাখাত, ৪ এপ্ৰিল, ২০১৯ঃ- বৃহস্পতিবাৰে বোকাখাতত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। প্ৰাপ্ত তথ্য অনুসৰি, বোকাখাতৰ টেছকো ধাবাৰ সমীপত এখন টাটা মেজিক আৰু এখন বলেৰ’ বাহনৰ মুখামুখি সংঘৰ্ষত দুজন লোক গুৰুতৰভাৱে আহত হয়। উল্লেখযোগ্য যে, উক্ত দুৰ্ঘটনাটোত আহৰ লোক দুজন ক্ৰমে মেজিকখনৰ চালক সুৰেন তুৰী আৰু নীলবাবু সিং জানিব পৰা …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., কামপুৰ, ৩ এপ্ৰিল, ২০১৯ঃ- বুধবাৰে নগাওঁ জিলাৰ কামপুৰত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। প্ৰাপ্ত তথ্য অনুসৰি, কামপুৰ-কঠিয়াতলী পথৰ তেতেলিসৰা গ্ৰাণ্টত পলশা গাঁৱৰ বাসন্তি পূজাৰ চান্দা তুলিবলৈ যোৱা এটি দলক এখন তীব্ৰবেগী বাইকে খুন্দা মৰাত দুজন লোকে প্ৰাণ হেৰুৱায়।

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., ডুমডুমা, ৩ এপ্ৰিল, ২০১৯ঃ- বুধবাৰে ডুমডুমাত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। প্ৰাপ্ত তথ্য অনুসৰি, ডুমডুমাৰ বাদলাভেটা চাহ ফেক্টৰীৰ সমীপত এখন দ্ৰুতবেগী ডাম্পাৰৰ খুন্দাত সঞ্জয় তাছা নামৰ এজন ছাত্ৰৰ মৃত্যু হয়। উল্লেখযোগ্য যে, উক্ত দুৰ্ঘটনাটোত নিহত ছাত্ৰজন বৰডুবি মধ্য ইংৰাজী বিদ্যালয়ৰ বুলি জানিব পৰা গৈছে৷ অনহাতে, এই দুৰ্ঘটনা সংঘটিত কৰি ডাম্পাৰসহ চালকে …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., হোজাই, ২ এপ্ৰিল, ২০১৯ঃ- অহা ৬ এপ্ৰিলত অসমলৈ আহিব উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ। প্ৰাপ্ত তথ্য অনুসৰি, নগাঁও লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকী অসমলৈ আহিব। উল্লেখযোগ্য যে, উক্ত দিনা পুৱা ১০ বাজি ২০ মিনিটত গুৱাহাটী বিমানবন্দৰত উপস্থিত হোৱাৰ পাছতেই তেখেতে পোনে পোনে এক …