Posts in category

সম্পাদকলৈ চিঠি


হিন্দু বাংলাদেশী অসমত সঁচাকৈয়ে সংস্থাপিত হ’ব নেকি??? অসমত বিদেশী সমস্যাই জুৰুলা কৰাৰ সময়তেই হিন্দু বাংলাদেশী সংস্থাপন কৰাৰ প্ৰক্ৰিয়া অব্যাহত ৰখা হৈছে। খিলঞ্জীয়া মানুহৰ দুৰ্দশাৰ সময়ত বিদেশীক স্বদেশী কৰি সংস্থাপন দিয়াটো উচিত হ’বনে?? জাতি-মাটি-ভেটিৰ শপত লোৱা চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্তৰ পৰিণাম জাতিয়ে ভৱিষ্যতে ভোগ নকৰিবনে??? বিদেশী বহিষ্কৰণৰ সংকল্পেৰে ঘটা অসম আন্দোলনত শ শ শ্বহীদৰ জীৱনৰ মূল্য …