Posts in category

ৰাজ্যিক


আমগুৰিৰ বিশিষ্ট বাদ্যযন্ত্ৰ শিল্পী জোন কোঁৱৰৰ মৃত্যু

Read More

যোগীঘোপাৰ চলন্তাপাৰা হৰিপানীত ভয়ংকৰ পথ দুৰ্ঘটনা; গুৰুত্বৰভাৱে আহত ১

Read More

বইটামাৰীত সংঘটিত ভয়াৱহ পথ দুৰ্ঘটনাত এজন নিহত; ১০ জনৰো অধিক লোক আহত

Read More

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., আমগুৰি, ১৯ মে’, ২০১৯ঃ- আমগুৰিৰ এগৰাকী বিশিষ্ট বাদ্যযন্ত্ৰ শিল্পীৰ অকাল মৃত্যুৱে অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। প্ৰাপ্ত তথ্য অনুসৰি, কন্ঠশিল্পী মানস ৰবীনৰ সৈতে বাদ্য সংগত কৰা দোপদৰ বৰুৱা পুখুৰীৰ কোঁৱৰ গাঁৱৰ জোন কোঁৱৰৰ দেওবাৰে দিনৰ ১ বাজি ৩০ মিনিটত মৃত্যু হয়। উল্লেখযোগ্য যে, উদীয়মান শিল্পীগৰাকী বিগত শুক্ৰবাৰৰ জ্বৰত আক্ৰান্ত হৈ এখন ব‍্যক্তিগত …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., যোগীঘোপা, ১৬ মে’, ২০১৯ঃ- বৃহস্পতিবাৰে যোগীঘোপাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। প্ৰাপ্ত তথ্য অনুসৰি, যোগীঘোপাৰ চলন্তাপাৰা হৰিপানীৰ বিধ্বস্ত ৩১ নং (খ ) ৰাষ্ট্ৰীয় ঘাইপথত এখন বলেৰ’ আৰু এখন বাইকৰ মাজত মুখামুখি সংঘৰ্ষ সংঘটিত হয়। উক্ত ঘটনাটোত জালাল উদ্দিন নামৰ বাইক আৰোহীজন গুৰুত্বৰভাৱে আহত হোৱাত তেখেতক সংকটজনক অৱস্থাত বঙাইগাওঁ অসামৰিক …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., বইটামাৰী, ১৬ মে’, ২০১৯ঃ- বৃহস্পতিবাৰে বইটামাৰীত এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। প্ৰাপ্ত তথ্য অনুসৰি, পুৱতি নিশা পুৱতি নিশা বইটামাৰীৰ তালগুৰি শিৱ মন্দিৰৰ সমীপত মাৰুতি ভান আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ সংঘটিত হয়। উল্লেখযোগ্য যে, উক্ত পথ দুৰ্ঘটনাটোত মাৰুতি ভেনৰ চালকজন নিহত হোৱাৰ বিপৰীতে ১০জনৰো অধিক লোক আহত হয়।

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., শিৱসাগৰ, ১৬ মে’, ২০১৯ঃ- ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশৰ অন্তিম সময়সীমালৈ কেইটামান দিন বাকী থকা অৱস্থাত শিৱসাগৰত এন.আৰ.চি.ৰ কামত নিয়োজিত এজন চৰকাৰী বিষয়া সন্ধানহীন হোৱাৰ ঘটনাই চৌদিশে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি, জলসম্পদ বিভাগৰ শিৱসাগৰ সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা হিচাপে কৰ্মৰত দিগন্ত শইকীয়া বুধবাৰে পুৱাৰে পৰা নিৰুদ্দিষ্ট হৈ থকা …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., মঙলদৈ, ১৬ মে’, ২০১৯ঃ- বুধবাৰে নিশা মঙলদৈত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। প্ৰাপ্ত তথ্য অনুসৰি, মঙলদৈৰ সমীপৰ কেৰিমেৰিত এখন টাটা মেজিক গাড়ীত এখন স্কুটিয়ে খুন্দা মাৰে। উল্লেখযোগ্য যে, উক্ত পথ দুৰ্ঘটনাত ৰজনী কলিতা আৰু বিকাশ সন্যাসী নামৰ যুৱক স্কুটি আৰোহী দুজন নিহত হয়।

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই.,  মুকালমুৱা, ১৬ মে’, ২০১৯ঃ- অসম চৰকাৰৰ ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পিয়ুষ হাজৰিকাই বৃহস্পতিবাৰে পুৱাই মুকালমুৱা চিকিৎসালয়ত আকস্মিক পৰিদৰ্শন কৰি এগৰাকী চিকিৎসকক চাকৰি পৰা নিলম্বন কৰে৷ প্ৰাপ্ত তথ্য অনুসৰি, ৰাজ্যিক স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সঞ্চালক ডাঃ অচ্যুত বৈশ্যৰ সৈতে পুৱাই মুকালমুৱা চিকিৎসালয়ত উপস্থিত হয়। ইয়াৰ পাছতেই তেখেতে চিকিৎসালয়খনত কৰ্তব্যৰত সকলো চিকিৎসক, নাৰ্চ তথা …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ১৪ মে’, ২০১৯ঃ- কাইলৈ অৰ্থাৎ ১৫ মে’ তাৰিখ বুধবাৰে ঘোষণা হ’ব অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাৰ অধীনত অনুষ্ঠিত হোৱা মেট্ৰিক পৰীক্ষাৰ চূড়ান্ত ফলাফল। প্ৰাপ্ত তথ্য অনুসৰি, পুৱা ৯ বজাৰ লগে লগেই ৰাজ্যজুৰি ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ লগতে হাই মাদ্ৰাছাৰ চূড়ান্ত ফলাফলসমূহ। অভিভাৱক তথা শিক্ষাৰ্থীসকলৰ সুবিধাৰ্থে ১৩টা ৱেবচাইটৰ লগতে …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ১৪ মে’, ২০১৯ঃ- নগাঁও কলেজৰ প্ৰাক্তন অধ্যাপক কমল চন্দ্ৰ গোস্বামী আৰু নাই। প্ৰাপ্ত তথ্য অনুসৰি, প্ৰবীণ শিক্ষাবিদগৰাকীয়ে সোমবাৰে শেষ নিশ্বাস ত্যাগ কৰে। উল্লেখযোগ্য যে, ডি ৱাই-৩৬৫ৰ মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামীৰ পিতৃ প্ৰয়াত কমল চন্দ্ৰ গোস্বামী প্ৰয়াত কমল চন্দ্ৰ গোস্বামী নগাঁও মহাবিদ্যালয়ৰ উপাধ্যক্ষ হোৱাৰ লগতে গোপীনাথ দেৱগোস্বামী বানিজ্য মহাবিদ্যালয়ৰ প্ৰতিস্থাপক …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ৮ মে’, ২০১৯ঃ- অহা ৩১ জুলাইত প্ৰকাশ পাব এন.আৰ.চি.ৰ চূড়ান্ত খচৰা। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সম্পৰ্কত উচ্চতম ন্যায়ালয়ত বুধবাৰে অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ শুনানিত মহামান্য ন্যায়ালয়ে এই এই নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰে গঠিত দুজনীয়া বিচাৰপীঠত অনুষ্ঠিত এই শুনানিত ন্যায়ালয়ে এন.আৰ.চি.ৰ ওজৰ আপত্তিসমূহ নিয়ম অনুসৰি নিষ্পত্তিৰ নিৰ্দেশো প্ৰদান …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., ধুবুৰী, ৪ এপ্ৰিল, ২০১৯ঃ- ধুবুৰী আৰক্ষীয়ে বৃহস্পতিবাৰে এক সফল জুৱাবিৰোধী অভিযান সম্পন্ন কৰে। প্ৰাপ্ত তথ্য অনুসৰি, এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে ধুবুৰী ৰেল’ৱে ষ্টেচনৰ সমীপৰ পৰা জুৱাত ব্যৱ্হৃত সামগ্ৰীসহ ৰহিমুদ্দিন শ্বেইখ নামৰ এজন ব্যক্তিক আটক কৰে। উল্লেখযোগ্য যে, আটকাধীন ব্যক্তিজনৰ ঘৰ ধুবুৰী জিলাৰ বিদ্যাপাৰাত বুলি জানিব পৰা গৈছে।