Posts in category

ৰাষ্ট্ৰীয়


দিল্লী ক্ৰিকেট সন্থাৰ অধ্যক্ষ পদৰ পৰা ইণ্ডিয়া টিভিৰ মুখ্য সম্পাদক ৰজত শৰ্মাৰ পদত্যাগ

Read More

চাকৰিয়ালৰ দৰমহাৰ ক্ষেত্ৰত এক বৃহৎ পদক্ষেপৰ পোষকতা কেন্দ্ৰীয় চৰকাৰৰ; ‘One Nation, One Pay Day’ৰে সমগ্ৰ দেশতে একেদিনাই দৰমহা দিয়াৰ চিন্তা-চৰ্চা

Read More

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ চূড়ান্ত ফলাফল ঘোষণা; ১২ অসম সন্তানৰ সাফল্য

Read More

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ১৭ নৱেম্বৰ, ২০১৯ঃ- দিল্লী ক্ৰিকেট সন্থাৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰিছে দেশৰ বিশিষ্ট সাংবাদিক তথা ইণ্ডিয়া টিভিৰ মুখ্য সম্পাদক ৰজত শৰ্মাই। প্ৰাপ্ত তথ্য অনুসৰি, শনিবাৰে পুৱা দিল্লী ক্ৰিকেট সন্থাই টুইটাৰযোগে ৰজত শৰ্মাই পদত্যাগ কৰাৰ কথা ৰাজহুৱা কৰে। উল্লেখযোগ্য যে, ৰজত শৰ্মাৰ পদত্যাগৰ পিছতেই শনিবাৰে বিয়লিভাগলৈ দিল্লী ক্ৰিকেট সন্থাৰ কেইবাজনো সদস্যইও পদত্যাগ …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ১৬ নৱেম্বৰ, ২০১৯ঃ- চাকৰিয়ালসকলৰ বাবে এটা সু-খবৰ। কাৰণ কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰীসকলৰ হিতৰ উদ্দেশ্যে এটা বৃহৎ সিদ্ধান্ত গ্ৰহণৰ দিশত আগবাঢ়িছে।  কেন্দ্ৰীয় শ্ৰম মন্ত্ৰী সন্তোষ গংগৱাৰে প্ৰকাশ কৰা এক বিশেষ মন্তব্য অনুসৰি, চৰকাৰে ‘One Nation, One Pay Day’ৰে সমগ্ৰ দেশৰ কৰ্মচাৰী আৰু বনুৱাসকলৰ দৰমহা একেটা দিনতে মোকলাই দিয়াৰ চিন্তা-চৰ্চা কৰিছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ৫ এপ্ৰিল, ২০১৯ঃ- শুকুৰবাৰে ঘোষণা হ’ল কেন্দ্ৰীয় লোকসেৱা আয়োগৰ চূড়ান্ত ফলাফল। প্ৰাপ্ত তথ্য অনুসৰি, নিজৰ ৱেবচাইটযোগে কেন্দ্ৰীয় লোকসেৱা আয়োগে ঘোষণা কৰা ফলাফলত সৰ্বমুঠ ৭৫৯ প্ৰাৰ্থী উত্তীৰ্ণ হয়। উক্ত প্ৰাৰ্থীসকলৰ ভিতৰত প্ৰথম দহটা স্থানপ্ৰাপ্ত প্ৰাৰ্থীসকল হ’ল- প্ৰথম স্থানঃ- কনিষ্ক কাটাৰিয়া দ্বিতীয় স্থানঃ- অক্ষত জৈন তৃতীয় স্থানঃ- জুনাইড আহমেদ চতুৰ্থ স্থানঃ- শ্ৰেয়াংছ কুমাট পঞ্চম …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ৫ এপ্ৰিল, ২০১৯ঃ- বি.এছ.এফ.ৰ ৪ শ্বহীদ জোৱানলৈ ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বঘেলে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰাপ্ত তথ্য অনুসৰি, বৃহস্পতিবাৰে মাওবাদীৰে সৈতে হোৱা এক সংঘৰ্ষত প্ৰাণ দিয়া বি.এছ.এফ.ৰ ৪ শ্বহীদ জোৱানৰ বাবে শুক্ৰবাৰে আয়োজন কৰা এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীৰ লগতে ৰাজ্যখনৰ গৃহমন্ত্ৰী তাম্ৰধ্বজ চাহুসহ আন বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ৫ এপ্ৰিল, ২০১৯ঃ- লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ছত্তীশগড়ত মাও উগ্ৰপন্থীৰ সৈতে বি.এছ.এফ.ৰ এক ভয়ংকৰ সংঘৰ্ষ সংঘটিত হয়। প্ৰাপ্ত তথ্য অনুসৰি, বৃহস্পতিবাৰে ছত্তীশগড়ৰ কংকৰত মাও উগ্ৰপন্থীৰে হোৱা সংঘৰ্ষত ৪ জনকৈ বি.এছ.এফ. জোৱান নিহত হয়। উল্লেখযোগ্য যে, নিহত জোৱানসকলৰ ভিতৰত এজন অসমৰ জোৱানো আছিল। নিহত জোৱানজন শিৱসাগৰৰ দিখৌমুখৰ ধনেখোৱাৰ বিপুল বৰা বুলি জানিব …

অনলাইন ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ১৭ মাৰ্চ, ২০১৯ঃ- গোৱাৰ মুখ্যমন্ত্ৰী মনোহৰ পাৰিকৰৰ মৃত্যুত সোমবাৰে কেন্দ্ৰীয় চৰকাৰৰ পালন কৰিব ৰাষ্ট্ৰীয় শোক। বিশিষ্ট ৰাজনীতিবিদ তথা প্ৰাক্তন প্ৰতিৰক্ষামন্ত্ৰীগৰাকীলৈ দেহাৱসানৰ পাছতেই কেন্দ্ৰীয় চৰকাৰে কাইলৈ সমগ্ৰ দেশজুৰি ৰাষ্ট্ৰীয় শোক পালন কৰাৰ কথা ঘোষণা কৰিছে।উল্লেখযোগ্য যে, তেখেতলৈ শ্ৰদ্ধাঞ্জলি দিয়াৰ উদ্দেশ্যে দেশজুৰি অৰ্ধনমিত কৰা হ’ব ৰাষ্ট্ৰীয় পতাকা।

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ১৭ মাৰ্চ, ২০১৯ঃ- গোৱাৰ মুখ্যমন্ত্ৰী মনোহৰ পাৰিকৰৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। প্ৰাপ্ত তথ্য অনুসৰি, গোৱাৰ মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় কেবিনেটৰ একালৰ সহযোগী মন্ত্ৰীগৰাকীৰ মৃত্যুত প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজৰ টুইটাৰ একাউন্টযোগে শ্ৰদ্ধাঞ্জলি জনায়। প্ৰধানমন্ত্ৰী মোডীয়ে দেশৰ বিশিষ্ট ৰাজনীতিবিদগৰাকীৰ মৃত্যুত তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে তেখেতৰ শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ১৭ মাৰ্চ, ২০১৯ঃ- গোৱাৰ মুখ্যমন্ত্ৰী মনোহৰ পাৰিকৰৰ মৃত্যুত শোক প্ৰকাশ কৰে ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে। প্ৰাপ্ত তথ্য অনুসৰি, নিজৰ টুইটাৰ একাউন্টযোগে গোৱাৰ মুখ্যমন্ত্ৰী তথা দেশৰ প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ মৃত্যুত শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে তেখেতৰ শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ১৭ মাৰ্চ, ২০১৯ঃ- গোৱাৰ মুখ্যমন্ত্ৰী মনোহৰ পাৰিকৰ আৰু নাই। প্ৰাপ্ত তথ্য অনুসৰি, গোৱাৰ মুখ্যমন্ত্ৰী তথা প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে দেওবাৰে সন্ধিয়া ৬ বাজি ৪০ মিনিটত নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে। উল্লেখযোগ্য যে, দীৰ্ঘদিন কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা বিশিষ্ট ৰাজনীতিবিদগৰাকীৰ স্বাস্থ্যৰ অৱস্থা দেওবাৰে পুৱাৰে পৰা সংকটজনক হৈ আছিল। ৬৩ বছৰীয়া মুখ্যমন্ত্ৰীগৰাকীৰ …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ১৭ মাৰ্চ, ২০১৯ঃ- গোৱাৰ মুখ্যমন্ত্ৰী মনোহৰ পাৰিকৰৰ স্বাস্থ্যৰ অৱস্থা যথেষ্ট সংকটজনক বুলি জানিব পৰা গৈছে। দেওবাৰে গোৱাৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ে এই তথ্য সদৰী কৰিছে। দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা মুখ্যমন্ত্ৰীগৰাকী বৰ্তমান চিকিৎসকৰ তত্তৱধানত আছে বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে, ভাৰতৰ ৰাজনৈতিক জগতৰ অন্যতম জনপ্ৰিয় ৰাজনীতিকগৰাকীয়ে নিজৰ শাৰীৰিক অসুস্থতা স্বত্তেও …