Posts in category

আন্তঃৰাষ্ট্ৰীয়


প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ সংযুক্ত আৰব এমিৰাটছৰ সন্মানীয় ‘জায়দ মেডেল’ সন্মান

Read More

দুদিনীয়া কাৰ্যসূচীৰে মালদ্বীপত উপস্থিত ভাৰতৰ বিদেশমন্ত্ৰী সুষমা স্বৰাজ

Read More

নিউজিলেণ্ডৰ মছজিদত দুৰ্বৃত্তৰ অতৰ্কিত গুলীচালনাত ৪০জনৰো অধিক নিহত; কথমপি ৰক্ষা পৰিল বাংলাদেশৰ ক্ৰিকেট টীমৰ সদস্যসকল

Read More

অনলাইন ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ৪ এপ্ৰিল, ২০১৯ঃ- আন্তঃৰাষ্ট্ৰীয় সন্মানেৰে সন্মানিত হ’ল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। প্ৰাপ্ত তথ্য অনুসৰি, ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীগৰাকীলৈ আগবঢ়োৱা হৈছে সংযুক্ত আৰব এমিৰাটছৰ সন্মানীয় ‘জায়েদ মেডেল’ সন্মান। বৃহস্পতিবাৰে সংযুক্ত আৰব এমিৰাটৰ ৰাষ্ট্ৰপতি শ্বেইখ খালিফা বিন জায়েদ আল নাহয়ানে এই কথা ঘোষণা কৰে। উল্লেখযোগ্য যে,  দুয়োখন ৰাষ্ট্ৰৰ মাজৰ দ্বিপাক্ষিক ৰণনীতিপূৰ্ণ সম্পৰ্কক আগবঢ়াই নিয়াত গুৰুত্বপূৰ্ণ …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ১৭ মাৰ্চ, ২০১৯ঃ- দুদিনীয়া কাৰ্যসূচীৰে মালদ্বীপত উপস্থিত হ’ল ভাৰতৰ বিদেশমন্ত্ৰী সুষমা স্বৰাজ। প্ৰাপ্ত তথ্য অনুসৰি, ভাৰতীয় বায়ু সেনাৰ এক বিশেষ বিমানযোগে বিদেশ মন্ত্ৰীগৰাকী মালদ্বীপলৈ উৰা মাৰে বিদেশমন্ত্ৰীগৰাকী। উল্লেখযোগ্য যে, সুষমা স্বৰাজে  দেশখনৰ বিদেশমন্ত্ৰী আব্দুল্লা ৰছিদসহ দেশখনৰ ৯টা বিভাগৰ মন্ত্ৰীসকলৰ সৈতে এক আলোচনাত মিলিত হয় উক্ত আলোচনাত দুয়োখন দেশৰ মাজত বিভিন্ন গুৰুত্বপূৰ্ণ …

অনলাইন ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ১৫ মাৰ্চ, ২০১৯ঃ- শুক্ৰবাৰে নিউজিলেণ্ডত এক শোকাৱহ ঘটনা সংঘটিত হয়। প্ৰাপ্ত তথ্য অনুসৰি, দেশখনৰ কাইস্তচৰ্চৰ দু্টা মছজিদত দুৰ্বৃত্তৰ দলে কৰা অতৰ্কিত গুলীচালনাত ৪০জনৰো অধিক লোক নিহত হোৱাৰ লগতে বহুকেইজন লোক আ্হত হয়। উল্লেখযোগ্য যে, উক্ত গুলীচালনাৰ সময়ত মছজিদত উপস্থিত থকা বাংলাদেশ ক্ৰিকেট টীমৰ সদস্যসকলৰ কথামপি প্ৰাণৰক্ষা পৰে। আনহাতে, উক্ত ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এগৰাকী …

অনলাইন ডেস্ক, ৰিপাব্লিক এন. ই., গুৱ্হাটী, ১১ মাৰ্চ, ২০১৯ঃ- ইথিওপিয়াত দেওবাৰে এক শিহৰণকাৰী ঘটনা সংঘটিত হয়। প্ৰাপ্ত তথ্য অনুসৰি, দেশখনৰ আকাশমাৰ্গত পুৱা প্ৰায় ৯ বজাত ধ্বংসস্তূপত পৰিণত হ’ল ইথিওপিয়া এয়াৰলায়েঞ্চৰ এখন বয়িং ৭৩৭ যাত্ৰীবাহী বিমান। উল্লেখযোগ্য যে, উক্ত বিৰ্মান দুৰ্ঘটনাত বিমানখনৰ পাইলট, ৮ গৰাকী ক্ৰিউ মেম্বাৰৰ লগতে  ১৪৯ গৰাকী যাত্ৰীয়ে প্ৰাণ দিয়ে। সমগ্ৰ বিশ্বকে কঁপাই যোৱা …

অনলাইন ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ৩ মাৰ্চ, ২০১৯ঃ- দেওবাৰৰ পৰা ভাৰত-পাকিস্তানৰ মাজত পুনৰ আৰম্ভ হ’ব চমঝৌতা এক্সপ্ৰেছ। প্ৰাপ্ত তথ্য অনুসৰি, দেওবাৰে নিশা দিল্লীৰ পৰা চমঝৌতা এক্সপ্ৰেছৰ চলাচলৰ পাছতেই দেশ দুখনৰ মাজত ৰেল সেৱা পুনৰ আৰম্ভ হ’ব। উল্লেখযোগ্য যে, ভাৰত-পাকিস্তানৰ মাজত হৈ থকা সংঘাতৰ ফলত দুয়োখন দেশৰ মাজত অব্যাহত থকা ৰে’লসেৱা বাতিল কৰা হৈছিল যদিও ভাৰতীয় বায়ুসেনাৰ উইং …

অনলাইন ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ১ মাৰ্চ, ২০১৯ঃ- ইছলামাবাদ উচ্চ ন্যায়ালয়ত নাকচ হ’ল অভিনন্দন বৰ্ধমানৰ প্ৰত্যৰ্পণবিৰোধী আৱেদন। দেশখনৰ সংবাদ মাধ্যম ‘দ্যা এক্সপ্ৰেছ ট্ৰিবিউন’ত প্ৰকাশিত তথ্য অনুসৰি, এজন আৱেদনকাৰীয়ে যিহেতু ভাৰতীয় বায়ুসেনাৰ উইং কামাণ্ডাৰজনে পাকিস্তানবিৰোধী এক অভিযানৰ সময়তেই আটক হৈছিল সেয়েহে তেওঁক প্ৰত্যৰ্পণৰ সলনি বিচাৰৰ সন্মুখীন কৰাব লাগে বুলি আৱেদন জনাইছিল। তেখেতে নিজৰ আৱেদনত ভাৰতে …

অনলাইন ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ১ মাৰ্চ, ২০১৯ঃ- পুনৰ আমেৰিকাৰ বাবে মূৰৰ কামোৰণি হৈ পৰইছে লাডেন পৰিয়াল। সংবাদ সংস্থা পি.টি.আই. অনুসৰি, বিশ্বত্ৰাসী সন্ত্ৰাসবাদী ওছামা বিন লাডেনৰ পুত্ৰৰ সন্ধান দিওঁতালৈ আমেৰিকা যুক্তৰাষ্ট্ৰই ৭০ কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে। উল্লেখযোগ্য যে, ওছামা বিন লাডেনৰ মৃত্যুৰ পিছত অল কায়দাৰ মুখ্য দায়িত্বত আছে তেখেতৰ পুত্ৰ হামজা বিন লাডেন।

অনলাইন ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ২৭ ফেব্ৰুৱাৰী, ২০১৯ঃ- বুধবাৰে নেপালত এক ভয়ংকৰ হেলিকপ্তাৰ দুৰ্ঘটনা সংঘটিত হয়। প্ৰাপ্ত তথ্য অনুসৰি, দেশখনৰ নেপালৰ টেপ’লজন জিলাত সংঘটিত উক্ত হেলিকপ্টাৰ দুৰ্ঘটনাটোত দেশখনৰ পৰ্যটন মন্ত্ৰী ৰবীন্দ্ৰ অধিকাৰীসহ আন ৬জন লোকৰ মৃত্যু হয়। উল্লেখযোগ্য যে, যে, এই দুৰ্ঘটনাটোত মন্ত্ৰীগৰাকীৰ লগতে উদ্যোগপতি আং চেৰিন ছেৰপা, হেলিকপ্টাৰখনৰ পাইলট প্ৰভাকৰৰ ওপৰিও পৰ্যটন মন্ত্ৰালয়ৰ দুজন বিষয়া আৰু …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ২২ ফেব্ৰুৱাৰী, ২০১৯ঃ- অৱশেষত নিজৰ স্থিতি সলনি কৰি ৰাষ্ট্ৰসংঘত পাকিস্তানৰ সংগ এৰি পুলৱামা কাণ্ডক লৈ ভাৰতৰ পক্ষ ল’লে চীনে। প্ৰাপ্ত তথ্য অনুসৰি, পুলৱামাৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাত জঈছ-ই-মহম্মদক জগৰীয়া কৰি ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে দিয়া গৰিহণা বিবৃতিত শনিবাৰে চীনে সমৰ্থন জনায়। উল্লেখযোগ্য যে, ভাৰতৰ প্ৰস্তাৱত চীনৰ লগতে নিৰাপত্তা পৰিষদৰ ৫ স্থায়ী সদস্য ৰাষ্ট্ৰ আৰু …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ২১ ফেব্ৰুৱাৰী, ২০১৯ঃ- দুদিনীয়া কাৰ্যসূচীৰে দক্ষিণ কোৰিয়া ভ্ৰমণলৈ গ’ল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰাপ্ত তথ্য অনুসৰি, বুধবাৰে পুৱা দেশখনৰ ৰাজধানী ছিউলত উপস্থিত হ’ল ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীক। উল্লেখযোগ্য যে, ছিউল বিমান বন্দৰত উপস্থিত হোৱাৰ পাছত নৰেন্দ্ৰ মোদী কোৰিয়াই ৰাজকীয় আদৰণি জনায়। মন কৰিবলগীয়া কথা যে, প্ৰধানমন্ত্ৰীগৰাকীয়ে দুয়োখন দেশৰ মাজত বাণিজ্যিক আৰু সাংস্কৃতিক …