Posts in category

সম্পাদকীয়


১৭ জানুৱাৰীঃ শিল্পী দিৱস

Read More

১৫ জানুৱাৰীঃ আজৱ দেশৰ গজব কথা

Read More

১৪ জানুৱাৰীঃ উৎসৱ উদযাপন আৰু নৈতিক দায়িত্ববোধ

Read More

অসমৰ এগৰাকী গীতিকাৰ, নাট্যকাৰ, লেখক আৰু বোলছবি নিৰ্মাতা জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি মৃত্যুৰ দিন। অসমীয়া ভাষা-সাহিত্যৰ ক্ষেত্ৰলৈ এইজনা মহান ব্যক্তিয়ে বহুখিনি অৱদান আগবঢ়াই গৈছে। অসমীয়া সংস্কৃতিলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে তেখেতক “ৰূপকোঁৱৰ” নামেৰে আখ্যায়িত কৰা হয় । অসমীয়া গীতত আধুনিকতাৰ প্ৰৱৰ্তন কৰা জ্যোতিপ্ৰসাদ আগৰৱালাই ১৯৩৫ চনত প্ৰথম অসমীয়া চলচ্চিত্ৰ “জয়মতী” নিৰ্মাণ কৰে। অসমীয়া চলচিত্ৰ জগতৰ কাণ্ডাৰী এইজন ব্যক্তিয়ে ১৯৫১ …

বিহু অসমীয়া জাতিটোৰ জাতীয় উৎসৱ, হিয়াৰ আমঁঠু। এই জাতীয় উৎসৱটোৰ তিনিওটা  ভাগ যেনেঃ- ৰঙালী বিহু, কঙালী বিহু আৰু ভোগালী বিহুৰ মহত্ত্ব সম্পৰ্কে প্ৰতিজন অসমীয়া ব্যক্তিয়েই জ্ঞাত। এতিয়া সময় ভোগালীৰ বতৰৰ। প্ৰতিজন অসমীয়া ব্যক্তিয়েই এই ভোগালী বিহুটিক অতি উৎসাহ, উদ্দীপনাৰে পালন কৰি আহিছে। কিন্তু সাম্প্ৰতিক সময়ছোৱাত ঠাইবিশেষে এই বিহুটি পালনৰ ৰীতি-নীতিত সাংঘাটিক পৰিৱৰ্তনো দেখা গ’ল। পৰিৱৰ্তন …

উৰুকাৰ ৰাতিটো মেজিৰ উমাল জুইৰ আমেজ লৈ বিভিন্ন সু-স্বাদু পিঠা-পনাৰে আজি সকলোৱে আমাৰ মৰমৰ ভোগালী বিহুটিক আগ্ৰহেৰে পালন কৰিছো। হেপাঁহৰ বিহুটিক বাণিজ্যিকৰণে কৰা পৰিৱৰ্তন সম্পৰ্কে ইতিমধ্যে কিছু আলোকপাত কৰা হ’ল। এই আলোচনাত অতীজৰে পৰা ভোগালী বিহুৰ আগদিনা ‘উৰুকা’ক অসমীয়া ডেকা-যুৱকসকলে ফুৰ্তি, আনন্দৰে পালন কৰাৰ লগত আজিৰ সময়ৰ উদযাপনৰ এটা তুলনামূলক ব্যাখ্যাও দিয়া হ’ল। এতিয়া মূলকথা …

নানা জাতি-উপজাতিৰ সংস্কৃতিৰ সমাহাৰত অনৈক্যৰ মাজত ঐক্যৰ ডোলেৰে বিশ্বৰ বুকুত সন্মানজনক স্থান কৰিবলৈ সক্ষম হোৱা ভাৰতবৰ্ষৰ উত্তৰ-পূৱ অংশত অৱস্থান কৰা এখন ৰাজ্য হ’ল অসম। আন আন বিভিন্ন জাতিৰ দৰে অসমীয়া জাতিৰ মনোমোহা সাংস্কৃতিক বৈশিষ্ট্যইও দেশৰ সাংস্কৃতিক ভৰাঁল চহকী কৰাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে। বিহু অসমীয়া জাতিটোৰ জাতীয় উৎসৱ, হিয়াৰ আমঁঠু। প্ৰতিটো বছৰতেই অতি উলহ-মালহেৰে পালন …

কাৰ্য্যপালিকা, বিধানমণ্ডল আৰু ন্যায়পালিকা- এই তিনিটা অংগক গণতন্ত্ৰৰ মূলস্তম্ভ বুলি অভিহিত কৰা হয়। এখন গণতান্ত্ৰিক ৰাষ্ট্ৰৰ কাৰ্য্যসূচী নিয়াৰিকৈ চলিবলৈ এই তিনি অংগ স্বাধীন, দুৰ্নীতিমুক্ত আৰু স্বয়ংক্ৰিয় হোৱা উচিত। ভাৰতবৰ্ষক বিশ্বৰ সৰ্ববৃ্হৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ বুলি জনা যায়। কিন্তু দেশে স্বাধীনতা লাভ কৰাৰ পাছত  গণতান্ত্ৰিক ৰাষ্ট্ৰ ভাৰতবৰ্ষৰ ইতিহাসত পোনপ্ৰথমবাৰৰ এক নোহোৱা নোপোজা কাণ্ড প্ৰথমবাৰৰ বাবে সংঘটিত হ’ল। …

বুধবাৰৰ দিনতো সমগ্ৰ দৰংবাসীৰ বাবে যেন এক অভিশপ্ত দিন। কাৰণ জিলাখনৰ মঙলদৈ মহকুমাৰ অন্তৰ্গত ধূলাত বুধবাৰে সংঘটিত দুৰ্ভাগ্যজনক ঘটনাই আজিও জিলাখনৰ লগতে ৰাজ্যজুৰি অব্যাহত ৰাখিছে তীব্ৰ চাঞ্চল্যৰ। উল্লেখযোগ্য যে, মঙলবাৰে নিশা অঞ্চলটোৰ অন্তৰ্গত ধূলা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত যোৱা এটি দলে অঞ্চলটোৰ যুৱক এজনক অবৈধ মাৰনাস্ত্ৰ লগত ৰখাৰ অভিযোগত গ্ৰেপ্তাৰ কৰাৰ পাছত চলোৱা অমানৱিক …

চুবুৰীয়া ৰাজ্য নগালেণ্ডৰ সন্ত্ৰাসবাদী সংগঠন এন.এছ.চি.এন.(আই এম) আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত অতি সোনকালেই স্বাক্ষৰিত হ’বলগীয়া নাগালিম ফ্ৰেমৱৰ্ক চুক্তিৰ ফলত অসমৰ বহু অঞ্চল চুবুৰীয়া ৰাজ্যখনৰ অধীনলৈ যোৱাৰ সম্ভাৱনা ইতিমধ্যে প্ৰা্য নিশ্চিত হৈ পৰিছে। এই সাম্ভাৱ্য সংকটত ৰাজ্যবাসীৰ লগতে বিভিন্ন দল-সংগঠন জাঙুৰ প্ৰতিবাদমুখৰ হৈ থকাৰ সময়্তেই নগা উগ্ৰপন্থী সংগঠনটোৱে ৰাজ্যখনৰ আন আন জনগোষ্ঠীয় সংগঠনৰ পৰা সমৰ্থন আদায় …

বৰ্তমানৰ যুগটোক ডিজিটেল যুগ বুলি ক’লে হয়তো ভুল নহ’ব। গোলকীকৰণৰ এই সময়ছোৱাত ম’বাইল, ইন্টাৰনেট ইত্যাদিৰ অধিক মাত্ৰাত বৃদ্ধি পাই অহা প্ৰসাৰতাই বিশ্বখনক এখন সৰু চহৰলৈ ৰূপান্তৰিত কৰিছে য’ত হাত মেলিলেই খাদ্যৰ পৰা পোছাকলৈকে সকলো সহজলভ্য হৈ পৰিছে। বিভিন্ন চ’ছিয়েল মাধ্যম যেনে ফেচবুক,হোৱাটছএপ,টুইটাৰ আদিবোৰে যোগাযোগ ব্যৱস্থাৰ একো একোখন সাকোঁৰ দৰে দায়িত্ব পালনেৰে বিশ্বৰ এটা কোণত বহি …

২০১৮ চনটো সমগ্ৰ অসম তথা অসমবাসীৰ বাবে এটা ঐতিহাসিক বছৰ। কাৰণ ২০১৭ চনৰ ৩১ ডিচেম্বৰৰ মাজনিশাৰ পৰা ৰাজ্যজুৰি প্ৰকাশিত হৈছে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ প্ৰথমখন আংশিক খচৰা। এই খচৰাখনক লৈ বিগত দিনকেইটাত অসমৰ লগতে দেশৰ সামাজিক, ৰাজনৈতিক পৰিৱেশ উত্তাল হৈ আছে। অবৈধ বিদেশীৰ অবাধ প্ৰবজনৰ ফলত ৰাজ্যখন অতি শোচনীয় হাৰত দুৰ্বল হৈ যোৱাৰ বাবে প্ৰকৃত নাগৰিকসকলক চিনাক্ত …

বিজেপিকেন্দ্ৰীক সমালোচনা আৰু কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধী যেন এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি। বিগত সময়ছোৱাত শাসনাধিষ্ঠ বিজেপি চৰকাৰখনত প্ৰায় সকলো বিষয়তে বিভিন্ন কঠোৰ বাক্যবাণেৰে অধ্যক্ষগৰাকীয়ে থকা সৰকা কৰিবলৈ এৰি দিয়া নাই লাগে সেইয়া বিকাশ নীতি হওঁক নাইবা বিমুদ্ৰাকৰণ হওঁক। কংগ্ৰেছ দলৰ নৱনিযুক্ত অধ্যক্ষজনৰ প্ৰচেষ্টাত দলটোৱে সদ্যসমাপ্ত গুজৰাট নিৰ্বাচনৰ হাইপ্ৰফাইল যুজঁখনত নিজৰ হেৰুৱা স্থিতি বহুখিনি উভতাই আনিবলৈ সক্ষম …