Posts in category

বিশেষ


COVID-19বিৰোধী যুঁজ; ঐতিহাসিক গুৱাহাটী বিশ্ববিদ্যালয়ত চেনিটাইজেচন সম্পন্ন

Read More

কলিয়াবৰ মহকুমা প্ৰশাসনৰ উদ‍্যোগত কলিয়াবৰ শৈক্ষিক পৰিষদৰ ব‍্যৱস্থাপনাত ‘প্ৰজন্ম, The Generation’ৰ উদ‍্যোগত নৱম আৰু দশম শ্ৰেণীৰ বাবে বিশেষ পাঠদান কাৰ্যসূচী

Read More

লকডাউনৰ সময়ত দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক ছেবাৰ অনলাইন পাঠদান

Read More

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ৪ এপ্ৰিল, ২০২০ঃ- মাৰাত্মক COVID-19এ সমগ্ৰ বিশ্বৰ লগতে আমাৰ দেশ ভাৰতবৰ্ষতো নিজৰ সংহাৰলীলা অব্যাহত ৰাখিছে। এই ভাইৰাছবিধৰ সাম্ভাব্য সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ ৰাষ্ট্ৰজুৰি চলি আছে ২১ দিনীয়া লকডাউন। ক’ৰোণা ভাইৰাছৰ সন্ত্ৰাস ৰোধ কৰিবলৈ কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে বিভিন্ন পদক্ষেপ অব্যাহত ৰখাৰ লগতে শনিবাৰে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বিশ্ববিদ্যালয়খনত চেনিটাইজেচন কাৰ্যসূচী সম্পন্ন …

কলিয়াবৰৰ পৰা অমূল্য বৰাৰ প্ৰতিবেদন, ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., ৩১ মাৰ্চ, ২০২০ঃ- কলিয়াবৰ মহকুমা প্ৰশাসনৰ উদ‍্যোগত কলিয়াবৰ শৈক্ষিক পৰিষদৰ ব‍্যৱস্থাপনাত প্ৰজন্ম, The Generationৰ উদ‍্যোগত আৰম্ভ হয় নৱম আৰু দশম শ্ৰেণীৰ বাবে বিশেষ পাঠদান কাৰ্য‍্যসূচী। প্ৰাপ্ত তথ্য অনুসৰি, আজি কলিয়াবৰ মহকুমাধিপতি কাৰ্য‍্যালয় সভাকক্ষত আৰম্ভ হোৱা এই পাঠদান কাৰ্যসূচী আনুষ্ঠানিকভাবে উদ্বোধন কৰে কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি বিতোপন নেওগে। …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ৩১ মাৰ্চ, ২০২০ঃ- মাৰাত্মক COVID-19ৰ বাবে এতিয়া দেশতে অব্যাহত আছে ২১ দিনীয়া লকডাউন। এই লকডাউনৰ বাবে দেশৰ সকলো ঠাইতে স্তব্ধ হৈ পৰিছে সাধাৰণ জনজীৱন। ফলত যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছে ছাত্ৰ–ছাত্ৰীসকল আৰু এইসকলৰ ভিতৰত আটাইতকৈ বেছি প্ৰভাৱিত হৈছে দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰসকল। কিন্তু অসমৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এটা ভাল খবৰ। কাৰণ অসম মাধ্যমিক …

কলিয়াবৰৰ পৰা অমূল্য বৰাৰ প্ৰতিবেদন, ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., ২৯ মাৰ্চ, ২০২০ঃ- COVID-19ৰ সংহাৰৰ বাবে দেশজুৰি অব্যাহত থকা ২১ দিনীয়া লকডাউনৰ বাবে চৌদিশে স্তব্ধ হৈ পৰিছে জনজীৱন। যিসময়ত লকডাউনৰ নিয়মসমূহ পালন কৰাবলৈ আৰক্ষীয়ে ৰাইজৰ আগত কঠোৰ স্থিতি প্ৰদৰ্শন কৰিবলগীয়া হৈছে সেইসময়তে কিন্তু ঠায়ে ঠায়ে আৰক্ষীয়ে নিজৰ মহানুভৱতাৰো পৰিচয় দি আহিছে। প্ৰাপ্ত তথ্য অনুসৰি বিগত ২ …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ২৮ মাৰ্চ, ২০২০ঃ- সমগ্র বিশ্বতে সন্ত্ৰাসৰ সৃষ্টি কৰা মাৰাত্মক ক’ৰোণা ভাইৰাছে ভাৰততো নিজৰ নেতিবাচক প্ৰভাৱ অব্যাহত ৰাখিছে। এই ভয়ানক ভাইৰাছবিধৰ সংক্ৰমণ ৰোধৰ বাবে ভাৰত চৰকাৰে সৰ্বতোপ্ৰকাৰে প্ৰচেষ্টা চলাই আছে। ক’ৰোণা ভাইৰাছৰ বাবে সৃষ্টি হোৱা অভাৱনীয় পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত দেশজুৰি চলি থকা ২১ দিনীয়া লকডাউনৰ বাবে শুক্ৰবাৰে কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰ্যালয়ে …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ১৪ মে’, ২০১৯ঃ- কিছুদিন পূৰ্বে দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা #ME TOO এইবাৰ দেখা গ’ল চিকিম বিশ্ববিদ্যালয়ত। প্ৰাপ্ত তথ্য অনুসৰি, বিশ্ববিদ্যালয়খনৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী অধ্যাপক শিলাজিৎ গুহৰ বিৰুদ্ধে বিশ্ববিদ্যালয়খনত অধ্যয়নৰত অসমৰ এগৰাকী ছাত্ৰীয়ে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰাৰ পাছতেই চৌদিশে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।  এই অভিযোগৰ পাছতেই বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এক …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., তেজপুৰ, ৯ মাৰ্চ, ২০১৯ঃ- ৰাজ্যৰ শিক্ষাৰ্থীসকললৈ এটা সুখবৰ। কাৰণ তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত অতি শীঘ্ৰে আৰম্ভ হ’ব অসমীয়া বিভাগ। উল্লেখযোগ্য যে, অসম সাহিত্য সভাৰ দীৰ্ঘদিনীয়া দাবী তথা কেন্দ্ৰীয় মানৱ সম্পদ মন্ত্ৰালয়ে আগবঢ়োৱা প্ৰস্তাৱৰ পৰিপ্ৰেক্ষিতত বিশ্ববিদ্যালয় অনুদান আয়োগে এই বিষয়ত অনুমোদন জনায়। কেন্দ্ৰীয় বিশ্ববিদ্যালয়খনত পৰৱৰ্তী শিক্ষাবৰ্ষৰ পৰা বিভাগ আৰম্ভ হ’ব বুলি জানিব পৰা …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., ডিব্ৰুগড় বিশ্ববিদ্যালয়, ৬ মাৰ্চ, ২০১৯ঃ- উজনি অসমৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰস্বৰূপ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আৰম্ভ হ’ল ৫০তম বিশ্ববিদ্যালয় সপ্তাহৰ। প্ৰাপ্ত তথ্য অনুসৰি, ডিব্ৰুগড় বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ উদ্যোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে বুধবাৰৰ পৰা আৰম্ভ হৈছে এই বিশ্ববিদ্যালয় সপ্তাহৰ। শুভাৰম্ভণি অনুষ্ঠানৰ লগত সংগতি ৰাখি শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ খেলপথাৰত অনুষ্ঠিত হোৱা মুকলি সভাত ডিব্ৰুগড় বিশ্ববিদ্যলয়ৰ উপাচাৰ্য ড০ ৰঞ্জিত …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী বিশ্ববিদ্যালয়, ২১ ফেব্ৰুৱাৰী, ২০১৯ঃ- ক্ৰমাৎ বগা হাতীত পৰিণত হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিৰাপত্তা ব্যৱস্থা। বন্ধ কেম্পাছ, কটকটীয়া নিৰাপত্তাৰ মাজতো বিশ্ববিদ্যালয়ৰ ভিতৰৰ পৰা চোৰে লৈ গ’ল এগৰাকী ছাত্ৰীৰ স্কুটি। প্ৰাপ্ত তথ্য অনুসৰি, বিশ্ববিদ্যালয়খনৰ উদ্ভিদ বিজ্ঞান বিভাগৰ এম.ফিল. পাঠ্যক্ৰমৰ ছাত্ৰী তথা ২০১৭-১৮ বৰ্ষৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ তৰ্ক বিভাগৰ সম্পাদিকা হিমামণি কলিতাৰ AS-14J-3009 নম্বৰৰ স্কুটিখন বুধবাৰে পুৱা বিভাগৰ সন্মুখৰ …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী বিশ্ববিদ্যালয়, ১৯ ফেব্ৰুৱাৰী, ২০১৯ঃ- গুৱাহাটী বিশ্ববিদ্যালয়ত আয়োজন কৰা হৈছে ‘বিশ্ববিদ্যালয় সাহিত্য উৎসৱ-২০১৯’। প্ৰাপ্ত তথ্য অনুসৰি, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ২০১৮-১৯বৰ্ষৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ উদ্যোগত বিশ্ববিদ্যালয়ৰ শ্বহীদ বেদী বাকৰিত ২৫ ফেব্ৰুৱাৰীৰ পৰা এই সাহিত্য উৎসৱটিৰ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে, তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা এই  সাহিত্য উৎসৱত বিভিন্ন অনুষ্ঠান তথা প্ৰতিযোগিতাৰো আয়োজন …