Posts in category

শিক্ষানুষ্ঠান


চিকিম বিশ্ববিদ্যালয়ত অসমৰ ছাত্ৰীক যৌন নিৰ্যাতন; গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী অধ্যাপকৰ বিৰুদ্ধে এই অভিযোগ

Read More

আগন্তুক শিক্ষাবৰ্ষৰ পৰা তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত আৰম্ভ হ’ব অসমীয়া বিভাগ

Read More

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৫০তম বিশ্ববিদ্যালয় সপ্তাহৰ শুভাৰম্ভণি

Read More

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ১৪ মে’, ২০১৯ঃ- কিছুদিন পূৰ্বে দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা #ME TOO এইবাৰ দেখা গ’ল চিকিম বিশ্ববিদ্যালয়ত। প্ৰাপ্ত তথ্য অনুসৰি, বিশ্ববিদ্যালয়খনৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী অধ্যাপক শিলাজিৎ গুহৰ বিৰুদ্ধে বিশ্ববিদ্যালয়খনত অধ্যয়নৰত অসমৰ এগৰাকী ছাত্ৰীয়ে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰাৰ পাছতেই চৌদিশে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।  এই অভিযোগৰ পাছতেই বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এক …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., তেজপুৰ, ৯ মাৰ্চ, ২০১৯ঃ- ৰাজ্যৰ শিক্ষাৰ্থীসকললৈ এটা সুখবৰ। কাৰণ তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত অতি শীঘ্ৰে আৰম্ভ হ’ব অসমীয়া বিভাগ। উল্লেখযোগ্য যে, অসম সাহিত্য সভাৰ দীৰ্ঘদিনীয়া দাবী তথা কেন্দ্ৰীয় মানৱ সম্পদ মন্ত্ৰালয়ে আগবঢ়োৱা প্ৰস্তাৱৰ পৰিপ্ৰেক্ষিতত বিশ্ববিদ্যালয় অনুদান আয়োগে এই বিষয়ত অনুমোদন জনায়। কেন্দ্ৰীয় বিশ্ববিদ্যালয়খনত পৰৱৰ্তী শিক্ষাবৰ্ষৰ পৰা বিভাগ আৰম্ভ হ’ব বুলি জানিব পৰা …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., ডিব্ৰুগড় বিশ্ববিদ্যালয়, ৬ মাৰ্চ, ২০১৯ঃ- উজনি অসমৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰস্বৰূপ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আৰম্ভ হ’ল ৫০তম বিশ্ববিদ্যালয় সপ্তাহৰ। প্ৰাপ্ত তথ্য অনুসৰি, ডিব্ৰুগড় বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ উদ্যোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে বুধবাৰৰ পৰা আৰম্ভ হৈছে এই বিশ্ববিদ্যালয় সপ্তাহৰ। শুভাৰম্ভণি অনুষ্ঠানৰ লগত সংগতি ৰাখি শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ খেলপথাৰত অনুষ্ঠিত হোৱা মুকলি সভাত ডিব্ৰুগড় বিশ্ববিদ্যলয়ৰ উপাচাৰ্য ড০ ৰঞ্জিত …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী বিশ্ববিদ্যালয়, ২১ ফেব্ৰুৱাৰী, ২০১৯ঃ- ক্ৰমাৎ বগা হাতীত পৰিণত হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিৰাপত্তা ব্যৱস্থা। বন্ধ কেম্পাছ, কটকটীয়া নিৰাপত্তাৰ মাজতো বিশ্ববিদ্যালয়ৰ ভিতৰৰ পৰা চোৰে লৈ গ’ল এগৰাকী ছাত্ৰীৰ স্কুটি। প্ৰাপ্ত তথ্য অনুসৰি, বিশ্ববিদ্যালয়খনৰ উদ্ভিদ বিজ্ঞান বিভাগৰ এম.ফিল. পাঠ্যক্ৰমৰ ছাত্ৰী তথা ২০১৭-১৮ বৰ্ষৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ তৰ্ক বিভাগৰ সম্পাদিকা হিমামণি কলিতাৰ AS-14J-3009 নম্বৰৰ স্কুটিখন বুধবাৰে পুৱা বিভাগৰ সন্মুখৰ …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী বিশ্ববিদ্যালয়, ১৯ ফেব্ৰুৱাৰী, ২০১৯ঃ- গুৱাহাটী বিশ্ববিদ্যালয়ত আয়োজন কৰা হৈছে ‘বিশ্ববিদ্যালয় সাহিত্য উৎসৱ-২০১৯’। প্ৰাপ্ত তথ্য অনুসৰি, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ২০১৮-১৯বৰ্ষৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ উদ্যোগত বিশ্ববিদ্যালয়ৰ শ্বহীদ বেদী বাকৰিত ২৫ ফেব্ৰুৱাৰীৰ পৰা এই সাহিত্য উৎসৱটিৰ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে, তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা এই  সাহিত্য উৎসৱত বিভিন্ন অনুষ্ঠান তথা প্ৰতিযোগিতাৰো আয়োজন …

নগাঁৱৰ পৰা ফাইজুৰ ৰহমানৰ প্ৰতিবেদন, ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., ১৮ ফেব্ৰুৱাৰী, ২০১৯ঃ- মেঘালয়ৰ ইউনিভাৰ্চিটি অৱ চায়েন্স এণ্ড টেকন’লজী মেনেজমেণ্ট চমুকৈ ইউ.এছ.টি.এম.ৰ উদ্যোগত আয়োজিত নৰ্থ ইষ্ট গ্ৰেজুৱেট কংগ্ৰেছ-২০১৯ত নগাঁও কলেজে লাভ কৰিলে বেষ্ট গ্ৰেজুৱেটৰ সন্মান। প্ৰাপ্ত তথ্য অনুসৰি, ১৫ ফেব্ৰুৱাৰীৰ পৰা ১৭ ফেব্ৰুৱাৰীলৈকে ৩দিনীয়া কাৰ্যসূচীৰে আয়োজিত এই সমাৰোহত নগাঁও কলেজৰ ছাত্র-ছাত্ৰীয়ে দেখুওৱা বিশেষ পাৰদৰ্শিতাৰ বাবে ‘ম’ষ্ট এক্টিভ …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ১৬ ফেব্ৰুৱাৰী, ২০১৯ঃ- শুকুৰবাৰৰ পৰা খানাপাৰাত আৰম্ভ হ’ল ৬ষ্ঠ নৰ্থ ইষ্ট গ্ৰেজুৱেট কংগ্ৰেছ। প্ৰাপ্ত তথ্য অনুসৰি, মেঘালয়ৰ বিজ্ঞান প্ৰযুক্তি বিশ্ববিদ্যালয়ত এই সমাৰোহৰ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে, উত্তৰ-পূৰ্বাঞ্চলৰ ৮ খন ৰাজ্যৰ প্ৰায় ৩০০ৰো অধিক বিজ্ঞান আৰু প্ৰযুক্তি মহাবিদ্যালয়ৰ ১০ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশ লোৱা এই সমাৰোহৰ দ্বিতীয় দিনৰ কাৰ্যসূচীতে প্ৰাক্ত মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., শিৱসাগৰ, ১৫ ফেব্ৰুৱাৰী, ২০১৯ঃ- বৃহস্পতিবাৰে জম্মু-কাশ্মীৰত সংঘটিত শোকাৱহ বোমা বিস্ফোৰণত নিহত জোৱানসকললৈ শিৱসাগৰ কলেজত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। প্ৰাপ্ত তথ্য অনুসৰি, শিৱসাগৰ কলেজৰ ছাত্ৰ একতা সভা, এন.চি.চি দল আৰু শিৱসাগৰ কলেজৰ সমূহ ছাত্ৰ-ছাত্ৰীৰ উদ্যোগত সন্ত্ৰাসবাদী আক্ৰমণত নিহত বীৰ জোৱানসকললৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দ্যেশ্যে বন্ত্বি প্ৰজ্বলন কৰা হয়।

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., ডিব্ৰুগড় বিশ্ববিদ্যালয়, ১১ ফেব্ৰুৱাৰী, ২০১৯ঃ- নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে নিজৰ তেজেৰে প্ৰতিবাদ কৰিলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰই। প্ৰাপ্ত তথ্য অনুসৰি, বিধেয়কখনৰ বিৰুদ্ধে সোমবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয় আছু গোট আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ উদ্যোগত বিশ্ববিদ্যালয় গৱেষক সন্থা আৰু বৃহত্তৰ বৰপথাৰবাসী ৰাইজৰ সহযোগত ৰূপায়িত হোৱা গণ বিক্ষোভ কাৰ্যসূচীত ১৬ জনকৈ ছাত্ৰই বিশ্ববিদ্যালয়খনৰ একালৰ ছাত্ৰ …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., সৰুপথাৰ, ১১ ফেব্ৰুৱাৰী, ২০১৯ঃ- নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত গোলাঘাটত ছাত্ৰসকলৰ এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়িত হয়। প্ৰাপ্ত তথ্য অনুসৰি, সৰুপথাৰ মহাবিদ্যালয় ছাত্ৰ একতা সভা আৰু ধনশিৰি মহকুমা ছাত্ৰ সমাজৰ উদ্যোগত সোমবাৰে দিনত ছাত্ৰ বিক্ষোভ কাৰ্যসূচী পালন কৰা হয়। উল্লেখযোগ্য যে, উক্ত প্ৰতিবাদী কাৰ্যসূচীত সৰুপথাৰ অঞ্চলৰ বহুসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।