Posts in category

ব্যক্তি-ব্যক্তিত্ব


ব্যক্তি-ব্যক্তিত্ব: ইমৰান শ্বাহ

Read More

নৱবৰ্ষৰ প্ৰথম দিনটোৰ দিনাই ব্যক্তি-ব্যক্তিত্ব শিতানত আমি কথা পাতিলোঁ অসমৰ সাহিত্য জগতৰ এজন বৰেণ্য ব্যক্তি তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কথাশিল্পী ইমৰান শ্বাহৰ সৈতে। আমাৰ ফালৰ পৰা সাহিত্যিকজনৰ শিৱসাগৰস্থিত নিজা বাসভৱনত লোৱা সাক্ষাৎকাৰটিত সাহিত্যিকজনৰ শৈশৱ কালৰ বিভিন্ন কথাৰ লগতে সাম্প্ৰতিক সময়ছোৱাত অসমৰ সাহিত্য জগতখনৰ অৱস্থা সম্পৰ্কেও বহুদিশ আলোচিত হ’ল। ইয়াৰোপৰি সাক্ষাৎকাৰটিত অসমীয়া মাতৃভাষাৰ দায়বদ্ধতাৰ …