Posts in category

আচৰ্যকৰ


ডবাখেলৰ ইতিহাসত বিশ্বৰ দ্বিতীয় কনিষ্ঠ গ্ৰেণ্ডমাষ্টাৰ হিচাবে পৰিগণিত হ’ল ভাৰতীয় সন্তান আৰ. প্ৰজ্ঞানন্দা

Read More

হাজাৰজন অসমীয়াৰ বাবে আদৰ্শৰ প্ৰতীক চৰাইদেউৰ ‘হাজৰিকা হেয়াৰ কাটিং চেণ্টাৰ’

Read More

ইতিহাসপ্ৰসিদ্ধ  শিৱসাগৰ জিলাৰ থলুৱা সামগ্ৰীৰে নিৰ্মিত পৰম্পৰাগত খাদ্যৰ ৰেষ্টুৰেণ্ট ‘মাঁৰ আখল’

Read More

অনলাইন ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ২৪ জুন, ২০১৮ঃ- ভাৰতীয় ডবা খেলুৱৈসকলৰ বাবে এটি সু-খবৰ। কাৰণ ডবাখেলৰ ইতিহাসত বিশ্বৰ দ্বিতীয় কনিষ্ঠ গ্ৰেণ্ডমাষ্টাৰ হিচাবে পৰিগণিত হ’ল ভাৰতীয় সন্তান আৰ. প্ৰজ্ঞানন্দা। প্ৰাপ্ত তথ্য অনুসৰি, ইটালীত অনুষ্ঠিত হৈ থকা গ্ৰেদাইন অপেনত শনিবাৰে নিজৰ দুৰ্দান্ত প্ৰদৰ্শনেৰে ১২ বছৰ ১০ মাহ ১৩ দিন বয়সত বিশ্বৰ দ্বিতীয়জন কনিষ্ঠ গ্ৰেণ্ডমাষ্টাৰৰূপে পৰিগণইত হয়। উল্লেখযোগ্য যে, …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., চৰাইদেউ, ৪ জুন, ২০১৮ঃ- যিটো সময়ত সমগ্ৰ ৰাজ্যজুৰি যুৱক-যুৱতীসকলে চাকৰিৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিবলগা হৈছে সেইটো সময়তেই চৰাইদেউ জিলাৰ এজন অসমীয়া যুৱকৰ কাৰ্য্যপন্থাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, এক অগতানুগতিক কৰ্মসংস্কৃতি আঁকোৱালি লৈ জিলাখনৰ সোণাৰি সমষ্টিৰ অন্তৰ্গত ভজো ৰংচোৱাল-চাংমাই গাঁৱৰ শান্তনু হাজৰিকা নামৰ যুৱকজনে আৰম্ভ …

ৰাজস্থানৰ পৰা অমূল্য বৰাৰ বিশেষ প্ৰতিবেদন, ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., ৩০ মে’, ২০১৮ঃ- “মাত্ৰ ৫ টকাত আহাৰ”- এই কথাষাৰ শুনিলে হয়তো সকলোৱে আচৰিত হ’ব। হয়, যিটো সময়ত সমগ্ৰ দেশতেই সামগ্ৰীৰ দৰ উৰ্দ্ধমুখী ৰূপলৈ গতি কৰিছে সেইটো সময়তেই সময়তেই ৰাজস্থানৰ এখন হোটেলে একেবাৰে নিম্ন মূল্যত দিছে আহাৰ গ্ৰহণৰ সুবিধা। প্ৰাপ্ত তথ্য অনুসৰি, ৰাজস্থানৰ ৰাজধানী তথা  ‘পিংক চিটি’ৰূপে …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., শিৱসাগৰ, ২৮ মাৰ্চ, ২০১৮ঃ- আহোম ৰাজশাসনৰ ৬০০ বছৰীয়া গৌৰৱোজ্জ্বল ইতিহাসৰ অন্যতম সাক্ষী শিৱসাগৰ জিলা। এই ঐতিহাসিক জিলাখনত বছৰটোৰ প্ৰায় ১২টা মাহতেই দেশী-বিদেশী বহু পৰ্য্যটকৰ সমাগম হয়। পৰ্য্যটকসকলে নগৰখনৰ বিভিন্ন দিশত থকা কীৰ্তিচিহ্নসমূহ পৰিদৰ্শন কৰাৰ লগতে পৰম্পৰাগত অসমীয়া খাদ্যৰ আমেজ ল’বলৈ চেষ্টা কৰে। ৰিপাব্লিক এন. ই. ডট কমৰ আশ্চৰ্য্যকৰ শিতানত আগবঢ়োৱা …

অনলাইন ডেস্ক,  ২২ ডিচেম্বৰ, ২০১৭ঃ  আমেৰিকা যুক্তৰাষ্ট্ৰৰ টীনা গিবছন নামৰ এগৰাকী মহিলাই কৃত্ৰিম গৰ্ভধাৰণৰ পন্থা আই.বি.এফ কৌশলৰ সহায়ত ২৪ বছৰ আগতে ফ্ৰীজ কৰি থোৱা এটা ভ্ৰূণেৰে এজনী কন্যাৰ জন্ম দি এক নতুন অভিলেখ গঢ়িবলৈ সক্ষম হ’ল। নৱজাতক শিশুজনীৰ নাম এমা ৰেন গিবছন ৰখা হৈছে। এই সময়ছোৱা গৰ্ভধাৰণৰ সময় আৰু জন্মৰ মাজৰ বৰ্তমানলৈকে সকলোতকৈ দীঘল ব্যৱধান …

অনলাইন ডেস্ক, ২০ ডিচেম্বৰ, ২০১৭ঃ ফ্ৰান্সত বিশ্বৰ আটাইতকৈ দীঘল বিয়াৰ পোছাক তৈয়াৰেৰে বিশ্বভিলেখ সৃষ্টি কৰা কাৰ্য্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। ফ্ৰান্সত তৈয়াৰী ৮, ০৯৫.৪০ মিটাৰ দৈৰ্ঘ্যৰ এটি বগা ৰঙৰ গাউনে গ্ৰীণিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত স্থান দখল কৰিছে। দেশখনৰ ডাইনেমিক প্ৰজেক্টছৰ দ্বাৰা তৈয়াৰী মাউন্ট এভাৰেষ্টক ঢাকিব পৰা এই সাজযোৰ ১৫ জন বনুৱাই  প্ৰায় …

অনলাইন ডেস্ক, ২ ডিচেম্বৰ, ২০১৭ :   সাম্প্ৰতিক বিশ্বত ঘটি থকা ঘটনাসমূহৰ এক অবিশ্বাস্য সত্য ঘটনা হ’ল যে মানুহৰ মাংস খাব মানুহ জাতিটোৱেই। বিশ্বৰ প্ৰথমখন নৰমাংসৰ ৰেষ্টুৰেন্ট মুকলি হ’ল জাপানৰ ট’কীয়’ চহৰত। নৰমাংস পোৱা এই ৰেষ্টুৰেন্ট খনৰ নাম হ’ল ”দা ৰেছেটো অট’ট’ ন শ্বকু ৰাইয়’হিন” যাৰ ইংৰাজী অৰ্থ ‘এডিবল ব্ৰাডাৰ্চ’। এই ৰেষ্টুৰেন্ট খনত জাপানৰ লোকসকলৰ লগতে …

ডিজিটেল ডেস্ক, ২ ডিচেম্বৰ, ২০১৭: ডিব্ৰুগড় জিলাৰ শিপিনী হেমপ্ৰভাই নিজৰ বয়নশিল্পবিদ্যাৰে ধৰ্মী্য় গ্ৰন্থ ভাগৱত গীতাখন সংস্কৃত আৰু ইংৰাজী ভাষাত এখন বস্ত্ৰৰ ওপৰত বোৱা থকা কাৰ্য্যই সমগ্ৰ অসমৰ লগতে সমগ্ৰ দেশবাসীক আচৰিত কৰি তুলিছে। হেমপ্ৰভাই বৰ্তমানলৈকে ৫০০ শ্লোক বৈ নিজৰ অনন্যপ্ৰতিভাৰ উমান দিবলৈ সক্ষম হৈছে। মূলতঃভাষাগত বিভিন্নতা তথা ভৌগোলিক অসমতাৰ পাৰ্থক্য পৰিহাৰেৰে অনৈক্যৰ মাজত ঐক্যৰ ডোল গঢ়াৰ বাৰ্তা লৈ বিগত বৰ্ষৰ ডিচেম্বৰ মাহত এই কাম হাতত লোৱা হেমপ্ৰভাই …

লখিমপুৰৰ পৰা অভিজিৎ হাজৰিকাৰ ৰিপৰ্ট, ১ ডিচেম্বৰ,২০১৭: বিজ্ঞানৰৰ ন ন আবিষ্কাৰৰ মাজতে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ মাধৱপুৰৰ পদ্ম ভূঞাৰ পুত্র অম্লানজ্যোতি ভূঞাই ডাৱ’ল কেৰেঙৰ চাইকেল নিৰ্মাণেৰে নাৰায়ণপুৰৰ লগতে সমগ্ৰ লখিমপুৰ জিলা তথা ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । শৈশৱতে চাৰ্কাচত এটা চকাৰ ওপৰত উঠি দেখুওৱা খেলা চাই অভিভূত হৈ পৰা অম্লানজ্যোতিয়ে প্ৰথমখন চেইনবিহীন চাইকেল নিৰ্মাণ …