Posts in category

অৰ্থনীতি


COVID-19বিৰোধী যুঁজলৈ মুকেশ আম্বানীৰ ৰিলায়েঞ্চ ইন্দ্ৰাষ্টিজ লিমিটেডৰ ৫০০ কোটিৰ অনুদান

Read More

ভাৰত চৰকাৰৰ COVID-19বিৰোধী যুঁজলৈ টাটা ট্ৰাষ্টৰ ৫০০ কোটি টকাৰ অনুদান

Read More

বাজাজ গ্ৰুপৰ প্ৰশংসনীয় পদক্ষেপ; ক’ৰোণা আক্ৰান্ত লোকৰ সাহাৰ্য্যৰ্থে ১০০কোটি টকা আগবঢ়োৱাৰ ঘোষণা

Read More

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ৩০ মাৰ্চ, ২০২০ঃ- বৰ্তমান সময়ত মাৰাত্মক COVID-19এ সংহাৰৰ সৃষ্টি কৰিছে‌। ভাইৰাছবিধৰ এনে সংহাৰৰ বিৰুদ্ধে ভাৰত চৰকাৰে এক যুঁজ চলাই আছে য’ত বিভিন্নজনে সহায়ৰ হাত আগবঢ়াই গৈছে। প্ৰাপ্ত তথ্য অনুসৰি, দেশৰ বিশিষ্ট উদ্যোগপতি মুকেশ আম্বানী নেতৃত্বাধীন ৰিলায়েঞ্চ ইন্দ্ৰাষ্টিজ লিমিটেডে চৰকাৰৰ COVID-19 বিৰোধী যুঁজৰ বাবে ৫০০ কোটিৰ অনুদান আগবঢ়াইছে। ইয়াৰোপৰি ৰিলায়েঞ্চে গুজৰাট …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ২৮ মাৰ্চ, ২০২০ঃ- ভাৰত চৰকাৰৰ COVID19বিৰোধী যুঁজত অন্যতম সহযাত্ৰীৰূপে থিয় দিছে টাটা ট্ৰাষ্ট। প্ৰাপ্ত তথ্য অনুসৰি, এই যুঁজৰ বাবে টাটা ট্ৰাষ্টে চৰকাৰলৈ ৫০০কোটি টকা আগবঢ়োৱাৰ কথা শনিবাৰে ঘোষণা কৰে। টাটা ট্ৰাষ্টৰ সঞ্চালক ৰতন টাটাই নিজৰ টুইটাৰ একাউণ্টত দিয়া এটা টুইটত COVID19ক কঠিনতম প্ৰত্যাহ্বান বুলি উল্লেখ কৰি কয় যে টাটা ট্ৰাষ্ট আৰু …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ২৭ মাৰ্চ, ২০২০ঃ- সমগ্র বিশ্বৰ লগতে আমাৰ দেশ ভাৰততো ত্ৰাসৰ সৃষ্টি কৰা ক’ৰোণা ভাইৰাছ প্ৰতিৰোধী যুঁজত বিশেষ সহায়ৰ হাত আগবঢ়াবলৈ আগবাঢ়ি দেশৰ অন্যতম বৃহৎ বাণিজ্যিক সংস্থা বাজাজ গ্ৰুপ। প্ৰাপ্ত তথ্য অনুসৰি, COVID-19 ৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত যুজঁ দিবলৈ বাজাজ গ্ৰুপে ১০০ কোটি টকাৰ বৰঙণি আগবঢ়াবলৈ সাজু হৈছে।  বাণিজ্যিক গ্ৰুপটোৱে …

অনলাইন ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ২০ ফেব্ৰুৱাৰী, ২০১৯ঃ- বিপদত দেশৰ প্ৰখ্যাত উদ্যোগপতি অনিল আম্বানী। প্ৰাপ্ত তথ্য অনুসৰি, ভাৰতীয় উচ্চতম ন্যায়ালয়ে ‘এৰিকচন’ কোম্পানীক ৪৫০ কোটি টকা আদায় দিবলৈ উদ্যোগপতিগৰাকীক নিৰ্দেশ দিছে। উল্লেখযোগ্য যে, ৰিলায়েঞ্চ কমিউনিকেশ্ব্যনৰ স্বত্বাধিকাৰী মুকেশ আম্বানীৰ ভাতৃ অনিল আম্বানীয়ে ৪ সপ্তাহৰ ভিতৰত আদায় নিদিলে ৩ মাহৰ কাৰাবাস আৰু ১ কোটি টকাৰ অতিৰিক্ত জৰিমনা বিহিব লাগিব বুলিও দেশৰ সৰ্বোচ্চ ন্যায়ালয়খনে জানিবলৈ দিয়ে৷ উদ্যোগপতি অনিল আম্বানীক দিয়া নিৰ্দেশে চৌদিশে চৰ্চা লাভ কৰিছে।

কলিয়াবৰৰ পৰা অমূল্য বৰাৰ প্ৰতিবেদন, ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., ১২ ছেপ্টেম্বৰ, ২০১৮ঃ- চাকৰিহীনতাৰ যিসময়ত বাবে ৰাজ্যৰ লাখ লাখ নিবনুৱা হতাশাগ্ৰস্তৰ দুৱাৰডলিলৈ আগবাঢ়িছে সেই সময়ত তেওঁলোকৰ বাবে আদৰ্শ হৈ পৰিছে কলিয়াবৰৰ কৃষক দীপক শইকীয়া। প্ৰাপ্ত তথ্য অনুসৰি, যুৱপ্ৰজন্মৰ বাবে আদৰ্শৰ উদাহৰণ হৈ পৰা কলিয়াবৰৰ সফল কৃষকজনে নিজৰ কৃষি কৰ্মৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে, …

গোলাঘাটৰ পৰা নবীন গোহাঁইৰ প্ৰতিবেদন, ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., ১১ আগষ্ট, ২০১৮ঃ- নীপকোৱে এৰি দিয়া পানীৰ ফলত সৃষ্টি হোৱা জলপ্ৰলয়ৰ ফলত গোলাঘাট জিলাৰ খুমটাইৰ অঞ্চল আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহৰ হাজাৰ হাজাৰ হেক্টৰ কৃষিভূমি নষ্ট হোৱা কাৰ্যই কৃষকসকলৰ সোনোৱালী সপোনসমূহ তচনছ কৰি পেলাইছিল। যাৰ বাবে বানাক্ৰান্ত অঞ্চলসমূহত কৃষকে মূৰে কপালে হাত দিবলগীয়া পৰিস্থিতিৰ সন্মুখীন হৈছে। …

অনলাইন ডেস্ক, ৰিপাব্লিক এন. ই., লক্ষৌ, ২৯ জুলাই, ২০১৮ঃ- দেওবাৰে উত্তৰপ্ৰদেশত ৮১ টা যোজনাৰ আধাৰশিলা স্থাপনেৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ অৰ্থনীতিত এক বিৰল অভিলেখৰ সৃষ্টি কৰে। প্ৰাপ্ত তথ্য অনুসৰি, ৰাজ্যখনৰ ৰাজধানী লক্ষৌস্থিত ইন্দিৰা গান্ধী প্ৰতিষ্ঠানত আয়োজিত এক আড়ম্বৰপূৰ্ণ কাৰ্য্যসূচীৰ জৰিয়তে সৰ্বমুঠ ৬০ হাজাৰ কোটিৰ উক্ত যোজনাসমূহৰ শুভাৰম্ভণি কৰে। উল্লেখযোগ্য যে, চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত …

গোলাঘাটৰ পৰা নবীন গোহাঁইৰ প্ৰতিবেদন, ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., ২৪ জুলাই, ২০১৮ঃ- অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ গোলাঘাট জিলাৰ খুমটাইস্থিত কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত যোৱা ৯ জুলাই পৰা ২১ জুলাইলৈকে অনুষ্ঠিত হোৱা জৈৱিক সাৰ আৰু জৈৱিক কীটনাশক প্ৰয়োগৰ কৰ্মশালাটিৰ সফল সামৰণি পৰে।  প্ৰাপ্ত তথ্য অনুসৰি, জৈৱিক পদ্ধতিৰে কীটনাশক আৰু সাৰ প্ৰস্তুত কৰি কৃষি পথাৰত ব্যৱহাৰৰ যোগেদি কেনেকৈ …

অনলাইন ডেস্ক, ৰিপাব্লিক এন. ই., নতুন দিল্লী, ১০ মে’, ২০১৮ঃ- ভাৰতীয় ইতিহাসৰ সৰ্ববৃ্হৎ ই-কমাৰ্চ চুক্তিৰে বিক্ৰী হ’ল ফ্লিপকাৰ্ট। প্ৰাপ্ত তথ্য অনুসৰি, এক ঐতিহাসিক চুক্তিৰে ১৬ আৰৱ কোটি অৰ্থাৎ ১.০৫ ল‍াখ কোটি টকাত আমেৰিকাৰ ৰিটেইল কোম্পানী ৱালমাৰ্টৰ হাতত ভাৰতবৰ্ষৰ সৰ্ববৃহৎ অনলাইন কোম্পানীটো বিক্ৰী হয়। উল্লেখযোগ্য যে, দিল্লী আই.আই.টিৰ. দুজন বন্ধু বিন্নী বাঞ্চাল আৰু শচীন বাঞ্চালে বিশ্বৰ অন্যতম বৃহৎ শ্বপিং …

অনলাইন ডেস্ক, ৰিপাব্লিক এন. ই., ২৮ মাৰ্চ, ২০১৮ঃ- অতিশীঘ্ৰে বজাৰলৈ আহিব ৰিজাৰ্ভ বেংকৰ ৩৫০ টকীয়া মুদ্ৰা। প্ৰাপ্ত তথ্য অনুসৰি, গুৰু গােবিন্দ সিঙৰ ৩৫০ সংখ্যক জয়ন্তী উপলক্ষে ৰিজাৰ্ভ বেংকে এই নতুন মুদ্রা মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে, ৪৪ মিলিমিটাৰৰ উক্ত মুদ্রাটোত ৫০ শতাংশ ৰূপ, ৪০ শতাংশ কপাৰ, ৫ শতাংশ নিকেল আৰু ৫ শতাংশ জিংক …