Posts in category

কৃষি


কৃষিকাৰ্যৰে ৰাজ্যৰ লাখ লাখ হতাশাগ্ৰস্ত নিবনুৱাৰ বাবে আদৰ্শ হৈ পৰিছে কলিয়াবৰৰ দীপক শইকীয়া

Read More

খুমটাইত নুমলীগড় শোধনাগাৰ আৰু কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত ৩১৬জন বানাক্ৰান্ত কৃষকৰ মাজত উন্নত জাতৰ ধানৰ বীজ বিতৰণ

Read More

খুমটাইত জৈৱিক সাৰ আৰু জৈৱিক কীটনাশক প্ৰয়োগৰ কৰ্মশালাৰ সফল সামৰণি

Read More

কলিয়াবৰৰ পৰা অমূল্য বৰাৰ প্ৰতিবেদন, ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., ১২ ছেপ্টেম্বৰ, ২০১৮ঃ- চাকৰিহীনতাৰ যিসময়ত বাবে ৰাজ্যৰ লাখ লাখ নিবনুৱা হতাশাগ্ৰস্তৰ দুৱাৰডলিলৈ আগবাঢ়িছে সেই সময়ত তেওঁলোকৰ বাবে আদৰ্শ হৈ পৰিছে কলিয়াবৰৰ কৃষক দীপক শইকীয়া। প্ৰাপ্ত তথ্য অনুসৰি, যুৱপ্ৰজন্মৰ বাবে আদৰ্শৰ উদাহৰণ হৈ পৰা কলিয়াবৰৰ সফল কৃষকজনে নিজৰ কৃষি কৰ্মৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে, …

গোলাঘাটৰ পৰা নবীন গোহাঁইৰ প্ৰতিবেদন, ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., ১১ আগষ্ট, ২০১৮ঃ- নীপকোৱে এৰি দিয়া পানীৰ ফলত সৃষ্টি হোৱা জলপ্ৰলয়ৰ ফলত গোলাঘাট জিলাৰ খুমটাইৰ অঞ্চল আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহৰ হাজাৰ হাজাৰ হেক্টৰ কৃষিভূমি নষ্ট হোৱা কাৰ্যই কৃষকসকলৰ সোনোৱালী সপোনসমূহ তচনছ কৰি পেলাইছিল। যাৰ বাবে বানাক্ৰান্ত অঞ্চলসমূহত কৃষকে মূৰে কপালে হাত দিবলগীয়া পৰিস্থিতিৰ সন্মুখীন হৈছে। …

গোলাঘাটৰ পৰা নবীন গোহাঁইৰ প্ৰতিবেদন, ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., ২৪ জুলাই, ২০১৮ঃ- অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ গোলাঘাট জিলাৰ খুমটাইস্থিত কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত যোৱা ৯ জুলাই পৰা ২১ জুলাইলৈকে অনুষ্ঠিত হোৱা জৈৱিক সাৰ আৰু জৈৱিক কীটনাশক প্ৰয়োগৰ কৰ্মশালাটিৰ সফল সামৰণি পৰে।  প্ৰাপ্ত তথ্য অনুসৰি, জৈৱিক পদ্ধতিৰে কীটনাশক আৰু সাৰ প্ৰস্তুত কৰি কৃষি পথাৰত ব্যৱহাৰৰ যোগেদি কেনেকৈ …

ডিজিটেল ডেস্ক ,ৰিপাব্লিক এন. ই., যোৰহাট, ২০ মাৰ্চ, ২০১৮ঃ- মঙলবাৰে এক অনুষ্ঠানৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে যোৰহাটত সহস্ৰাধিক ক্ষুদ্ৰ চাহ খেতিয়কক আৰ্থিক সাহায্য প্ৰদান কৰে। প্ৰাপ্ত তথ্য অনুসৰি, যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ মাধৱ চন্দ্ৰ দাস প্ৰেক্ষাগৃ্হত আয়োজিত উক্ত অনুষ্ঠানটিত মুখ্যমন্ত্ৰীগৰাকীয়ে আনুষ্ঠানিকভাৱে ১,১৮৮ গৰাকী ক্ষুদ্ৰ চাহ খেতিয়কক তেওঁলোকৰ প্ৰতি বিঘা মাটিৰ বিপৰীতে ৫ হাজাৰ টকাকৈ …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., ১৭ মাৰ্চ, ২০১৮ঃ- ৰাষ্ট্ৰীয় ‘কৃষি কৰ্মন বঁটা’ৰে সন্মানিত হৈ জিলিকি উঠিল মাজুলীৰ খেতিয়ক বিনয় লিখক। প্ৰাপ্ত তথ্য অনুসৰি, বিগত ১৬ মাৰ্চৰ পৰা কেন্দ্ৰীয় কৃষি ও খেতিয়ক কল্যাণ মন্ত্ৰালয়ৰ উদ্যোগত নতুন দিল্লীস্থিত ভাৰতীয় কৃষিভিত্তিক গৱেষণা প্ৰতিষ্ঠানত হৈ থকা ‘কৃষি উন্নতি মেলা’ত এই বটাঁ লাভ ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় মাজুলীৰ …

ডিজিটেল ডেস্ক, যোৰহাট, ৰিপাব্লিক এন. ই., ২৩ ফেব্ৰুৱাৰী, ২০১৮ঃ- শুক্ৰবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ‘কৃষি উদ্যমিতা আৰু নিয়োগৰ সুযোগ সৃষ্টিৰ বাবে কৃষি খণ্ডৰ পৰিৱৰ্তনঃযুৱ সমাজৰ দৃষ্টিভংগী’ শীৰ্ষক তৃতীয় ৰাষ্ট্ৰীয় যুৱ সন্মিলনখন উদ্বোধন কৰে। প্ৰাপ্ত তথ্য অনুসৰি, মুখ্যমন্ত্ৰীগৰাকীয়ে ভাৰতীয় কৃষি গৱেষণা পৰিষদ, অসম কৃষি বিশ্ববিদ্যালয়, অল ইণ্ডিয়া এগ্ৰিকালচাৰ ষ্টুডেণ্ট এছ’চিয়েচনৰ যৌথ উদ্যোগত অসম কৃষি বিশ্ববিদ্যালয়ত অনুষ্ঠিত উক্ত …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., ৩ ফেব্ৰুৱাৰী, ২০১৮ঃ- শনিবাৰৰ পৰা আৰম্ভ হোৱা ‘দ্যা এডভাণ্টেজ আছামঃ গ্ল’ৱেল ইনভেষ্টৰ্ছ চামিট ২০১৮’ৰ বাবে গুৱাহাটীত উপস্থিত হয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। সন্মিলনখন উদঘাটনৰ বাবে অসমলৈ ঢাপলি মেলা প্ৰধানমন্ত্ৰীগৰাকীক বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত উপস্থিত হোৱাৰ পাছতেই ৰাজ্য চৰকাৰৰ তৰফৰ পৰা উষ্ম আদৰণি জনোৱা হয়। তেখেতৰ ওপৰিও এই সন্মিলনখনত …

কলিয়াবৰৰ পৰা অমূল্য বৰাৰ ৰিপৰ্ট, ২৮ ডিচেম্বৰ, ২০১৭ঃ কৃষিকৰ্মৰে সকলোৰে সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱাই নহয় ৰোপন কৰিছে কৰ্মসংস্কৃতিৰ সুগম পথ কলিয়াবৰৰ এজন স্নাতকে। প্ৰাপ্ত তথ্য অনুসৰি, আনৰ পৰা ১০ বিঘা কৃষিভূমি বছৰি ১০ হাজাৰ টকাত  লিজত লৈ দীপক শইকীয়া নামৰ স্নাতক ডিগ্ৰীধাৰী লোকজনে আৰম্ভ কৰিছে এই আদৰ্শ প্ৰদানকাৰী কৃষিকৰ্ম। কলিয়াবৰ মহাবিদ্যালয়ত পৰীক্ষাগাৰ সহায়ক পদৰ …

লখিমপুৰৰ পৰা অভিজিৎ হাজৰিকাৰ ৰিপৰ্ট,৩ ডিচেম্বৰ,২০১৭:- আঘোণ অহাৰ লগে লগেই যেন সোণগুটি চপোৱা ব্যস্ত গাঁৱৰ ডেকাৰ পৰা বুঢ়ালৈকে সকলো ।পুৱাৰ  বেলি উদয় হোৱাৰ পৰা সন্ধিয়া মাৰ যোৱলৈ ব্যস্ত হৈ সোণোৱাঁলী পথাৰখনত। তিনি চাৰি বাৰকৈ বানে ধুই নিয়াৰ পাছতো আশাৰে ভুঁই ৰোৱা কৃষকে জাৰকালিৰ প্ৰখৰ ৰ’দকো নেওঁচি পথাৰত দেহৰ ঘাম মাটিত পেলাই  কৰা কষ্টৰ ফলত লহপহকৈ …

  চৰাইদেউৰ পৰা অভিজিৎ ভূঞাৰ ৰিপৰ্ট ,১ ডিচেম্বৰ, ২০১৭: আঘোণৰ পথাৰত এতিয়া ব্যস্ততা বাঢ়িছে কৃষকৰ | ব্যস্ততা বাঢ়িছে জীয়ৰী – বোৱাৰী দাৱনীজাকৰ | শাওনৰ পথাৰত প্ৰখৰ ৰ’দত কপালৰ ঘাম মাটিত পেলাই আশাৰ সপোণ দেখা কৃষকে ভুঁই ৰোৱা সেউজীয়া ধান নিডৰা এতিয়া সোণোৱালী হৈ পৰিছে | এই সোণোৱালী সপোণৰ ধান চপোৱাৰ সময় এতিয়া সমাগ্ত| সেয়ে ব্যস্ততা বাঢ়িছে …